উদ্যোগপতি ইলন মাস্কৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 21st, 08:22 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টেছলা ইনকৰ্পৰেচন আৰু স্পেচএক্সৰ চিইঅ’ ইলন মাস্কৰে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত মিলিত হয়।বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগ ক্ষেত্ৰৰ ‘প্ৰমূল্য-সৃষ্টি চক্ৰ’ শক্তি সমৃদ্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ বিজ্ঞানীসমাজক প্ৰধানমন্ত্ৰীৰ আহ্বান
January 04th, 03:15 pm
বৃহত্ নিৰ্মাণৰ বাবে বিজ্ঞানৰ ‘প্ৰমূল্য-সৃষ্টি চক্ৰ’ৰ উত্তৰণত মনোনিৱেশ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞানীসমাজক আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে আজি ‘ৰাষ্ট্ৰীয় মাপনবিজ্ঞান সন্মিলন ২০২১’ উপলক্ষে প্ৰদান কৰা ভাষণত এই আহ্বান জনাইছিল। এই সন্মিলনতে তেওঁ ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘ৰাষ্ট্ৰীয় আণবিক সময়মাপক’ আৰু ‘ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী’ ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰাৰ লগতে ‘ৰাষ্ট্ৰীয় পৰ্যাৱৰণ মানক প্ৰয়োগশালা’ৰো আধাৰশিলা স্থাপন কৰে।নতুন দিল্লীত নেচনেল মেট্ৰ’ল’জী কনক্লেভৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 04th, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভ, ২০২১ ত উদ্বোধনী ভাষণ আগবঢ়ালে। তেখেতে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নেশ্যনেল এট’মিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে আৰু নেশ্যনেল এনভাৰমেন্টেল ষ্টেণ্ডাৰ্ডছ লেবৰটৰীৰ আধাৰশিলা স্থাপন কৰে। কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিচাৰ্ছ- নেশ্যনেল ফিজিকেল লেবৰটৰী (CSIR-NPL), নতুন দিল্লীৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত ই কনক্লেভখনি অনুষ্ঠিত কৰিছে। এই কনক্লেভৰ বিষয়বস্তু হৈছে ‘ৰাষ্ট্ৰখনৰ সৰ্বব্যাপী বিকাশৰ অৰ্থে মেট্ৰ’ল’জি’। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ডঃ হৰ্ষ বৰ্ধন আৰু প্ৰধান বৈজ্ঞানিক উপদেষ্টা ডঃ বিজয় ৰাঘৱন উপস্থিত থাকে।নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভত উদ্বোধনী ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
January 04th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভ, ২০২১ ত উদ্বোধনী ভাষণ আগবঢ়ালে। তেখেতে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নেশ্যনেল এট’মিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে আৰু নেশ্যনেল এনভাৰমেন্টেল ষ্টেণ্ডাৰ্ডছ লেবৰটৰীৰ আধাৰশিলা স্থাপন কৰে। কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিচাৰ্ছ- নেশ্যনেল ফিজিকেল লেবৰটৰী (CSIR-NPL), নতুন দিল্লীৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত ই কনক্লেভখনি অনুষ্ঠিত কৰিছে। এই কনক্লেভৰ বিষয়বস্তু হৈছে ‘ৰাষ্ট্ৰখনৰ সৰ্বব্যাপী বিকাশৰ অৰ্থে মেট্ৰ’ল’জি’। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ডঃ হৰ্ষ বৰ্ধন আৰু প্ৰধান বৈজ্ঞানিক উপদেষ্টা ডঃ বিজয় ৰাঘৱন উপস্থিত থাকে।PM’s engagements in NYC and San Jose,California – September 26th, 2015
September 26th, 07:33 pm