ডেৰাডুনৰ পৰা দিল্লীলৈ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
May 25th, 11:30 am
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, উত্তৰাখণ্ডৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী, বিভিন্ন সাংসদ, বিধায়ক, মেয়ৰ, জিলা পৰিষদৰ সদস্য, অন্যান্য বিশিষ্ট ব্যক্তি, আৰু উত্তৰাখণ্ডৰ মোৰ মৰমৰ ভাই-ভনীসকল! বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ বাবে উত্তৰাখণ্ডৰ সকলো ৰাইজলৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছো।প্রধানমন্ত্রীয়ে দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ উদ্বোধনী যাত্রাৰ সূচনা কৰে
May 25th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিও কনফাৰেন্সিঙৰ মাধ্যমত দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ প্রথম যাত্রাৰ সূচনা কৰিলে। তেওঁ জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিলে নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা ৰে'ল শাখা আৰু উত্তৰাখণ্ডক ১০০ শতাংশ বৈদ্যুতিক ৰে'ল লাইনৰ ৰাজ্য হিচাপে ঘোষণা কৰিছে।ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে ত্ৰিশূৰৰ শ্ৰী সীতাৰাম স্বামী মন্দিৰৰ এটি কাৰ্য্যসূচী সম্বোধনৰ অসমীয়া অনুবাদ
April 25th, 09:21 pm
ত্ৰিশূৰ পূৰম উৎসৱ উপলক্ষে কেৰালা আৰু ত্ৰিশূৰৰ সকলো ভ্ৰাতৃ-ভগ্নীক অশেষ অভিনন্দন জনালোঁ। ত্ৰিশূৰ কেৰালাৰ সাংস্কৃতিক ৰাজধানী হিচাপে পৰিচিত। ইয়াত সংস্কৃতি বিদ্যমান, ইয়াত পৰম্পৰা আৰু কলাও আছে। আধ্যাত্মিকতাৰ লগতে দৰ্শনো আছে। উৎসৱৰ লগতে উল্লাসো আছে। মই ত্ৰিশূৰে এই ঐতিহ্য আৰু পৰিচয় জীয়াই ৰখাত সন্তোষ পাইছো। শ্ৰী সীতা ৰাম স্বামী মন্দিৰে বছৰ-বছৰ ধৰি চালিকা শক্তি হিচাপে কাম কৰি আহিছে। মই জানিব পাৰিছো যে এই মন্দিৰটোক এতিয়া অধিক ঐশ্বৰিক বুলি বিশ্বাস কৰা হয়। এই উপলক্ষে স্বৰ্ণ-খচিত এই পবিত্ৰ স্থানক ভগৱান শ্ৰী সীতা ৰাম, ভগৱান আয়াপ্পা আৰু ভগৱান শিৱৰ নামতো উচৰ্গা কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ ত্ৰিচুৰত শ্ৰী সীতাৰাম স্বামী মন্দিৰৰ কাৰ্যসূচীত ভাষণ প্ৰদান কৰে
April 25th, 09:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ত্ৰিচুৰৰ শ্ৰী সীতাৰাম স্বামী মন্দিৰৰ এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। তেওঁ ত্ৰিচুৰ পূৰাম উৎসৱৰ পৱিত্ৰ উপলক্ষে সকলোকে শুভেচ্ছা জনায়।PM to visit Gujarat on 17th and 18th June
June 16th, 03:01 pm
Prime Minister Shri Narendra Modi will visit Gujarat on 17th and 18th June. At around 9:15 AM on 18th June, Prime Minister will visit and inaugurate the redeveloped temple of Shree Kalika Mata at Pavagadh Hill, which will be followed by his visit to Virasat Van at around 11:30 AM. Thereafter, at around 12:30 PM, he will participate in Gujarat Gaurav Abhiyan at Vadodara, where he will inaugurate and lay the foundation stone of projects worth over Rs 21,000 crores.Centres of faith play a major role in spreading social consciousness: PM Modi
April 10th, 01:01 pm
On the occasion of Ram Navami, PM Modi addressed the 14th Foundation Day celebration at Umiya Mata Temple at Gathila, Junagadh in Gujarat. He expressed happiness that apart from being important place of spiritual and pine importance, Umiya Mata Temple at Gathila has become a place of social consciousness and tourism.PM addresses 14th Foundation Day celebration of Umiya Mata Temple at Gathila, Junagadh on the occasion of Ram Navami
April 10th, 01:00 pm
On the occasion of Ram Navami, PM Modi addressed the 14th Foundation Day celebration at Umiya Mata Temple at Gathila, Junagadh in Gujarat. He expressed happiness that apart from being important place of spiritual and pine importance, Umiya Mata Temple at Gathila has become a place of social consciousness and tourism.PM to address 14th Foundation Day celebration of Umiya Mata Temple at Gathila, Junagadh on the occasion of Ram Navami
April 09th, 04:33 pm
On the occasion of Ram Navami, Prime Minister Shri Narendra Modi will address the 14th Foundation Day celebration at Umiya Mata Temple at Gathila, Junagadh in Gujarat on 10th April, 2022 at 1 PM via video conferencing.কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
March 23rd, 06:05 pm
পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰীমান জগদীপ ধনখড় জী, কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰী কিষণ ৰেড্ডী জী, ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’-ৰে জড়িত সকলো মহানুভৱ, বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকল, কলা আৰু সাংস্কৃতিক জগতৰ দিগগজসকল, আইসকলৰ লগতে সজ্জনসকল!শ্বহীদ দিৱসত কলকাতাৰ ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
March 23rd, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে। এই অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনখৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী উপস্থিত আছিল।শ্ৰীল ভক্তিবেদান্ত স্বামী প্ৰভুপাদ জীৰ ১২৫সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
September 01st, 04:31 pm
হৰে কৃষ্ণ! আজিৰ এই পূণ্য উপলক্ষত আমাৰ সৈতে সংযোজিত হোৱা দেশৰ সাংস্কৃতিক মন্ত্ৰী শ্ৰীমান জি কিষাণ ৰেড্ডী, ইস্কন ব্যুৰো-ৰ অধ্যক্ষ শ্ৰী গোপাল কৃষ্ণ গোস্বামী জী আৰু পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আমাৰ সৈতে সংযোজিত হোৱা বন্ধু, কৃষ্ণ ভক্তসকল!প্ৰধানমন্ত্ৰীয়ে শ্ৰীল ভক্তিৱেদান্ত স্বামী প্ৰভুপাদ জীৰ ১২৫তম জয়ন্তী উপলক্ষে এটা বিশেষ স্মাৰক মুদ্ৰা জাৰি কৰিছে
September 01st, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত শ্ৰীল ভক্তিৱেদান্ত স্বামী প্ৰভুপাদ জীৰ ১২৫তম জয়ন্তী উপলক্ষে এটা বিশেষ স্মাৰক মুদ্ৰা জাৰি কৰিছে। কেন্দ্ৰীয় সংস্কৃতি, পৰ্যটন আৰু উত্তৰ-পূৰ্বাঞ্চল বিকাশ (ডনৰ) মন্ত্ৰী শ্ৰী কিশন ৰেড্ডী আৰু অন্য গণ্যমান্যসকল এই উপলক্ষে উপস্থিত আছিল।১ ছেপ্টেম্বৰত শ্ৰীলা ভক্তিবেদান্ত স্বামী প্ৰভুপদ জীৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে এক বিশেষ স্মাৰক মুদ্ৰা মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
August 31st, 03:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলা ভক্তিবেদান্ত স্বামী প্ৰভুপদ জীৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে ১ ছেপ্টেম্বৰ ২০২১ তাৰিখে আবেলি ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ১২৫ টকাৰ এক বিশেষ স্মাৰক মুদ্ৰা মুকলি কৰিব আৰু সমবেত লোকসকলক সম্বোধন কৰিব।প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ উত্তৰপ্ৰদেশৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠানত আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
August 05th, 01:01 pm
