
ৰিপাব্লিক প্লেনেৰী ছামিট ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 06th, 08:05 pm
আপোনালোক সকলো নিশ্চয় ভাগৰি পৰিছে, অৰ্ণবৰ উচ্চ স্বৰত আপোনালোকৰ কাণ দুখন নিশ্চয় ভাগৰি পৰিছে, বহক অৰ্ণব, এতিয়াও নিৰ্বাচনৰ বতৰ হোৱা নাই। প্ৰথমে ৰিপাব্লিক টিভিক এই অভিনৱ অভিজ্ঞতাৰ বাবে অভিনন্দন জনাইছো। আপোনালোকে যুৱক-যুৱতীসকলক তৃণমূল পৰ্যায়ত জড়িত কৰি ইমান ডাঙৰ প্ৰতিযোগিতা আয়োজন কৰি ইয়ালৈ আনিছে। দেশৰ যুৱক-যুৱতীসকল যেতিয়া জাতীয় বক্তৃতাৰ লগত জড়িত হৈ পৰে তেতিয়া চিন্তাত নতুনত্বৰ সৃষ্টি হয়, ই সমগ্ৰ পৰিৱেশকে নতুন শক্তিৰে ভৰাই তোলে আৰু এই সময়ত আমিও ইয়াত একে শক্তি অনুভৱ কৰি আছো। এক প্ৰকাৰে যুৱক-যুৱতীসকলৰ জড়িততাৰে আমি প্ৰতিটো বান্ধোন ভাঙিবলৈ সক্ষম হৈছো, সীমাৰ ঊৰ্ধ্বলৈ যাব পাৰিছো, তথাপিও এনে কোনো লক্ষ্য নাই যিটো অসম্ভৱ। কোনো গন্তব্যস্থান নাই যিটোত উপনীত হ’ব নোৱাৰি। এই সন্মিলনৰ বাবে ৰিপাব্লিক টিভিয়ে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰিছে। এই সন্মিলনৰ সফলতাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু সম্বৰ্ধনা জনাইছো। বাৰু, মোৰো এই বিষয়ে অলপ ন্যস্ত স্বাৰ্থ আছে প্ৰথমতে, মই যোৱা কেইদিনমানৰ পৰা ভাবি আহিছো যে মই এক লাখ যুৱকক ৰাজনীতিত আনিব লাগিব আৰু সেই এক লাখ যুৱক-যুৱতী এনে হ’ব লাগে যি পৰিয়ালৰ প্ৰথম ভোটাৰ, এক প্ৰকাৰে এনেধৰণৰ অনুষ্ঠানে মোৰ এই লক্ষ্যৰ বাবে আধাৰ সাজু কৰি তুলিছে। দ্বিতীয়তে, মোৰ ব্যক্তিগত লাভ আছে, সেয়া হৈছে ২০২৯ চনত ভোট দিবলৈ যাবলগীয়া সকলে নাজানে ২০১৪ চনৰ আগতে বাতৰি কাকতৰ শিৰোনাম কি আছিল, তেওঁলোকে নাজানে, আগতে ১০-১০, ১২-১২ লাখ কোটি টকাৰ কেলেংকাৰী হৈছিল, তেওঁলোকে নাজানে আৰু ২০২৯ চনত কেতিয়া ভোট দিবলৈ যাব, তুলনাৰ বাবে তেওঁলোকৰ আগত একো নাথাকিব আৰু গতিকে সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আৰু মই নিশ্চিত যে যিখন আধাৰ নিৰ্মাণ কৰা হৈছে সেইখনে সেই কামক শক্তিশালী কৰি তুলিব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ সম্বোধন কৰে
March 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ৰিপাব্লিক টিভিক তৃণমূল পৰ্য্যায়ত যুৱক-যুৱতীসকলক জড়িতকৰণৰ বাবে আৰু এক উল্লেখযোগ্য হেকাথন প্ৰতিযোগিতা আয়োজনৰ উদ্ভাৱনী পদ্ধতি অৱলম্বনৰ বাবে অভিনন্দন জনায়। তেখেতে কয় যে এখন ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকল ৰাষ্ট্ৰীয় বিষয়ৰে জড়িত হৈ পৰা মাত্ৰেকে চিন্তা-ধাৰাৰ ক্ষেত্ৰত নতুনত্বৰ সঞ্চাৰ হয় আৰু সমগ্ৰ পৰিবেশকে তেওঁলোকৰ শক্তিৰে ভৰাই তোলে। তেখেতে কয় যে এই শক্তি আজিৰ সন্মিলনত অনুভূত হৈছে। তেখেতে আৰু কয় যে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণে সকলো বাধা নেওচি সীমনালৈ যোৱাত সহায় কৰে, যাৰ ফলশ্ৰুতিত প্ৰতিটো লক্ষ্য সাধনযোগ্য আৰু প্ৰতিটো গন্তব্যস্থানত উপনীত হ’ব পৰা যায়। এই সন্মিলনৰ বাবে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰাৰ বাবে তেখেতে ৰিপাব্লিক টিভিৰ শলাগ লয় আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নথকা এক লাখ যুৱক-যুৱতীক ভাৰতৰ ৰাজনীতিলৈ অনাৰ ধাৰণাটোৰ কথা পুনৰ উল্লেখ কৰে।
We launched the SVAMITVA Yojana to map houses and lands using drones, ensuring property ownership in villages: PM
January 18th, 06:04 pm
PM Modi distributed over 65 lakh property cards under the SVAMITVA Scheme to property owners across more than 50,000 villages in over 230 districts across 10 states and 2 Union Territories. Reflecting on the scheme's inception five years ago, he emphasised its mission to ensure rural residents receive their rightful property documents. He expressed that the government remains committed to realising Gram Swaraj at the grassroots level.PM Modi interacts with SVAMITVA beneficiaries
January 18th, 05:33 pm
PM Modi distributed over 65 lakh property cards under SVAMITVA Scheme to property owners in over 50000 villages in more than 230 districts across 10 States and 2 Union territories today through video conferencing. During the event, he interacted with five beneficiaries to know their experiences related to the SVAMITVA scheme.PM Modi distributes over 65 lakh property cards under SVAMITVA scheme across 10 states and 2 Union Territories
January 18th, 12:30 pm
PM Modi distributed over 65 lakh property cards under the SVAMITVA Scheme to property owners across more than 50,000 villages in over 230 districts across 10 states and 2 Union Territories. Reflecting on the scheme's inception five years ago, he emphasised its mission to ensure rural residents receive their rightful property documents. He expressed that the government remains committed to realising Gram Swaraj at the grassroots level.প্ৰধানমন্ত্ৰীয়ে ৰূপান্তৰশীল স্বামিত্ব আঁচনি সন্দৰ্ভত এটি তথ্যসমৃদ্ধ থ্ৰেড শ্বেয়াৰ কৰিছে
January 18th, 10:07 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰূপান্তৰশীল স্বামিত্ব (SVAMITVA) আঁচনি সন্দৰ্ভত এটি তথ্যসমৃদ্ধ থ্ৰেড শ্বেয়াৰ কৰে।PM to distribute over 65 lakh property cards to property owners under SVAMITVA Scheme on 18th January
January 16th, 08:44 pm
Prime Minister Shri Narendra Modi will distribute over 65 lakh property cards under SVAMITVA Scheme to property owners in over 50000 villages in more than 230 districts across 10 States and 2 Union territories on 18th January at around 12:30 PM through video conferencing.PM to distribute over 50 lakh property cards to property owners under SVAMITVA Scheme
December 26th, 04:50 pm
Prime Minister Shri Narendra Modi will distribute over 50 lakh property cards under SVAMITVA Scheme to property owners in over 46,000 villages in 200 districts across 10 States and 2 Union territories on 27th December at around 12:30 PM through video conferencing.উচ্চতম ন্যায়ালয়ত ‘সংবিধান দিৱস’ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
November 26th, 08:15 pm
ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাজী, ন্যায়াধীশ বি আৰ গৱাইজী, ন্যায়াধীশ সূৰ্যকান্তজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী অৰ্জুন ৰাম মেঘৱালজী, ‘এটৰ্নি জেনেৰেল’ শ্ৰী ভেংকটৰমণীজী, ‘বাৰ কাউন্সিল’ৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰজী, উচ্চতম ন্যায়ালয় বাৰ এছোচিয়েশ্যনৰ অধ্যক্ষ শ্ৰী কপিল চিব্বলজী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, প্ৰাক্তন মুখ্য ন্যায়াধীশসকল, অনুষ্ঠানত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু সজ্জনসকল।উচ্চতম ন্যায়ালয়ত সংবিধান দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ
November 26th, 08:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ উচ্চতম ন্যায়ালয়ত সংবিধান দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ভাৰতৰ মুখ্য ন্যায়াধীশ শ্ৰী সঞ্জীৱ খান্নাৰ লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়াধীশ শ্ৰীযুত বি.আৰ. গাৱৈ আৰু ন্যায়াধীশ শ্ৰী সূৰ্য্যকান্ত। লগতে উপস্থিত থাকে আইন আৰু ন্যায় মন্ত্ৰী শ্ৰীযুত অৰ্জুন ৰাম মেঘৱাল, ভাৰতৰ এটৰ্নী জেনেৰেল, আৰু অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তিসকল।বিকশিত ভাৰত, বিকশিত মধ্যপ্ৰদেশ কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 29th, 04:07 pm
'বিকশিত ৰাজ্যৰ পৰা বিকশিত ভাৰত অভিযান'ত আজি আমি মধ্যপ্ৰদেশৰ আমাৰ ভাতৃ-ভগ্নীসকলৰ সৈতে সংযুক্ত হৈছোঁ। কিন্তু এই বিষয়ে কোৱাৰ আগতে মই ডিন্দোৰি পথ দুৰ্ঘটনাক লৈ মোৰ দুখ প্ৰকাশ কৰিছোঁ। এই দুৰ্ঘটনাত যিসকল লোকে নিজৰ পৰিয়ালৰ সদস্যক হেৰুৱাইছে মোৰ সমবেদনা তেওঁলোকৰ সৈতে আছে। আহতসকলৰ চিকিৎসাৰ সকলো ব্যৱস্থা চৰকাৰে কৰি আছে। শোকৰ এই সময়ত মই মধ্যপ্ৰদেশৰ জনসাধাৰণৰ লগত আছোঁ।‘বিকশিত ভাৰত বিকাশ মধ্যপ্ৰদেশ’ অনুষ্ঠানত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ
February 29th, 04:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত বিশ্ব মধ্যপ্ৰদেশ’ কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ মধ্যপ্ৰদেশতে প্ৰায় ১৭ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি জাতিটোৰ বাবে উৎসৰ্গা কৰে। প্ৰকল্পসমূহে জলসিঞ্চন, বিদ্যুৎ, পথ, ৰে’ল, পানী যোগান, কয়লা, আৰু উদ্যোগকে ধৰি বহুতো গুৰুত্বপূৰ্ণ খণ্ডৰ বাবে কাম কৰে। প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশতো চাইবাৰ তহচিল প্ৰকল্পৰ শুভাৰম্ভ কৰে।মধ্যপ্ৰদেশৰ ঝাবুৱাত প্ৰায় ৭৩০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
February 11th, 07:35 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ঝাবুৱাত প্ৰায় ৭৩০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ এই উন্নয়নমূলক প্ৰকল্পসমূহে অঞ্চলটোৰ জনজাতীয় লোকসকলক উপকৃত কৰিব। প্ৰকল্পসমূহে পানী যোগান আৰু খোৱাপানীৰ যোগান শক্তিশালী কৰাৰ লগতে মধ্যপ্ৰদেশৰ পথ, ৰে’ল, বিদ্যুৎ আৰু শিক্ষা খণ্ডকো এক উত্থান প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে পিছপৰা জনজাতিৰ প্ৰায় ২ লাখ মহিলা হিতাধিকাৰীক আহাৰ অনুদানৰ মাহেকীয়া কিস্তি প্ৰদান কৰি স্বামীত্ব আঁচনিৰ হিতাধিকাৰীক ১.৭৫ লাখ অধিকাৰ অভিলেখ (অধিকাৰৰ অভিলেখ) বিতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত ৫৫৯খন গাঁৱৰ বাবে ৫৫.৯ কোটি টকা হস্তান্তৰ কৰে।প্ৰধানমন্ত্ৰী ১১ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব
February 09th, 05:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১১ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ দুপৰীয়া প্ৰায় ১২:৪০ বজাত মধ্যপ্ৰদেশৰ ঝাবুৱাত প্ৰায় ৭৩০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।২৪ আৰু ২৫ এপ্ৰিলত মধ্যপ্ৰদেশ, কেৰালা, দাদকা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 21st, 03:02 pm
২৪ এপ্ৰিলৰ পুৱা প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ ৰেৱাত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব, য’ত তেওঁ প্ৰায় ১৭,০০০ কোটি টকা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব।অসম উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 14th, 03:00 pm
অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী শ্ৰীমান হিমন্ত বিশ্ব শৰ্মা জী, মোৰ সতীৰ্থ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমান কিৰেন ৰিজিজু জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু জী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ঋষিকেশ ৰায় জী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা জী, অন্যান্য সন্মানীয় ন্যায়াধীশসকল, বিশিষ্ট ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল,গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
April 14th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপন উপলক্ষে আয়োজন কৰা সামৰণি অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অসম আৰক্ষীৰ দ্বাৰা ডিজাইন কৰা এটা মোবাইল এপ্লিকেচন 'Assam Cop' মুকলি কৰে। এই এপ্পটোৱে ক্ৰাইম এণ্ড ক্ৰিমিনেল নেটৱৰ্ক ট্ৰেকিং চিষ্টেম (CCTNS) আৰু VAHAN ৰাষ্ট্ৰীয় পঞ্জীৰ ডাটাবেচৰ যোগেদি অভিযুক্ত আৰু বাহনৰ অনুসন্ধানত সহায় কৰিব।এতিয়া টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহ অৰ্থনৈতিক ক্ৰিয়াকলাপৰ কেন্দ্ৰ হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী মোদী
September 20th, 08:46 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত বিজেপিৰ মেয়ৰ আৰু উপ মেয়ৰসকলৰ পৰিষদক ভাৰ্চুৱেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ যাত্ৰাৰ আলোকপাতেৰে তেখেতৰ সম্বোধন আৰম্ভ কৰি পেটেলে আহমেদাবাদ চহৰত মিউনিচিপেলিটিৰ জৰিয়তে কৰ্মজীৱনৰ আৰম্ভণি কৰি উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বত অধিষ্ঠিত হৈছিল বুলি কয়।গুজৰাটত কাউন্সিল অৱ মেয়ৰ আৰু বিজেপিৰ ডেপুটি মেয়ৰক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
September 20th, 10:30 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত বিজেপিৰ মেয়ৰ আৰু উপ মেয়ৰসকলৰ পৰিষদক ভাৰ্চুৱেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ যাত্ৰাৰ আলোকপাতেৰে তেখেতৰ সম্বোধন আৰম্ভ কৰি পেটেলে আহমেদাবাদ চহৰত মিউনিচিপেলিটিৰ জৰিয়তে কৰ্মজীৱনৰ আৰম্ভণি কৰি উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বত অধিষ্ঠিত হৈছিল বুলি কয়।পঞ্চায়তীৰাজ দিৱস সন্দৰ্ভত গাঁও সভাসমূহলৈ আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
April 24th, 11:31 am
জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিনহাজী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী গিৰিৰাজ সিংজী, এই দেশৰ সন্তান মোৰ সহযোগী ডাঃ জিতেন্দ্ৰ সিংজী, শ্ৰী কপিল ম’ৰেশ্বৰ পাটিলজী, সংসদত মোৰ সহযোগী শ্ৰী যুগল কিশোৰজী, জম্মু-কাশ্মীৰকে ধৰি সমগ্ৰ দেশৰ সৈতে জড়িত পঞ্চায়তীৰাজৰ সকলো প্ৰতিনিধি, ভাই-ভনীসকল!