প্ৰধানমন্ত্ৰীয়ে ৰোহন বোপান্নাক সাক্ষাৎ কৰে
February 02nd, 10:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেনিছ খেলুৱৈ ৰোহন বোপান্নাক সাক্ষাৎ কৰে।মিৰাবাই আমাৰ দেশৰ মহিলাসকলৰ বাবে এক প্ৰেৰণা: মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
October 29th, 11:00 am
মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল। ‘মন কী বাত’ অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়ত এই খণ্ডটো সম্প্ৰচাৰ কৰা হৈছে। আগন্তুক উৎসৱৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷PM celebrates Bronze Medal by Bhavina Patel in Table Tennis Women's Singles - Class 4 event in Asian Para Games
October 25th, 01:29 pm
The Prime Minister, Shri Narendra Modi has congratulated Bhavina Patel on winning the Bronze medal in Table Tennis Women's Singles - Class 4 event at Asian Para Games 2022 in Hangzhou, China.প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছ ২০২২ত টেনিছ মিক্সড ডাবলছ ইভেণ্টত স্বৰ্ণ পদক জয় কৰাত সন্তুষ্টি প্ৰকাশ কৰে
September 30th, 06:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝাউত আয়োজিত এছিয়ান গেমছ ২০২২ত টেনিছ মিক্সড ডাবলছ ইভেণ্টত স্বৰ্ণ পদক জয় কৰাত ৰোহন বোপান্না আৰু ৰুতুজা ভোসলেৰ মিক্সড ডাবলছ যুটিক অভিনন্দন জনাইছে।এছিয়ান গেমছ ২০২২ত পুৰুষৰ টেনিছৰ ডাবলছ ইভেণ্টত ৰূপৰ পদক বিজয়ীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
September 29th, 02:18 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে হাংঝুত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত টেনিছ ডাবলছ ইভেণ্টত ৰূপৰ পদক লাভ কৰা ৰামকুমাৰ ৰামনাথন আৰু সাকেথ মাইনেনীৰ পুৰুষৰ ডাবলছ যুটিক অভিনন্দন জনাইছে। টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয়, “বৰ ভাল খবৰ। আমাৰ টেনিছ খেলুৱৈসকলক ধন্যবাদ। আমাৰ পুৰুষৰ ডাবলছৰ যুটি ৰামকুমাৰ ৰামানাথন আৰু সাকেথ মাইনেনীক এছিয়ান গেমছৰ ৰূপৰ পদক লাভ কৰাৰ বাবে অভিনন্দন। তেওঁলোকৰ ব্যতিক্ৰমী দলীয় সাফল্যই আমাৰ সকলোকে আনন্দিত কৰিছে। তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাৰ বাবে মোৰ শুভেচ্ছা আছে।”বিশিষ্ট টেনিছ খেলুৱৈ শ্ৰী নৰেশ কুমাৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
September 14th, 04:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট টেনিছ খেলুৱৈ শ্ৰী নৰেশ কুমাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ যোৱা ভাৰতীয় ক্রীড়াবিদসকলৰ সৈতে ভার্চুৱেল বৈঠকত প্রধানমন্ত্রীৰ ভাষণৰ মূল বক্তব্য
July 13th, 05:02 pm
মই আপোনালোকৰ সৈতে কথা পাতিবলৈ পাই খুবেই আনন্দিত। যদিও মই সকলোৰে সৈতে কথা পাতিব পৰা নাই, তথাপি আজি সমগ্র দেশৰ মানুহে আপোনালোকৰ আবেগ আৰু উৎসাহ অনুধাবন কৰিব পাৰিছে। এই বাৰ্তালাপৰ কর্মসূচীত আমাৰ সৈতে উপস্থিত আছে দেশৰ ক্রীড়ামন্ত্রী শ্রী অনুৰাগ ঠাকুৰ। ঠিক একেদৰে আমাৰ বর্তমান আইনমন্ত্রী শ্রী কিৰেন ৰিজিজু’জী, যি কিছুদিন আগলৈকে ক্রীড়ামন্ত্রী হিচাপে আপোনালোকৰ বাবে অনেক কাম কৰিছে। কনিষ্ঠতম ক্রীড়া প্রতিমন্ত্রী শ্রী নিতীশ প্রামাণিক’জী আমাৰ সৈতে আছে। সমস্ত ক্রীড়া সংস্থাৰ প্রধান, তেওঁলোকৰ সদস্য আৰু টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ গৈছে আমাৰ সহকর্মী তথা খেলুৱৈৰ পৰিয়ালৰ সদস্যসকল- তেওঁলোকৰ সকলোৰে সৈতে আজি এক ভার্চুৱেল মাধ্যমত আমাৰ কথোপকথন হৈছে। সেয়ে মই আপোনালোক সকলোকে মোৰ দিল্লীৰ ঘৰলৈ আমন্ত্রণ জনাব পৰা হ'লে আৰু ভাল লাগিল হেতেন আৰু মই আপোনালোকৰ সৈতে ব্যক্তিগতভাবে দেখা কৰিব পাৰিলো হেতেন। ইয়াৰ আগতেও মই এই ধৰণৰ কাম কৰিছো। মোৰ বাবে এই ধৰণৰ অনুষ্ঠান খুবেই আনন্দদায়ক। অৱশ্যে এইবাৰ কৰোণাৰ কাৰণে সেয়া সম্ভব হোৱা নাই। তদুপৰি অর্ধেকৰ বেছি খেলুৱৈয়ে ইতিমধ্যেই বিদেশত প্রশিক্ষণ লৈছে। কিন্তু আপোনালোকক প্রতিশ্রুতি দিছো যে, আপোনালোক উভতি আহিলে মই অৱশ্যই দেখা কৰিম। কৰোণা পৰিস্থিতিয়ে অনেক কিছুৰ পৰিৱর্তন ঘটাইছে। অলিম্পিকৰ বছৰো বদলিছে, যেনেকৈ আপোনালোকে প্রস্তুতি চলাইছিল, তাৰো পৰিৱৰ্তন ঘটিছে। অলিম্পিক আৰম্ভ হ'বলৈ এতিয়া আৰু মাত্র ১০ দিন বাকী আছে। আপোনালোকে টকিঅ'ত এক ভিন্ন ধৰণৰ পৰিবেশ দেখিবলৈ পাব।টকিঅ’ অলিম্পিকলৈ যাবলগীয়া ভাৰতীয় খেলুৱৈসকলৰে কৰা প্ৰধানমন্ত্ৰীৰ বৰ্তালাপৰ পাঠ