আজি আপোনালোকৰ সৈতে কথা পাতিবলৈ পাই মোৰ যথেষ্ট আনন্দ লাগিছে৷ এইবাবেই আনন্দ হৈছে যে দিল্লীৰ পৰা পঠোৱা প্ৰতিটো খাদ্য একো একোজন হিতাধিকাৰীৰ থালি পাইছেগৈ৷ আনন্দ এই বাবেই হৈছে যে পূর্বৰ চৰকাৰৰ সময়ত উত্তৰপ্রদেশত দুখীয়া লোকসকলৰ বাবে আৱণ্টিত শস্য আধাতে লুণ্ঠন হৈছিল আৰু আজি সেই লুণ্ঠনৰ সকলো পথ বন্ধ। উত্তৰপ্রদেশত যিদৰে প্রধানমন্ত্রী গৰীৱ কল্যাণ অন্ন যোজনাক বাস্তবায়িত কৰা হৈছে সেইটোৱে নতুন উত্তৰপ্রদেশৰ পৰিচয়ক আৰু অধিক মজবুত কৰিছে। আজি আপোনালোকৰ সৈতে কথা পাতি মোৰ যথেষ্ট ভাল লাগিছে। যি সাহসৰে, যি বিশ্বাস লৈ আপোনালোকে কৈছে, যি সততা আপোনালোকৰ প্ৰতিটো শব্দত প্রস্ফুটিত হৈছে, তাৰ পৰা মই যথেষ্ট আনন্দিত হৈছো৷ আপোনালোকৰ বাবে কাম কৰাৰ উৎসাহ মোৰ মনত আৰু অধিক বৃদ্ধি পাইছে। আপোনালোকৰ সৈতে যিমানেই কথা নাপাতো লাগিলে, সেয়া যেন কম হ’ব। আহক, এতিয়া আজিৰ কাৰ্যসূচীক লৈ কথা পাতো!উত্তৰ প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
August 05th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো উপস্থিত থাকে।ইউনেস্ক’ৱে কাকাতীয়া ৰামাপ্পা মন্দিৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাত প্ৰধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ
July 25th, 07:03 pm
ইউনেস্ক’ৱে কাকাতীয়া ৰামাপ্পা মন্দিৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰিছে। তেখেতে তদুপৰি জনসাধাৰণক এই মহিমামণ্ডিত মন্দিৰ প্ৰাংগণ দৰ্শন আৰু ইয়াৰ মহিমাৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিবলৈ আহ্বান জনায়।PM Modi campaigns in Kerala’s Pathanamthitta and Thiruvananthapuram
April 02nd, 01:45 pm
Ahead of Kerala assembly polls, PM Modi addressed rallies in Pathanamthitta and Thiruvananthapuram. He said, “The LDF first tried to distort the image of Kerala and tried to show Kerala culture as backward. Then they tried to destabilize sacred places by using agents to carry out mischief. The devotees of Swami Ayyappa who should've been welcomed with flowers, were welcomed with lathis.” In Kerala, PM Modi hit out at the UDF and LDF saying they had committed seven sins.PM Modi addresses public meetings in Madurai and Kanyakumari, Tamil Nadu
April 02nd, 11:30 am
PM Modi addressed election rallies in Tamil Nadu's Madurai and Kanyakumari. He invoked MGR's legacy, saying who can forget the film 'Madurai Veeran'. Hitting out at Congress, which is contesting the Tamil Nadu election 2021 in alliance with DMK, PM Modi said, “In 1980 Congress dismissed MGR’s democratically elected government, following which elections were called and MGR won from the Madurai West seat. The people of Madurai stood behind him like a rock.”PM Modi addresses public meeting at Dharapuram, Tamil Nadu
March 30th, 02:04 pm
In his first rally in the state of Tamil Nadu before assembly elections, PM Modi addressed a huge gathering in Dharapuram. “India takes great pride in the culture of Tamil Nadu. One of the happiest moments of my life was when I got a chance to speak a few words in the oldest language in the world, Tamil, at the United Nations,” he said.Prime Minister conducts review of Kedarnath Reconstruction project
June 10th, 02:04 pm
Prime Minister today conducted a review of the Kedarnath Math development and reconstruction project with the Uttarakhand state government via video conferencing.