তিৰুচিৰাপল্লীৰ ভাৰতীদছন বিশ্ববিদ্যালয়ৰ ৩৮সংখ্যক সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 02nd, 11:30 am
তামিলনাডুৰ ৰাজ্যপাল থিৰু আৰএন ৰবি জী, মুখ্যমন্ত্ৰী থিৰু এম কে ষ্টেলিন জী, ভাৰতীদছন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য থিৰু এম ছেলভান জী, মোৰ যুৱ বন্ধুসকল আৰু বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকল,প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত ভাৰতীদাসন বিশ্ববিদ্যালয়ৰ ৩৮ সংখ্যক দীক্ষান্ত সমাৰোহত ভাষণ দিয়ে
January 02nd, 10:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুচিৰাপল্লীত ভাৰতীদাসন বিশ্ববিদ্যালয়ৰ ৩৮ সংখ্যক দীক্ষান্ত সমাৰোহত ভাষণ দিয়ে। তেওঁ বিশ্ববিদ্যালয়খনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বঁটাও প্ৰদান কৰে।Delhi University played a major part in creating a strong generation of talented youngsters: PM Modi
June 30th, 11:20 am
PM Modi addressed the Valedictory Ceremony of Centenary Celebrations of the University of Delhi. The universities and educational institutions of any nation present a reflection of its achievements”, PM Modi said. He added that in the 100-year-old journey of DU, there have been many historic landmarks which have connected the lives of many students, teachers and others.PM addresses Valedictory Ceremony of Centenary Celebrations of University of Delhi
June 30th, 11:00 am
PM Modi addressed the Valedictory Ceremony of Centenary Celebrations of the University of Delhi. The universities and educational institutions of any nation present a reflection of its achievements”, PM Modi said. He added that in the 100-year-old journey of DU, there have been many historic landmarks which have connected the lives of many students, teachers and others.শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট সংস্থানৰ ৭৫ তম অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 24th, 11:10 am
পূজ্য শাস্ত্ৰীজী মহাৰাজ শ্ৰী ধৰ্মজীৱন দাসজী স্বামীৰ অনুপ্ৰেৰণাত ৰাজকোট গুৰুকুলে ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। ৰাজকোট গুৰুকুলৰ ৭৫ বছৰীয়া এই যাত্ৰাৰ বাবে মই আপোনালোক সকলোকে হৃদয়েৰে অভিনন্দন জনাইছো। ভগৱান শ্ৰী স্বামী নাৰায়ণৰ নাম স্মৰণ কৰিলে এক নতুন চেতনা আহে আৰু আজি আপোনালোক সকলো সাধুৰ উপস্থিতিত স্বামীনাৰায়ণৰ নাম স্মৰণ কৰাটো এক পৃথক বিশেষাধিকাৰৰ উপলক্ষ। মই নিশ্চিত যে এই ঐতিহাসিক প্ৰতিষ্ঠানটোৰ ভৱিষ্যত আৰু অধিক সফল হ'ব। ইয়াৰ অৱদান আৰু অধিক অতুলনীয় হ'ব।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট প্ৰতিষ্ঠানৰ ৭৫ সংখ্যক অমৰুত মহোৎসৱত ভাষণ প্ৰধানমন্ত্ৰীৰ
December 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট প্ৰতিষ্ঠানৰ ৭৫সংখ্যক অমৰুট মহোৎসৱত ভাষণ আগবঢ়ায়।