টাটানগৰ, ঝাৰখণ্ডত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন/লোকাৰ্পণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
September 15th, 11:30 am
ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰীযুত সন্তোষ গংগৱাৰ জী, মোৰ কেবিনেট সতীৰ্থ শিৱৰাজ সিং চৌহান জী, অন্নপূৰ্ণা দেৱী জী, সঞ্জয় ছেঠ জী, সাংসদ বিদ্যুৎ মাহাতো জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী ইৰফান আনছাৰী জী, ঝাৰখণ্ড বিজেপিৰ সভাপতি বাবুলাল মাৰাণ্ডী জী, সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাৰ সভাপতি সুদেশ মাহাতো জী, বিধায়কগণ, অন্যান্য বিশিষ্ট ব্যক্তি, ভাই-ভনীসকল।ঝাৰখণ্ডৰ টাটানগৰত ৬৬০ কোটিতকৈ অধিক মূল্যৰ ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ নামত উৎসৰ্গা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 15th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ঝাৰখণ্ডৰ টাটানগৰত ৬৬০ কোটিৰো অধিক মূল্যৰ বিভিন্ন ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উৎসৰ্গা কৰে। তেওঁ লগতে ৩২ হাজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (পিএমএৱাই-জি) হিতাধিকাৰীলৈ অনুমোদন পত্ৰ বিতৰণ কৰে। ইয়াৰ পূৰ্বে শ্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টাটানগৰ জংচন ৰে’লৱে ষ্টেচনত ৬খন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰে।১৫-১৭ ছেপ্টেম্বৰত ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 14th, 09:53 am
১৫ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডলৈ যাত্ৰা কৰিব আৰু প্ৰায় ১০ বজাত ঝাৰখণ্ডৰ টাটানগৰ জংচন ৰে’লৱে ষ্টেচনত টাটানগৰ-পাটনা বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব। পুৱা প্ৰায় ১০:৩০ বজাত তেওঁ ৬৬০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ বাবে উচৰ্গা কৰাৰ লগতে ঝাৰখণ্ডৰ টাটানগৰত ২০ হাজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ (পিএমএৱাই-জি) হিতাধিকাৰীলৈ অনুমোদন পত্ৰ বিতৰণ কৰিব৷