আচাৰ্য মহামণ্ডলেশ্বৰ পূজ্য স্বামী অৱধেশানন্দ গিৰি জীৰে ফোন প্ৰধানমন্ত্ৰীৰ

April 17th, 09:25 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে টেলিফোনযোগে আচার্য মহামণ্ডলেশ্বৰ পূজ্য স্বামী অৱধেশানন্দ গিৰিজীৰ সৈতে কথা পাতে। তেওঁ সকলো সাধুৰ শাৰীৰিক অৱস্থাৰ বুজ লয়৷ প্রশাসনক পূর্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ সাধু সমাজক ধন্যবাদ জনায়৷

প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাই ‘ভোকেল ফৰ লোকেল’-ৰ পক্ষত সৰৱ ভূমিকাত অৱতীৰ্ণ হ’ব আধ্যাত্মিক গুৰুসক

November 17th, 02:14 pm

‘স্থানীয় সামগ্ৰীৰ পক্ষত স্থিতি গ্ৰহণ’ৰ আহ্বানৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘ভেকেল ফৰ লোকল’ অভিযানক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সহযোগিতা জনাবলৈ কালি জনোৱা আহ্বানে দেশৰ আধ্যাত্মিক জগতৰ অগ্ৰণী গুৰুসকলৰ মজত বিপুল সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সন্ত সমাজে পৰম উত্সাহৰেই প্ৰতিক্ৰিয়া প্ৰকট কৰিছে। আধ্যাত্মিক গুৰুসকলে ‘ভোকেল ফৰ লোকেল’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ক জনপ্ৰিয় কৰাৰ বাবে তেওঁলোকৰ সমৰ্থন আগবঢ়োৱাৰ পণ গ্ৰহণৰে ৰাজহুৱা দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে।