স্বচ্ছতাই সেৱা, ২০২৪ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 02nd, 10:15 am
আজি পূজ্য বাপু আৰু লাল বাহাদুৰ শাস্ত্ৰী জীৰ জন্ম বাৰ্ষিকী। মা ভাৰতীৰ এই মহান পুত্ৰসকলক বিনম্ৰভাৱে প্ৰণাম জনাইছোঁ। ভাৰতৰ বাবে গান্ধীজী আৰু দেশৰ মহান ব্যক্তিসকলে যি সপোন দেখিছিল, সেই সপোন পূৰণৰ বাবে এই দিনটোৱে আমাক সকলোকে একত্ৰিতভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।‘স্বচ্ছ ভাৰত দিৱস ২০২৪’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে
October 02nd, 10:10 am
‘স্বচ্ছ ভাৰত অভিযান’ৰ শুভাৰম্ভৰ ১০ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত ১৫৫ সংখ্যক গান্ধী জয়ন্তীত উপলক্ষে আয়োজিত ‘স্বচ্ছ ভাৰত দিৱস ২০২৪’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে ‘অম্ৰুত’ আৰু ‘অম্ৰুত ২.০’, ‘ৰাষ্ট্ৰীয় পৰিষ্কাৰ গংগা আৰু গোবৰ্ধন আঁচনি’ৰ অধীনৰ প্ৰকল্পকে ধৰি ৯৬০০ কোটি টকাৰ কেবাটাও অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে আৰু আন কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ‘স্বচ্ছতা হী সেৱা ২০২৪’ৰ বিষয়বস্তু হৈছে 'স্বাভৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা'।গুজৰাটৰ কেভাড়িয়াৰ এখন জনসভাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 17th, 12:16 pm
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত মহোদয়, ইয়াৰ মুখ্যমন্ত্ৰী শ্ৰীমান বিজয়ভাই ৰুপানী, উপ মুখ্যমন্ত্ৰী নিতিন ভাই…মঞ্চত উপৱিষ্ট সকলো মহানুভৱ তথা বিশাল সংখ্যাত উপস্থিত মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷গুজৰাটৰ চৰ্দাৰ সৰোবৰ বান্ধত ‘নমামি নৰ্মদা’ মহোৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
September 17th, 12:15 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেৱাদিয়াত ‘নমামি নৰ্মদা’ মহোৎসৱত অংশগ্ৰহণ কৰে৷ পানী সংৰক্ষিত বান্ধটোৰ পানী ১৩৮.৬৮ মিটাৰ ওপৰলৈ উঠাৰ পৰিপ্ৰেক্ষিতত গুজৰাট চৰকাৰে এই মহোৎসৱ উদযাপন কৰিছে৷ ২০১৭ চনত এই বান্ধটো ইমান উচ্চ কৰাৰ পাছত প্ৰথমবাৰলৈ ১৬ ছেপ্টেম্বৰৰ সন্ধিয়া সৰ্বোচ্চ পৰ্যায়ত উপনীত হৈছে৷ প্ৰধানমন্ত্ৰীয়েও গুজৰাট আয়ুষৰেখাসদৃশ নৰ্মদা নদীৰ পানীৰ আদৰণী জনাই বান্ধত পূজা অৰ্চনা কৰে৷ঝাৰখণ্ডৰ ৰাঁচীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু আঁচনি মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 12th, 12:20 pm
নতুন চৰকাৰ গঠন হোৱাৰ পিছত যিসমূহ ৰাজ্যলৈ মই প্ৰথমে যোৱাৰ সুবিধা লাভ কৰিছো তাৰে ভিতৰত ঝাৰখণ্ডও অন্যতম৷ এই প্ৰভাত ময়দান, প্ৰভাত তাৰা ময়দান, ৰাতিপুৱাৰ সময় আৰু আমি সকলোৱে ইয়াত যোগাভ্যাস কৰি আছিলো আৰু বৃষ্টিয়েও আমাক আশীৰ্বাদ দি আছিল৷ আজি পুনৰবাৰ ইয়ালৈ আহি মোৰ পুৰণি স্মৃতি জাগি উঠিছে৷ এই ময়দানৰ পৰাই যোৱা ছেপ্টেম্বৰত আয়ুষ্মান ভাৰত যোজনাৰ সূচনা হৈছিল৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা মুকলি কৰে
September 12th, 12:11 pm
কৃষকৰ জীৱন সুৰক্ষিত কৰাৰ আন এক গুৰুত্বপূৰ্ণ প্ৰয়াসৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা মুকলি কৰে৷India is making rapid strides towards becoming an open defecation free nation: PM Modi
February 24th, 04:31 pm
PM Narendra Modi took a dip at the Sangam and offered prayers during his visit to Prayagraj in Uttar Pradesh. PM Modi also felicitated Swachhagrahis, security personnel and fire department personnel for their dedicated services in the Kumbh Mela. In a unique and heart-touching gesture, PM Modi cleansed the sanitation workers’ feet.প্ৰয়াগৰাজত স্বচ্ছ কুম্ভ, স্বচ্ছ আভাৰ অনুষ্ঠান সম্বোধন প্ৰধানমন্ত্ৰী
February 24th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰয়াগৰাজত স্বচ্ছ কুম্ভ, স্বচ্ছ আভাৰ অনুষ্ঠান সম্বোধন কৰে৷PM Modi addresses National Convention of BJP Mahila Morcha in Gujarat
December 22nd, 05:00 pm
PM Modi addressed the National Convention of BJP's Mahila Morcha in Gujarat. During the event, PM Modi remembered the rich history and vital contributions of Mahila Morcha since the days of Bhartiya Jansangh. He remembered Rajmata Vijaya Raje Scindia, whose strong leadership not only helped mobilize female supporters towards the BJP but also ensured that women played an important part in the BJP's organization.4Ps are essential for making the world clean - Political Leadership, Public Funding, Partnerships & People’s Participation: PM Modi
October 02nd, 10:56 am
