খাজুৰাহো, মধ্য প্ৰদেশত কেন-বেতোৱা নদী সংযোগী ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
December 25th, 01:00 pm
বীৰো কী ধৰতী ঈ বুণ্ডেলখণ্ড পে ৰেৱে ৱাৰে সবই জনন খোঁ হামাই তৰফ সে হাথ জোৰ কেঁ ৰাম ৰাম পৌচে। মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীযুত মংগু ভাই পেটেল, ইয়াৰ কৰ্মথ মুখ্যমন্ত্ৰী ভাই মোহন যাদৱ জী, কেন্দ্ৰীয় মন্ত্ৰী ভাই শিৱৰাজ সিং জী, বীৰেন্দ্ৰ কুমাৰ জী, চি আৰ পাটিল জী, উপ মুখ্যমন্ত্ৰী জগদীশ দেওৰা জী, ৰাজেন্দ্ৰ শুক্লা জী, অন্যান্য মন্ত্ৰীগণ, সাংসদগণ, বিধায়কগণ, অন্য সকলো মহানুভৱ, পূজ্য সন্তগণ আৰু মধ্য প্ৰদেশৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল।PM Modi lays foundation stone of Ken-Betwa River Linking National Project in Khajuraho, Madhya Pradesh
December 25th, 12:30 pm
PM Modi inaugurated and laid the foundation stone of multiple development projects in Khajuraho. Highlighting that Shri Vajpayee's government in the past had seriously begun addressing water-related challenges, but were sidelined after 2004, the PM stressed that his government was now accelerating the campaign to link rivers across the country. He added that the Ken-Betwa Link Project is about to become a reality, opening new doors of prosperity in the Bundelkhand region.Maha Kumbh is a divine festival of our faith, spirituality and culture: PM in Prayagraj
December 13th, 02:10 pm
PM Modi inaugurated development projects worth ₹5500 crore in Prayagraj, highlighting preparations for the 2025 Mahakumbh. He emphasized the cultural, spiritual, and unifying legacy of the Kumbh, the government's efforts to enhance pilgrimage facilities, and projects like Akshay Vat Corridor and Hanuman Mandir Corridor.PM Modi inaugurates and launches multiple development projects worth around Rs 5500 crore at Prayagraj, Uttar Pradesh
December 13th, 02:00 pm
PM Modi inaugurated development projects worth ₹5500 crore in Prayagraj, highlighting preparations for the 2025 Mahakumbh. He emphasized the cultural, spiritual, and unifying legacy of the Kumbh, the government's efforts to enhance pilgrimage facilities, and projects like Akshay Vat Corridor and Hanuman Mandir Corridor.ৰাজস্থানৰ চিত্তোৰগড়ত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী উপস্থাপনৰ অনুবাদ
October 02nd, 11:58 am
আজি আমি মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ দৰে দুগৰাকী প্ৰবাদপুৰুষৰ জন্ম বাৰ্ষিকীত তেওঁলোক দুয়োগৰাকীকে স্মৰণ কৰিছো। কালি, ১ অক্টোবৰত ৰাজস্থানকে ধৰি সমগ্ৰ দেশে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰম্ভ কৰিছিল। পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে মই প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।ৰাজস্থানৰ চিত্তৰগড়ত প্ৰায় ৭,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীলৈ উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীৰ
October 02nd, 11:41 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ চিত্তৰগড়ত প্ৰায় ৭,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশবাসীলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে মেহছানা - ভাটিন্দা - গুৰদাসপুৰ গেছ পাইপলাইন, আবু ৰোডত এইচ পি চি এলৰ এল পি জি প্লাণ্ট, আজমীৰ বটলিং প্লাণ্টত অতিৰিক্ত মজুত, আই অ’ চি এল, ৰে’লৱে আৰু পথ প্ৰকল্প, নাথদ্বাৰাত পৰ্যটনৰ সুবিধা আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইনফৰ্মেশ্যন টেকন’লজী, কোটাত স্থায়ী চৌহদ।২ অক্টোবৰত চিতোৰগড় আৰু গোয়ালিয়ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
October 01st, 11:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ অক্টোবৰত ৰাজস্থান আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে পুৱা প্ৰায় ১০:৪৫ বজাত ৰাজস্থানৰ চিতোৰগড়ত প্ৰায় ৭,০০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীগৰাকী গোয়ালিয়ৰত উপস্থিত হ’ব আৰু প্ৰায় ১৯,২৬০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক পদক্ষেপ ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।