Government committed to ensuring justice for everyone: PM Modi
February 29th, 11:31 am
In the biggest ever “Samajik Adhikarta Shivir”, the Prime Minister Shri Narendra Modi today distributed Assistive Aids and Devices to nearly 27,000 Senior Citizens & Divyangjan at a mega distribution camp at Prayagraj, Uttar Pradesh.PM Modi addresses Samajik Adhikarita Shivir in Prayagraj, Uttar Pradesh
February 29th, 11:30 am
In the biggest ever “Samajik Adhikarta Shivir”, the Prime Minister Shri Narendra Modi today distributed Assistive Aids and Devices to nearly 27,000 Senior Citizens & Divyangjan at a mega distribution camp at Prayagraj, Uttar Pradesh.India will emerge stronger only when we empower our daughters: PM Modi
February 12th, 01:21 pm
Prime Minister Modi addressed Swachh Shakti 2019 in Kurukshetra, Haryana and launched various development projects. Addressing the programme, PM Modi lauded India’s Nari Shakti for their contributions towards the noble cause of cleanliness. The Prime Minister said that in almost 70 years of independence, sanitation coverage which was merely 40%, has touched 98% in the last five years.মহিলা সৱলীকৰণৰ দ্বাৰা সমাজৰ সৱলীকৰণ আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰিঃ প্ৰধানমন্ত্ৰী
February 12th, 01:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰ ভ্ৰমণ কৰে৷ তাতে তেওঁ মহিলা পঞ্চায়ত নেত্ৰীসকলৰ স্বচ্ছ শক্তি ২০১৯ সন্মিলনত অংশগ্ৰহণ কৰে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ মহিলা পঞ্চায়ত নেত্ৰীসকলক স্বচ্ছ শক্তি ২০১৯ বঁটাৰে সন্মানিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ সুন্দৰ শৌচালয় প্ৰদৰ্শনীও পৰিদৰ্শন কৰে৷ তেওঁ হাৰিয়ানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ এই অনুষ্ঠানত হাৰিয়ানাৰ মুখ্যমম্ত্ৰী লাল মনোহৰ খাট্টাৰ আৰু অন্যান্য প্ৰতিনিধিবৰ্গও উপস্থিত আছিল৷স্বচ্ছ শক্তি ২০১৯ – স্বচ্ছ ভাৰতৰ বাবে গ্ৰাম্য মহিলা চেম্পিয়ন
February 11th, 06:27 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (১২ ফেব্ৰুৱাৰী, ২০১৯) হাৰিয়ানাৰ কুৰুক্ষেত্ৰ ভ্ৰমণ কৰিব। তাতেই প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ শক্তি ২০১৯, মহিলা পঞ্চায়ত প্রধানসকলৰ সভাত অংশ গ্ৰহণ কৰি প্রধানমন্ত্রী স্বচ্ছ শক্তি ২০১৯ – ৰ পুৰস্কাৰ প্রদান কৰিব। প্রধানমন্ত্রীয়ে কুৰুক্ষেত্রে স্বচ্ছ সুন্দৰ শৌচালয় প্রদর্শনীটোও ভালকৈ চাব আৰু তাত আয়োজিত এক বিশাল জনসভাতো অংশগ্ৰহণ কৰিব। প্রধানমন্ত্রীয়ে হাৰিয়ানাত একাধিক উন্নয়নমূলক প্রকল্পও উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব।