
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত ভাৰতৰ ভৱিষ্যতৰ বাবে অভিলাষী দৃষ্টিভংগী দাঙি ধৰে
August 15th, 10:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত ভাৰতৰ বিকাশক গঢ় দিয়া, উদ্ভাৱনক প্ৰসাৰিত কৰা আৰু দেশক বিভিন্ন খণ্ডত বিশ্বৰ আগশাৰীৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ভৱিষ্যতৰ লক্ষ্যৰ এক শৃংখলাৰ ৰূপৰেখা দাঙি ধৰে।
জন ঔষধি যোজনাৰ উপভোক্তাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মতবিনিময়ৰ লিখিত ৰূপ
March 07th, 03:24 pm
মোৰ বাবে এয়া এক আনন্দৰ কথা যে দেশৰ ভিন্ন প্ৰান্তৰ লোকৰ সৈতে আজি মনবিনিময়ৰ সুযোগ পাইছো। আমাৰ এই অভিযানৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। একাংশ সতীৰ্থক আজি সন্মানিত কৰিবলৈ পাই চৰকাৰে সৌভাগ্য অনুভৱ কৰিছে। জন ঔষধি দিৱসত মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।
জন ঔষধি যোজনাৰ সুবিধাভোগীসকলৰ সৈতে প্রধানমন্ত্রীৰ মতবিনিময়
March 07th, 02:07 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিও কনফাৰেন্সৰ মাধ্যমত জন ঔষধি কেন্দ্রৰ মালিক আৰু সুবিধাভোগীসকলৰ সৈতে মতবিনিময় কৰিছে। জেনেৰিক ঔষধৰ ব্যৱহাৰ আৰু জন ঔষধি পৰিকল্পনাৰ সুফল সম্পর্কে সচেতনতা সৃষ্টিৰ বাবে এক মার্চৰ পৰা সমগ্ৰ দেশত জন ঔষধি সপ্তাহ পালিত হৈছে। এই অনুষ্ঠানৰ বিষয় ভাবনা হ'ল – “জন ঔষধি-জনউপযোগী”। অনুষ্ঠানত উপস্থিত আছিল কেন্দ্রীয় মন্ত্রী ডঃ মনসুখ মাণ্ডাভিয়া।Group of Secretaries presents ideas and suggestions to PM
January 17th, 01:10 pm