বিশিষ্ট তেলেগু অভিনেতা শ্ৰী চন্দ্ৰ মোহন গাৰুৰ বিয়োগৰ প্ৰধানমন্ত্ৰীৰ গভীৰ শোক

বিশিষ্ট তেলেগু অভিনেতা শ্ৰী চন্দ্ৰ মোহন গাৰুৰ বিয়োগৰ প্ৰধানমন্ত্ৰীৰ গভীৰ শোক

November 11th, 05:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট তেলেগু অভিনেতা শ্ৰী চন্দ্ৰ মোহন গাৰুৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

২৭.০৮.২০২৩ত ‘মন কী বাত’ৰ ১০৪সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

২৭.০৮.২০২৩ত ‘মন কী বাত’ৰ ১০৪সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 27th, 11:30 am

মন কী বাতৰ আগষ্ট মাহৰ খণ্ডলৈ আপোনালোকক পুনৰবাৰ আদৰণী জনাইছো৷ কেতিয়াবা এনেকুৱা হৈছিল যদিও মোৰ মনত নাই যে শাওন মাহত দুবাৰকৈ ‘মন কী বাত’ অনুষ্ঠান অনুষ্ঠিত হৈছে, কিন্তু এইবাৰ এনেকুৱাই হৈছে৷ শাওন অৰ্থাৎ মহাশিৱৰ মাহ, উৎসৱ আৰু উল্লাসৰ মাহ৷ চন্দ্ৰযানৰ সফলতাই উৎসৱৰ এই আনন্দ কেইবাগুণ বৃদ্ধি কৰিলে৷ চন্দ্ৰযান চন্দ্ৰমাত উপস্থিত হোৱা তিনিদিনতকৈ বেছি হ’ল৷ এই সফলতা ইমানেই বেছি যে ইয়াৰ যিমানেই আলোচনা নকৰক কিয় সিমানেই কম হ’ব৷ আপোনালোকৰ সৈতে কথা পাতি থকাৰ সময়তে মোৰ এটা পুৰণি কবিতা মনত পৰিছে...

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৰ দ্বাৰা আয়োজিত উগাড়ী উদযাপন অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৰ দ্বাৰা আয়োজিত উগাড়ী উদযাপন অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

March 20th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৰ দ্বাৰা আয়োজিত উগাড়ী উদযাপন অনুষ্ঠানত উপস্থিত থাকে৷

তেলুগু ভাষা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

August 29th, 07:29 pm

তেলুগুভাষাদিৱসউপলক্ষেতেলুগুভাষীসকললৈপ্ৰধানমন্ত্ৰীনৰেন্দ্ৰমোদীৰশুভেচ্ছাজ্ঞাপন।