টি এন ছেছানৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
November 11th, 02:40 pm
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী ছেছান এগৰাকী অসাধাৰণ অসামৰিক বিষয়া আছিল৷ তেওঁ মৰ্যাদা আৰু সততাৰে ভাৰতৰ প্ৰতি সেৱা আগবঢ়াইছিল৷ নিৰ্বাচনী সংস্কাৰৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টাৱলীয়ে আমাৰ গণতন্ত্ৰক শক্তিশালী আৰু অধিক অংশগ্ৰহণমুখী কৰি তুলিলে৷ তেওঁৰ বিয়োগত দুঃখিত হৈছো৷ ওম শান্তি৷”