তিৰুৱল্লুৱৰ দিৱসত আমি আমাৰ দেশৰ অন্যতম শ্ৰেষ্ঠ দাৰ্শনিক, কবিআৰুচিন্তাবিদ মহান তিৰুৱল্লুৱৰকস্মৰণ কৰিছো ঃ প্ৰধানমন্ত্ৰী
January 15th, 12:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিৰুৱল্লুৱৰ দিৱসত মহান তামিল দাৰ্শনিক, কবি আৰু চিন্তাবিদ তিৰুৱল্লুৱৰক স্মৰণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে মহান তিৰুৱল্লুৱৰৰ শ্লোকবোৰত তামিল সংস্কৃতিৰ সাৰমৰ্ম আৰু আমাৰ দাৰ্শনিক ঐতিহ্য প্ৰতিফলিত হৈছে। শ্ৰী মোদীয়ে কয় তেওঁৰ কালজয়ী ৰচনা তিৰুক্কুৰালে প্ৰেৰণাৰ পোহৰ হিচাপে স্থান লৈ আছে, যি বিভিন্ন বিষয়ত গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে।আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰৰ কমিচনিং অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 15th, 11:08 am
১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয়। মই দেশখনক ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰতিগৰাকী বীৰ জোৱানক প্ৰণাম জনাইছোঁ, ভাৰত মাতাক ৰক্ষাৰ কামত নিয়োজিত প্ৰতিগৰাকী বীৰ পুৰুষ-মহিলাক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰন্টলাইন নেভেলকম্বাটেন্টআইএনএছচুৰাট, আইএনএছনীলগিৰিআৰুআইএনএছবঘশ্বীৰৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
January 15th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ নেভেল ডকয়াৰ্ডত তিনি ফ্ৰন্টলাইন নেভেলকম্বাটেন্ট আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে ১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয় আৰু ৰাষ্ট্ৰৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী সাহসী যোদ্ধালৈ প্ৰণাম জনোৱা হয়। এই উপলক্ষে তেখেতে সকলো বীৰ যোদ্ধাকে অভিনন্দন জ্ঞাপন কৰে।ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 14th, 10:45 am
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে
January 14th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।Congress, with its Emergency-era mentality, has lost faith in democracy: PM Modi in Rudrapur
April 02nd, 12:30 pm
Ahead of the Lok Sabha election 2024, Prime Minister Narendra Modi spoke to a large audience in Rudrapur, Uttarakhand today. Beginning his speech, PM Modi remarked, This marks my inaugural electoral rally in the 'Devbhumi,' Uttarakhand. Moreover, this rally unfolds in an area frequently labeled as Mini India. You all have come here to bless us in such large numbers. We are deeply grateful to all of you.PM Modi delivers a powerful speech at a public meeting in Rudrapur, Uttarakhand
April 02nd, 12:00 pm
Ahead of the Lok Sabha election 2024, Prime Minister Narendra Modi spoke to a large audience in Rudrapur, Uttarakhand today. Beginning his speech, PM Modi remarked, This marks my inaugural electoral rally in the 'Devbhumi,' Uttarakhand. Moreover, this rally unfolds in an area frequently labeled as Mini India. You all have come here to bless us in such large numbers. We are deeply grateful to all of you.21st century is about fulfilling every Indian's aspirations: PM Modi in Lok Sabha
August 10th, 04:30 pm
PM Modi replied to the Motion of No Confidence in Lok Sabha. PM Modi said that it would have been better if the opposition had participated with due seriousness since the beginning of the session. He mentioned that important legislations were passed in the past few days and they should have been discussed by the opposition who gave preference to politics over these key legislations.লোকসভাত অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ
August 10th, 04:00 pm
সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ প্ৰতি বাৰে বাৰে আস্থা প্ৰকাশ কৰাৰ বাবে ভাৰতৰ প্ৰতিজন নাগৰিকৰ প্ৰতি তেওঁ অপৰিসীম কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আহিছে। তেওঁ স্মৰণ কৰে যে এয়া চৰকাৰৰ বাবে নহয় বৰঞ্চ ২০১৮ চনত বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ অনাৰ সময়ত সদনত প্ৰৱৰ্তন কৰাসকলৰ বাবেহে ফ্ল’ৰ টেষ্ট। ‘২০১৯ চনত আমি যেতিয়া নিৰ্বাচন খেলিছিলো তেতিয়া ৰাইজে তেওঁলোকৰ ওপৰত সৰ্বতোপ্ৰকাৰে অনাস্থা ঘোষণা কৰিছিল”, এন ডি এ আৰু বিজেপি দুয়োটা দলে অধিক আসন লাভ কৰা বুলি উল্লেখ কৰি এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে। এক প্ৰকাৰে প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ চৰকাৰৰ বাবে ভাগ্যৰ কথা। লগতে এন ডি এ আৰু বিজেপিয়ে সকলো অভিলেখ ভংগ কৰি ৰাইজৰ আশীৰ্বাদত ২০২৪ চনতো বিজয়ী হৈ ওলাই আহিব বুলিও তেওঁ আস্থা প্ৰকাশ কৰে।ড্ৰাগছৰ অপব্যৱহাৰ বিৰোধী অভিযানত যুৱ সমাজৰ ব্যাপক অংশগ্ৰহণ অতিশয় উৎসাহজনকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
July 30th, 11:30 am
‘মন কী বাত’লৈ আপোনালোক সকলোকে বহুত বহুত আদৰণি জনাইছো৷ জুলাই মাহ, অৰ্থাৎ বৰষুণ বতৰ৷ বিগত কিছুদিন ধৰি প্ৰাকৃতিক দুৰ্যোগৰ বাবে, চিন্তা আৰু উদ্বেগপূৰ্ণ হৈ আছে৷ যমুনাসহ কেইবাখনো নদীৰ বানত বহু অঞ্চলৰ লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ পাহাৰীয়া এলেকাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ সেই সময়ছোৱাত দেশৰ পশ্চিমাঞ্চলত, কিছু দিন পূৰ্বে গুজৰাটত বিভিন্ন অঞ্চলত বিপৰ্যয় ঘূৰ্ণীবতাহ আহিছিল৷ কিন্তু বন্ধুসকল, এই দুৰ্যোগৰ মাজতো আমি সকলো দেশবাসী পুনৰ দেখুৱাই দিলো যে সামূহিক প্ৰচেষ্টাৰ শক্তি কিমান৷ স্থানীয় লোকসকলে, আমাৰ এনডিআৰএফ জোৱানসকলে, স্থানীয় প্ৰশাসনৰ লোকসকলে দিনে-ৰাতিয়ে লাগি এই দুৰ্যোগৰ মোকাবিলা কৰিলে৷ যিকোনো ধৰণৰ দুৰ্যোগ প্ৰশমনত আমাৰ সামৰ্থ্য আৰু সম্পদৰ ভূমিকা অধিক-কিন্তু ইয়াৰ সমান্তৰালভাৱে আমাৰ সংবেদনশীলতা আৰু এজনে আনজনক হাতে হাত ধৰাটো সিমানেই গুৰুত্বপূৰ্ণ৷ সৰ্বজন হিতায়ৰ এই ভাৱনা ভাৰতৰ পৰিচয়ৰ লগতে শক্তিও৷সৌৰাষ্ট্ৰ তামিল সংগমমৰ অংশগ্ৰহণকাৰীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
April 17th, 10:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৌৰাষ্ট্ৰ তামিল সংগমমৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে।BJP is the only pan-India party from east to west and from north to south: PM Modi
March 28th, 06:37 pm
Prime Minister Narendra Modi addressed party karyakartas at the BJP headquarters during the inauguration of residential complex and auditorium of BJP. Addressing the gathering, he said, “I remember, in February 2018, when I had come to inaugurate this headquarters, I had said that the soul of this office is our karyakartas. Today when we are expanding this office, it is also not just an expansion of a building. Rather, it is an extension of the dreams of every BJP worker, it is an extension of BJP's resolve to serve.”PM Modi addresses Party Karyakartas at BJP HQ in Delhi
March 28th, 06:36 pm
