Do things that you enjoy and that is when you will get the maximum outcome: PM Modi at Pariksha Pe Charcha

April 01st, 01:57 pm

PM Narendra Modi interacted with students, their parents and teachers during the 5th edition of Pariksha Pe Charcha at Delhi's Talkatora Stadium. He spoke on subjects like with examination stress, using technology effectively, keeping self motivated and improving productivity, the National Education Policy and more.

পৰীক্ষা পে চৰ্চা, ২০২২ অনুষ্ঠানত শিক্ষাৰ্থী, শিক্ষাগুৰু আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে

April 01st, 01:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত আজি পৰীক্ষা পে চৰ্চা (পিপিচি)ৰ পঞ্চম খণ্ডত শিক্ষাৰ্থী, শিক্ষাগুৰু আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰে৷ মত বিনিময়ৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা বিভিন্ন প্ৰদৰ্শনী পৰিদৰ্শন কৰে৷ এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, অন্নপূৰ্ণা দেৱী, ড০ সুভাষ সৰকাৰ, জ০ ৰাজকুমাৰ ৰঞ্জন সিং আৰু ৰাজীৱ চন্দ্ৰশেখৰকে ধৰি কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে৷

১ এপ্ৰিল, ২০২২ত ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত শিক্ষাৰ্থী, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

March 26th, 11:56 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ এপ্ৰিল, ২০২২ত দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত ‘পৰীক্ষা পে চৰ্চা’ শীৰ্ষক অনুষ্ঠানত শিক্ষাৰ্থী, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলৰ সৈতে মত বিনিময় কৰিব৷ তেওঁ চাপমুক্ত হৈ পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱাৰ সন্দৰ্ভত বাৰ্তালাপ কৰিব৷

পৰীক্ষা পে চৰ্চা ২০২১- পৰীক্ষাত অৱতীৰ্ণ হওক হাঁহি আৰু নিৰুদ্বেগৰ সৈতে!

February 18th, 02:33 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা ২০২১ত শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকৰ সৈতে ভাৱ-বিনিময় কৰিব৷ এইবাৰ কাৰ্যসূচী সম্পূৰ্ণ অনলাইন হ’ব আৰু সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থীসকলৰ বাবে মুকলি থাকিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ সৈতে তেওঁলোকে পৰীক্ষাৰ উদ্বিগ্নতাৰ পৰা কিদৰে মুক্ত হ’ব সেই বিষয়ে কথা পাতিব৷

Be confident about your preparation: PM Modi to students appearing for exams

January 20th, 10:36 am

PM Modi interacted with students as part of Pariksha Pe Charcha. He answered several questions from students across the country on how to reduce examination stress. The PM discussed subjects like importance of technology in education, dealing with the expectations of teachers and parents, future career options & more.

‘‘পৰীক্ষা পে চৰ্চা ৩.০’’ত শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

January 20th, 10:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ‘‘পৰীক্ষা পে চৰ্চা ৩.০’’ শীৰ্ষক এক কাৰ্যসূচীত শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ এই বাৰ্তালাপ কাৰ্যসূচীত ৫০ গৰাকী দিব্যাংগ শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে৷ ৯০ মিনিটজোৰা চলা এই বাৰ্তালাপত শিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰীৰ পৰা বিভিন্ন বিষয়ত উপদেশ বিচৰাটো পৰিলক্ষিত হয়৷ এইবাৰৰ কাৰ্যসূচীত দেশৰ শিক্ষাৰ্থীসকলৰ উপৰিও ভাৰতৰ বাহিৰৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে৷

“পৰীক্ষা পে চৰ্চা, ২০২০” অনুষ্ঠানত শিক্ষাৰ্থী, শিক্ষক আৰু পিতৃ-মাতৃৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 19th, 08:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ ২০ জানুৱাৰীত “পৰীক্ষা পে চৰ্চা, ২০২০” অনুষ্ঠানত শিক্ষাৰ্থী, শিক্ষক আৰু পিতৃ–মাতৃৰে বাৰ্তালাপ কৰিব৷ শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰিবলগীয়া “পৰীক্ষা পে চৰ্চা, ২০২০” শীৰ্ষক অনুষ্ঠানৰ তৃতীয়টো সংস্কৰণ কাইলৈ নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে একাংশ নিৰ্বাচিত শিক্ষাৰ্থীয়ে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে তেওঁলোকৰ সৈতে পৰীক্ষাৰ সময়ত কিদৰে চাপ নাইকিয়া কৰিব পাৰি, সেই বিষয়ে বাৰ্তালাপ কৰিব৷

Join Live: Pariksha Pe Charcha with PM Modi!

January 19th, 10:40 am

PM Modi will be interacting with students, parents and teachers from all across the country on Monday, 20th January 2020 and discuss ways to reduce examination stress.

IPPB would usher in economic transformation by bringing banks to the doorsteps of the villagers and the poor: PM Modi

September 01st, 10:54 pm

The Prime Minister, Shri Narendra Modi, today launched the India Post Payments Bank (IPPB) at Talkatora Stadium in New Delhi. The function was witnessed at over 3000 locations across the country, which were connected to the main event in Delhi.

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংক—বিত্তীয় অন্তৰ্ভুক্তিৰ দিশে এক বলিষ্ঠ পদক্ষেপ

September 01st, 04:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংক(আইপিপিবি)মুকলি কৰে৷ এই অনুষ্ঠান দেশৰ ৩০০০ৰো অধিক স্থানৰ পৰা প্ৰত্যক্ষ কৰা হয়, যিবোৰ দিল্লীৰ মূল অনুষ্ঠানৰ সৈতে সংযুক্ত কৰা হৈছিল৷

১ ছেপ্তেম্বৰ শনিবাৰে ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংক মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

August 31st, 10:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ ছেপ্তেম্বৰ শনিবাৰে নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংক(আইপিপিবি)মুকলি কৰিব৷