দুৰ্যোগ প্ৰতিৰোধী সহনশীল আন্তঃগাঁথনি সংক্ৰান্তীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণ পাঠ
April 04th, 09:46 am
মাননীয় অতিথিসকল, ৰাষ্ট্ৰপ্ৰধান, শিক্ষাবিদ, বাণিজ্যিক প্ৰতিনিধি, আইন প্ৰণেতা আৰু সমগ্ৰ বিশ্বৰ মোৰ মৰমৰ বন্ধুসকল!‘দুৰ্যোগ সহণশীল আন্তঃগাঁথনি নিৰ্মাণ সম্পৰ্কীয় পঞ্চম আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে
April 04th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ‘দুৰ্যোগ সহণশীল আন্তঃগাঁথনি (আইচিডিআৰআই)নিৰ্মাণ সম্পৰ্কীয় ২০২৩ৰ পঞ্চম আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ত ভাষণ দিয়ে।এনপিডিআৰআৰ আৰু সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰ-২০২৩ৰ তৃতীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
March 10th, 09:43 pm
সৰ্বপ্ৰথমে মই দুৰ্যোগ প্ৰতিৰোধ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত সকলো বন্ধুক অভিনন্দন জনাইছো। কিয়নো কাম এনেকুৱাই যে আপোনালোকে বহুবাৰ নিজৰ জীৱন সংকটত পেলায়ো আনৰ জীৱন বচাবলৈ বহুত চমকপ্ৰদ কাম কৰিছে। শেহতীয়াকৈ তুৰ্কী আৰু ছিৰিয়াত ভাৰতীয় দলৰ প্ৰয়াস সমগ্ৰ পৃথিৱীয়ে প্ৰশংসা কৰিছে আৰু এই কথা প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। উদ্ধাৰ আৰু সাহায্যৰে জড়িত মানৱ সম্পদ আৰু প্ৰযুক্তিগত সক্ষমতাক ভাৰতে যেনেদৰে বঢ়াইছে, সেয়া দেশতো বেলেগ বেলেগ দুৰ্যোগৰ সময়ত বহুত লোকৰ জীৱন বচোৱাত সহায়ক হৈছে। দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত প্ৰণালী শক্তিশালী হওক, ইয়াৰ বাবে উৎসাহিত হওক, আৰু দেশজুৰি এক সঠিক প্ৰতিযোগিতাৰ বাতাবৰণ হওক এই কামৰ বাবে এক বিশেষ পুৰস্কাৰো ঘোষণা কৰা হৈছে। আজি ইয়াত দুটা সংস্থাক নেতাজী সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰ দিয়া হৈছে। ওডিশা ষ্টেট ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটীয়ে চাইক্লনৰ পৰা আৰম্ভ কৰি ছুনামিলৈকে, বিভিন্ন দুৰ্যোগৰ সময়ত উৎকৃষ্ট কাম কৰি আছে। এনেকৈ মিজোৰামৰ লুংলেই ফায়াৰ ষ্টেচনে হাবিত লগা জুই নুমুৱাবলৈ অক্লান্ত পৰিশ্ৰম কৰে, সমগ্ৰ অঞ্চলটোক বচায় আৰু জুই বিয়পাত বাধা দিয়ে। মই এই সংস্থাত কাম কৰা সকলো বন্ধুক বহুত বহুত অভিনন্দন জনাইছো।দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় মঞ্চৰ তৃতীয় পৰ্ব উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 10th, 04:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় মঞ্চ(এনপিডিআৰআৰ)ৰ তৃতীয় পৰ্ব উদ্বোধন কৰে৷ এই মঞ্চৰ তৃতীয় পৰ্বৰ মুল বিষয়বস্তু হৈছে পৰিৱৰ্তিত জলবায়ুত স্থানীয় সুস্থিৰতা গঢ়ি তোলা’৷তুৰস্ক আৰু ছিৰিয়াত ‘অপাৰেশ্যন দোষ্ট’ত নিয়োজিত এনডিআৰএফ জোৱানসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ সময়ত আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
February 20th, 06:20 pm
আপোনালোকে মানৱতাৰ বাবে মহান কাম কৰি উভতি আহিছে। অপাৰেশ্যন দোষ্টৰ সৈতে জড়িত সমগ্ৰ দলটোৱে, সেয়া এনডিআৰএফেই হওক, স্থল সেনাই হওক, বায়ু সেনাই হওক বা আমাৰ অন্যান্য সেৱাৰ অংশীদাৰ হওক, এক সুন্দৰ কাম কৰিছে আৰু আনকি আমাৰ নিবাক বন্ধু ডগ স্কোৱাডৰ সদস্যসকলেও অদ্ভূট ক্ষমতা প্ৰদৰ্শন কৰিলে৷ আপোনালোকক লৈ দেশে অতি গৌৰৱ অনুভৱ কৰিছে।প্ৰধানমন্ত্ৰীয়ে তুৰ্কিয়ে আৰু ছিৰিয়াত 'অপাৰেশ্যন দোস্ত'ত অন্তৰ্ভুক্ত এনডিআৰএফ কৰ্মীৰ সৈতে বাৰ্তালাপ কৰে
February 20th, 06:00 pm
প্ৰধানমন্ত্ৰীয়ে আজি ভূমিকম্প প্ৰভাৱিত তুৰ্কিয়ে আৰু ছিৰিয়াত 'অপাৰেশ্যন দোস্ত'ত অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ কৰ্মীসকলৰ সৈতে বাৰ্তালাপ কৰে।চিৰিয়াত ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
February 06th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিৰিয়াত হোৱা ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে আমি চিৰিয়াৰ জনসাধাৰণৰ দুখৰ সমভাগী হৈছোঁ আৰু এই কঠিন সময়ত সহায় আৰু সমৰ্থন আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ।