ছুইজাৰলেণ্ডৰ জেনেভাত বিশ্ব স্বাস্থ্য সভাৰ ৭৬সংখ্যক অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ
May 21st, 06:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সভাৰ ৭৬সংখ্যক অধিৱেশনত আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়।১৩ জানুৱাৰীত বাৰাণসীত বিশ্বৰ দীঘতম ৰিভাৰ ক্ৰুজ-এমভি গংগা বিলাসৰ ফ্লেগ অফ আৰু টেণ্ট চিটি উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
January 11th, 03:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ জানুৱাৰীত বাৰাণসীত পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিশ্বৰ দীঘতম ৰিভাৰ ক্ৰুজ-এমভি গংগা বিলাসক ফ্লেগ অফ কৰাৰ লগতে টেণ্ট চিটি উদ্বোধন কৰিব। তদুপৰি অনুষ্ঠানৰ সময়ত তেওঁ ১,০০০ কোটি টকাৰো অধিক মূল্যৰ আন কেইবাটাও আভ্যন্তৰীণ জলপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।১৯ জুনত ৪৪সংখ্যক দবা অলিম্পিয়াডৰ বাবে ঐতিহাসিক শিখা দৌৰ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 17th, 04:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ জুনত সন্ধিয়া ৫ বজাত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত ৪৪সংখ্যক দবা অলিম্পিয়াডৰ বাবে ঐতিহাসিক শিখা দৌৰ আৰম্ভ কৰিব। এই উপলক্ষে তেওঁ উপস্থিত দৰ্শক সম্বোধি ভাষণ আগবঢ়াব।বিশ্ব অৰ্থনৈতিক মঞ্চৰ ডাভোচ সন্মিলনত প্ৰধানমন্ত্ৰীৰ 'ষ্টেট অৱ দ্য ৱৰ্ল্ড' শীৰ্ষক সম্বোধনৰ অসমীয়া অনুবাদ
January 17th, 08:31 pm
১৩০ কোটি ভাৰতীয়ৰ হৈ মই বিশ্ব অৰ্থনৈতিক মঞ্চত সমবেত সমগ্ৰ বিশ্বখনৰ বিশিষ্ট ব্যক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি মই আপোনাসৱৰ সৈতে কথা পাতি থকা সময়তে ভাৰতে সাৱধানতা আৰু সতৰ্কতাৰে আন এটা ক’ৰোনা ঢৌৰে মোকাবিলা কৰি আছে। সমান্তৰালভাৱে, ভাৰতে তদুপৰি বহু আশাব্যঞ্জক ফলাফলেৰে অৰ্থনৈতিক ক্ষেত্ৰখনত আগুৱাই গৈছে। আজি ভাৰত স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ উত্তেজনাৰে পৰিপূৰ্ণ আৰু লগতে মাত্ৰ এবছৰতে ১৬০ কোটি ক’ৰোনা ভেকচিনৰ পালি প্ৰদানৰ আত্মবিশ্বাসেৰে ভৰি পৰিছে।PM Modi's remarks at World Economic Forum, Davos 2022
January 17th, 08:30 pm
PM Modi addressed the World Economic Forum's Davos Agenda via video conferencing. PM Modi said, The entrepreneurship spirit that Indians have, the ability to adopt new technology, can give new energy to each of our global partners. That's why this is the best time to invest in India.শ্যামজী কৃষ্ণ বর্মাৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ
October 04th, 10:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্যামজী কৃষ্ণ বর্মাৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ২০০৩ ত ছুইজাৰলেণ্ডৰপৰা ভাৰতলৈ শ্যামজী কৃষ্ণ বর্মাৰ ভষ্ম অনা আৰু ২০১৫ ত যুক্তৰাজ্যৰপৰা তেওঁৰ ৰিইনছটেটমেন্ট চাৰ্টিফিকেট লাভ কৰাৰ কথা দোহাৰে।চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জানুৱাৰী 2018
January 24th, 07:35 pm
চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!PM Modi interacts with leading CEOs at the International Business Council at Davos
January 23rd, 09:38 pm
In Davos, PM Narendra Modi met leading CEOs at the International Business Council event. He spoke about India's reform trajectory and how India is an ideal destination for investment. The PM also held talks with several Indian CEOs and complimented the country's entrepreneurial zeal.চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জানুৱাৰী 2018
January 23rd, 08:07 pm
চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!PM's bilateral meetings on the sidelines of World Economic Forum in Davos
January 23rd, 07:06 pm
PM Narendra Modi held bilateral talks with several State leaders on the sidelines of the World Economic Forum in Davos.ডাভোচলৈ উৰা মৰাৰ আগতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা বিজ্ঞপ্তি
January 23rd, 05:02 pm
“মই ভাৰতৰ পৰম বন্ধু তথা বিশ্ব অৰ্থনৈতিক মঞ্চৰ প্ৰতিষ্ঠাতা অধ্যাপক ক্লাউছ স্কোৱাবৰ আমন্ত্ৰণ লাভ কৰাৰে পৰা ডাভোচত অনুষ্ঠিত হ’বলগীয়া বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাবে আগ্ৰহেৰে বাট চাইছিলো। এই মঞ্চৰ বিষয়বস্তু “ছিন্ন-ভিন্ন বিশ্বৰ বাবে এক উমৈহতীয়া ভৱিষ্যত” অতি তাৎপৰ্যপূৰ্ণ আৰু প্ৰাসঙ্গিক।PM holds roundtable meeting with CEOs at Davos
January 23rd, 09:41 am
At Davos, PM Narendra Modi interacted with top CEOs. He spoke about India’s economic development and the investment opportunities in the nation.PM Modi hold talks with President of the Swiss Confederation, Mr. Alain Berset
January 23rd, 09:08 am
On reaching Davos, PM Narendra Modi held talks with the President of the Swiss Confederation, Mr. Alain Berset. The leaders discussed ways to enhance the bilateral cooperation between both the countries in host of sectors.PM Modi arrives at Switzerland
January 22nd, 06:59 pm
PM Narendra Modi arrived at Switzerland where he would attend the World Economic Forum. He would deliver the opening remarks and also hold meetings with several State leaders during the visit.ডাভোচলৈ উৰা মৰাৰ আগতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা বিজ্ঞপ্তি
January 21st, 09:04 pm
“মই ভাৰতৰ পৰম বন্ধু তথা বিশ্ব অৰ্থনৈতিক মঞ্চৰ প্ৰতিষ্ঠাতা অধ্যাপক ক্লাউছ স্কোৱাবৰ আমন্ত্ৰণ লাভ কৰাৰে পৰা ডাভোচত অনুষ্ঠিত হ’বলগীয়া বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাবে আগ্ৰহেৰে বাট চাইছিলো। এই মঞ্চৰ বিষয়বস্তু “ছিন্ন-ভিন্ন বিশ্বৰ বাবে এক উমৈহতীয়া ভৱিষ্যত” অতি তাৎপৰ্যপূৰ্ণ আৰু প্ৰাসঙ্গিক।Press Statement by PM during State visit of President of Switzerland
August 31st, 01:43 pm
PM Modi and Swiss President Mrs. Doris Leuthard held wide ranging talks and took stock of bilateral realtions between both the countries. The countries inked MoUs for upgradation of technology in railways. PM Modi also thanked Switzerland for its continuous support for India's entry to the Nuclear Suppliers Group.Social Media Corner 23rd June 2016
June 23rd, 06:06 pm
Switzerland supports India's bid for Nuclear Suppliers Group
June 06th, 03:50 pm
PM Narendra Modi attends business meeting in Geneva
June 06th, 01:49 pm
PM Modi meets Swiss President, Johann Schneider Ammann
June 06th, 01:00 pm