১৪০ কোটি লোকে বহু পৰিৱৰ্তন আনিছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
November 26th, 11:30 am
মন কী বাতলৈ আদৰণি জনাইছো৷ আমি আমি এই ২৬ নৱেম্বৰৰ দিনটোৰ কথা পাহৰিব নোৱাৰো৷ কিন্তু ভাৰতৰ দৃঢ়তাই আমাক এই কষ্ট অতিক্ৰম কৰাত সহায় কৰিলে; এতিয়া আমি সম্পূৰ্ণ উৎসাহেৰে সন্ত্ৰাসবাদৰ অন্ত পেলাইছো। মুম্বাই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো। আজি দেশে সেই বীৰসকলক স্মৰণ কৰিছে যিসকলে আক্ৰমণৰ সময়ত সৰ্বস্ব ত্যাগ কৰিছিল।মোৰ পৰিয়ালৰ সদস্যসকল, এই ২৬ নৱেম্বৰৰ দিনটো আৰু এটা কাৰণত অত্যন্ত তাৎপৰ্যপূৰ্ণ। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল। মোৰ মনত আছে, ২০১৫ চনত যেতিয়া আমি বাবাচাহেব আম্বেদকাৰৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছিলো, তেতিয়া ২৬ নৱেম্বৰ দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ এটা চিন্তাই মনত দোলা দিছিল। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আমি এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি আহিছো। সংবিধান দিৱস উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু একেলগে আমি নিশ্চিতভাৱে নাগৰিকৰ কৰ্তব্যৰ অগ্ৰাধিকাৰ অনুসৰি এখন উন্নত ভাৰতৰ সংকল্পৰ উপনীত হ’ম।Guided by mantra of 'Sabka Saath-Sabka Vikas' we have worked for welfare of poor in last 8 years: PM
June 10th, 10:16 am
PM Modi participated in a programme 'Gujarat Gaurav Abhiyan’, where he launched multiple development initiatives. The pride of Gujarat is the rapid and inclusive development in the last two decades and a new aspiration born out of this development. The double engine government is sincerely carrying forward this glorious tradition, he said.PM Launches Multiple Development Projects During 'Gujarat Gaurav Abhiyan' in Navsari
June 10th, 10:15 am
PM Modi participated in a programme 'Gujarat Gaurav Abhiyan’, where he launched multiple development initiatives. The pride of Gujarat is the rapid and inclusive development in the last two decades and a new aspiration born out of this development. The double engine government is sincerely carrying forward this glorious tradition, he said.প্ৰধানমন্ত্ৰীয়ে ১০ জুনত গুজৰাট ভ্ৰমণ কৰিব
June 08th, 07:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ জুনত গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে নৱসাৰীত 'গুজৰাট গৌৰৱ অভিযান'ৰ সময়ত একাধিক উন্নয়নমূলক পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দুপৰীয়া প্ৰায় ১২:১৫ বজাত তেওঁ নৱসাৰীত এ.এম নাইক হেল্থকেয়াৰ কমপ্লেক্স আৰু নিৰালী মাল্টি স্পেচিয়েলিটী হাস্পতাল উদ্বোধন কৰিব। ইয়াৰ পিছতে আবেলি প্ৰায় ৩:৪৫ বজাত তেওঁ আহমেদাবাদৰ ভূপালত ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিব।PM inaugurates Cattle Feed Plant, launches irrigation and water supply schemes at Bajipura, Gujarat
April 17th, 12:23 pm
PM Modi inaugurated the SUMUL cattle feed plant at Bajipura in southern Gujarat. He also laid the Foundation Stone for three Lift Irrigation Schemes, and inaugurated the Drinking Water Supply Scheme for Vyara Town and Jesinhpur-Dolvan Groups of Tapi district. SUMUL is an example of positive results that can be achieved when Sahkar (Cooperatives) and Sarkar (Government) work together, said the PMThe women of Gujarat have become integral parts of the development journey of Gujarat: Shri Narendra Modi
February 14th, 04:08 pm
The women of Gujarat have become integral parts of the development journey of Gujarat: Shri Narendra ModiWATCH LIVE: Shri Narendra Modi to address the Mahila Sashaktikaran Sammelan. On 14th February, 2014.
February 11th, 12:36 pm
WATCH LIVE: Shri Narendra Modi to address the Mahila Sashaktikaran Sammelan. On 14th February, 2014.