Prime Minister Narendra Modi addressed party karyakartas at the BJP headquarters during the inauguration of residential complex and auditorium of BJP. Addressing the gathering, he said, “I remember, in February 2018, when I had come to inaugurate this headquarters, I had said that the soul of this office is our karyakartas. Today when we are expanding this office, it is also not just an expansion of a building. Rather, it is an extension of the dreams of every BJP worker, it is an extension of BJP's resolve to serve.”এছটি সংগমমে গুজৰাট আৰু তামিলনাডুৰ মাজত এক প্ৰাচীন সম্পৰ্কক উদযাপন কৰেঃ প্ৰধানমন্ত্ৰী
March 19th, 08:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৌৰাষ্ট তামিল সংগমমৰ অধীনত গুজৰাট আৰু তামিলনাডুৰ মাজৰ সম্পৰ্কক উদযাপন কৰা হৈছে বুলি আলোকপাত কৰে৷ এছটি সংগমমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ উদযাপন৷গুজৰাটৰ গান্ধীনগৰত মহাত্মা গান্ধী সমাৰোহ আৰু প্ৰদৰ্শনী কেন্দ্ৰত ডেফএক্সপ’, ২২ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 19th, 10:05 am
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং জী, গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, গুজৰাট চৰকাৰৰ মন্ত্ৰী জগদীশ ভাই, মন্ত্ৰীপৰিষদৰ অন্যান্য বিশিষ্ট ব্যক্তিসকল, চিডিএছ জেনেৰেল অনিল চৌহান জী, বায়ু সেনাৰ মুৰব্বী এয়াৰ শ্বীফ মাৰ্ছেল বি আৰ চৌধৰী, নৌ সেনাৰ মুৰব্বী এডমাইৰেল আৰ. হৰিকুমাৰ, স্থল সেনাৰ মুৰব্বী জেনেৰেল মনোজ পাণ্ডে, অন্যান্য বিশিষ্ট ব্যক্তিসকল, বিদেশৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল, ভদ্ৰ-পুৰুষ মহিলাসকল,PM inaugurates DefExpo22 at Mahatma Mandir Convention and Exhibition Centre in Gandhinagar, Gujarat
October 19th, 09:58 am
PM Modi inaugurated the DefExpo22 at Mahatma Mandir Convention and Exhibition Centre in Gandhinagar, Gujarat. PM Modi acknowledged Gujarat’s identity with regard to development and industrial capabilities. “This Defence Expo is giving a new height to this identity”, he said. The PM further added that Gujarat will emerge as a major centre of the defence industry in the coming days.PM Modi addresses public meetings in Madurai and Kanyakumari, Tamil Nadu
April 02nd, 11:30 am
PM Modi addressed election rallies in Tamil Nadu's Madurai and Kanyakumari. He invoked MGR's legacy, saying who can forget the film 'Madurai Veeran'. Hitting out at Congress, which is contesting the Tamil Nadu election 2021 in alliance with DMK, PM Modi said, “In 1980 Congress dismissed MGR’s democratically elected government, following which elections were called and MGR won from the Madurai West seat. The people of Madurai stood behind him like a rock.”PM speaks to TN CM and Puducherry CM regarding the situation in the wake of Cyclone Nivar
November 24th, 11:32 am
The Prime Minister Shri Narendra Modi has spoken to Tamil Nadu Chief Minister Shri Edappadi K. Palaniswami and Puducherry Chief Minister Shri V Narayanasami regarding the situation in the wake of Cyclone Nivar.৬ মাৰ্চ ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিব কৰ্ণাটকৰ কালাবুৰাগি আৰু তামিলনাডুৰ কাঞ্চীপুৰম
March 05th, 03:02 pm
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ কৰ্ণাটকৰ কালাবুৰাগি আৰু তামিলনাডুৰ কাঞ্চীপুৰম ভ্ৰমণ কৰিব৷ দুয়োটা স্থানতে তেওঁ বিভিন্ন প্ৰকল্প মুকলি কৰিব৷PM Modi interacts with party workers from Kanyakumari, Coimbatore, Nilgiris, Namakkal and Salem
December 15th, 04:30 pm
Prime Minister Narendra Modi interacted with booth-level Karyakartas of BJP in Tamil Nadu today. The video interaction is one of the many such interactions of PM Modi with the booth level Karyakartas.