July 13th, 05:01 pm
প্ৰধানমন্ত্ৰী : দীপিকা জী যোৱাবাৰৰ ‘মন কী বাত’ত মই আপোনাৰ লগতে আপোনাৰ কেবাগৰাকী সতীৰ্থৰ সম্পৰ্কে আলোচনা কৰিছিলো। অলপতে পেৰিছত সোণৰ পদক জয় কৰি আপুনি যি পাৰদৰ্শিতাৰ নিদৰ্শন দেখুৱালে তাৰ পিচততো সমগ্ৰ দেশতে আপোনাৰ বিষয়ে আলোচনা চলিবলৈ ধৰিছে। এতিয়া আপুনি ৰেংকিঙত ‘ৱৰ্ল্ড নাম্বৰ-১’ হৈ গ’ল। মই জানিব পাৰিছো যে আপুনি শৈশৱতে আম পাৰিবলৈ গৈ ফৰ্মুটি মাৰিছিল। সেই তেতিয়াই আমলৈ মৰা ফৰ্মুটিৰে আৰম্ভ হোৱা আপোনাৰ এই যাত্ৰা দৰাচলতেই গুৰুত্বপূৰ্ণ আছিল। আপোনাৰ এই যাত্ৰাৰ বিষয়ে দেশে বহুত কথা জানিব বিচাৰিছে। যদি আপুনি কিছু কথা অৱগত কৰে তেন্তে ভাল লাগিব।টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
July 13th, 05:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীৰদ্বাৰা এই মত-বিনিময় হৈছে ক্ৰীড়াসমূহত খেলুৱৈসকলৰ অংশগ্ৰহণৰ পূৰ্বে তেওঁলোকক উৎসাহিত কৰাৰ এটি প্ৰচেষ্টা। এই কাৰ্য্যসূচীত যুৱ পৰিক্ৰমা ও ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ; যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিসিথ প্রামানিক আৰু আইনমন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱো উপস্থিত থাকে।Fitness is not just a word but a pre-condition for healthy and fulfilling life: PM Modi
August 29th, 10:01 am
PM Narendra Modi launched the FIT India movement today. Speaking at the event, PM Modi said, A fit mind in a fit body is important. PM Modi further said lifestyle diseases are on the rise due to lifestyle disorders and we can ensure we don't get them by being fitness-conscious. The Prime Minister also urged people to make the FIT India movement a Jan Andolan.প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ‘ফিট ইণ্ডিয়া’ অভিযান
August 29th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ এক অনুষ্ঠানত ‘ফিট ইণ্ডিয়া অভিযান’ মুকলি কৰে। ‘ফিটনেছ’ক নিজক জীৱনশৈলী কৰি তোলাৰ বাবেও দেশবাসীক আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।কমনৱেলথ গেমছ-২০১৮ত পদক বিজয়ী টেবুল টেনিছ খেলুৱৈৰে মতবিনিময় প্ৰধানমন্ত্ৰীৰ
July 30th, 02:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০১৮ৰ কমনৱেলথ গেমছত পদক জয় কৰা দেশৰ টেবুল টেনিছ খেলুৱৈসকলৰ সৈতে মত-বিনিময় কৰে৷ নতুন দিল্লীস্থিত সংসদ ভৱনত খেলুৱৈসকলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে৷PM congratulates Sania Mirza and Martina Hingis on US Open victory
September 14th, 09:05 am
PM congratulates Leander Paes and Martina Hingis, on winning the mixed doubles title at US Open
September 12th, 12:50 pm
India Shines at the Special Olympic World Summer Games - 2015
August 04th, 05:57 pm
PM congratulates Leander Paes, Martina Hingis and Sumit Nagal for Wimbledon victories
July 13th, 10:24 am
PM congratulates tennis players Sania Mirza and Martina Hingis, on winning Wimbledon women's doubles title
July 12th, 09:44 am
Sania Mirza calls on PM
September 12th, 06:11 pm
Sania Mirza calls on PM