স্বচ্ছ সৰ্বেক্ষণ-২০২০ত শীৰ্ষ স্থান অধিকাৰ কৰা চহৰসমূহক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 20th, 09:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ সৰ্বেক্ষণ-২০২০ত যিসমূহ চহৰে শীৰ্ষ স্থান অধিকাৰ কৰিছে, সেই চহৰসমূহক অভিনন্দন জনাইছে৷India will emerge stronger only when we empower our daughters: PM Modi
February 12th, 01:21 pm
Prime Minister Modi addressed Swachh Shakti 2019 in Kurukshetra, Haryana and launched various development projects. Addressing the programme, PM Modi lauded India’s Nari Shakti for their contributions towards the noble cause of cleanliness. The Prime Minister said that in almost 70 years of independence, sanitation coverage which was merely 40%, has touched 98% in the last five years.মহিলা সৱলীকৰণৰ দ্বাৰা সমাজৰ সৱলীকৰণ আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰিঃ প্ৰধানমন্ত্ৰী
February 12th, 01:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰ ভ্ৰমণ কৰে৷ তাতে তেওঁ মহিলা পঞ্চায়ত নেত্ৰীসকলৰ স্বচ্ছ শক্তি ২০১৯ সন্মিলনত অংশগ্ৰহণ কৰে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ মহিলা পঞ্চায়ত নেত্ৰীসকলক স্বচ্ছ শক্তি ২০১৯ বঁটাৰে সন্মানিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ সুন্দৰ শৌচালয় প্ৰদৰ্শনীও পৰিদৰ্শন কৰে৷ তেওঁ হাৰিয়ানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ এই অনুষ্ঠানত হাৰিয়ানাৰ মুখ্যমম্ত্ৰী লাল মনোহৰ খাট্টাৰ আৰু অন্যান্য প্ৰতিনিধিবৰ্গও উপস্থিত আছিল৷চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জানুৱাৰী 2018
January 08th, 07:27 pm
চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 জানুৱাৰী 2018
January 04th, 07:40 pm
চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!Let us commence the journey from a ‘Positive India’ towards a 'Progressive India': PM Modi during Mann Ki Baat
December 31st, 11:30 am
PM Narendra Modi, during the final episode of 2017’s ‘Mann Ki Baat’, urged people to move towards a ‘Progressive India’ and welcome the New Year on a positive note. The PM elaborated about new age 21st century voters and said that the power of vote was the biggest in a democracy which could usher in positive change in the lives of many.