The Prime Minister, Shri Narendra Modi, today addressed the Mahatma Gandhi International Sanitation Convention (MGISC) in New Delhi. MGISC has been a 4-day international conference that has brought together Sanitation Ministers and other leaders in WASH (water, sanitation and hygiene) from around the world.PM addresses concluding session of Mahatma Gandhi International Sanitation Convention
October 02nd, 10:55 am
The Prime Minister, Shri Narendra Modi, today addressed the Mahatma Gandhi International Sanitation Convention (MGISC) in New Delhi. MGISC has been a 4-day international conference that has brought together Sanitation Ministers and other leaders in WASH (water, sanitation and hygiene) from around the world.PM inaugurates Mahatma Gandhi Museum at Rajkot
September 30th, 07:00 pm
The Prime Minister, Shri Narendra Modi, today inaugurated the Mahatma Gandhi Museum in Rajkot. The Museum has been set up at the Alfred High School, which was an important part of the formative years of Mahatma Gandhi. It will help spread awareness about Gandhian culture, values and philosophy.People from all walks of life join Swachhata Hi Seva movement
September 15th, 03:24 pm
People from all walks of life today joined PM Narendra Modi in launching the Swachhata Hi Seva movement.দিল্লীৰ এখন বিদ্যালয়ত “স্বচ্ছতাই প্ৰকৃত সেৱা” অভিযানত শ্ৰমদান কাৰ্যসূচীত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে
September 15th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ এখন বিদ্যালয়ত “স্বচ্ছতাই প্ৰকৃত সেৱা” অভিযান উপলক্ষে শ্ৰমদান কাৰ্যসূচীত অংশ লয়।স্বচ্ছতা হি সেৱা অভিযানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 15th, 11:29 am
প্ৰতিটো প্ৰান্তৰ সৈতে জড়িত আপোনালোক সকলো স্বচ্ছগ্ৰহীসকলক হৃদয়েৰে অভিনন্দন জ্ঞাপন কৰিছোঁ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ৷ আজি ১৫ ছেপ্টেম্বৰৰ এই দিনটো এক ঐতিহাসিক দিন৷ ঐতিহাসিক এইবাবেই কিয়নো আজিৰ এই প্ৰভাতে এক নতুন প্ৰতিজ্ঞা, নতুন উৎসাহ, এক নতুন সপোন কঢ়িয়াই আনিছে৷ আজি আপোনালোক, মই, এশ পঁচিশ কোটি দেশবাসী, স্বচ্ছতা ই সেৱাৰ সংকল্প পুনৰ দোহাৰিব বিচাৰিছোঁ৷ আজিৰ পৰা আৰম্ভ কৰি ২ অক্টোবৰ পৰ্যন্ত অৰ্থাৎ পুজনীয় বাপুৰ জয়ন্তী পৰ্যন্ত সমগ্ৰ দেশতে আমি সকলোৱে নতুন শক্তিৰ সৈতে, নতুন উদ্দীপনাৰ সৈতে, আমাৰ ভাৰতখনক স্বচ্ছ কৰিবলৈ শ্ৰম দান কৰিম, যোগদান কৰিম৷PM launches “Swachhata Hi Seva,” interacts with a cross-section of people from across the country via video conference
September 15th, 11:27 am
Marking the start of ‘Swachhata Hi Seva Movement’, PM Narendra Modi called for rededicating ourselves towards fulfilling Bapu's dream of a Clean India. During the event, people from different walks of life across the country joined the programme. The PM said that in the last four years, Swachhata had become a mass movement. “Nearly 9 crore toilets have been constructed in the last four years, around 4.5 lakh villages, 450 districts and 20 states and union territories have been declared ODF”, the PM noted.১৫ ছেপ্টেম্বৰত স্বচ্ছতা হী সেৱা আন্দোলনৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 14th, 04:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ ছেপ্টেম্বৰত স্বচ্ছতা হী সেৱা আন্দোলনৰ শুভাৰম্ভ কৰিব।Join PM Modi and witness remarkable stories of transforming India!
September 09th, 12:03 pm
On 11th, 13th and 15th September, PM Narendra Modi will interact with Anganwadi workers, booth workers and members of various NGOs and volunteers respectively. On the 15th the PM will also flag off one of the biggest ever cleanliness drive, 'Swachhata Hi Seva'.Ujjwala Yojana has positively impacted the lives of several people across India: PM Modi
May 28th, 10:31 am
The Prime Minister, Shri Narendra Modi, today interacted with Ujjwala beneficiaries across the country, through video conference.PM interacts with Ujjwala beneficiaries across the country
May 28th, 10:30 am
The Prime Minister, Shri Narendra Modi, today interacted with Ujjwala beneficiaries across the country, through video conference.