We are focussing on making tax-paying seamless, painless, faceless: PM Modi
August 13th, 11:28 am
PM Narendra Modi rolled out a taxpayers charter and faceless assessment on Thursday as part of the government's effort to easing the compliance for assessees and reward the honest taxpayer. He also launched the Transparent Taxation - Honoring The Honest platform, in what he said will strengthen efforts of reforming and simplifying the country's tax system.প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ‘‘স্বচ্ছ কৰাৰোপণ-সততাক সন্মান’’ শীৰ্ষক এক প্লেটফ’ৰ্ম
August 13th, 10:27 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে “স্বচ্ছ কৰাৰোপণ- সততাক সন্মান” (Transparent Taxation – Honouring the Honest)ৰ অৰ্থে এক মাধ্যমৰ উদ্বোধন কৰে।১৩ আগষ্ট, ২০২০ত “স্বচ্ছ কৰ ব্যৱস্থা-দায়বদ্ধ কৰদাতাক সন্মান” শীৰ্ষক মঞ্চ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 12th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১৩ আগষ্ট, ২০২০ত ভিডিঅ’ কনফাৰেন্সিংযোগে “স্বচ্ছ কৰ ব্যৱস্থা-দায়বদ্ধ কৰদাতাক সন্মান” শীৰ্ষক এক মঞ্চ শুভাৰম্ভ কৰিব৷