Highlights from PM Modi's Independence Day speech
August 15th, 03:02 pm
Prime Minister Shri Narendra Modi today addressed the nation from the Red Fort as the country celebrated its 75th Independence Day. During the speech, PM Modi listed achievements of his government and laid out plans for the future. He made an addition to his popular slogan of “Sabka Saath, Sabka Vikas and Sabka Vishwas.” The latest entrant to this group is “Sabka Prayas.”৭৫সংখ্যক সতন্ত্ৰতা দিৱসত লাল কিল্লাৰ পৰা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 15th, 07:38 am
স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।ভাৰতে উদযাপন কৰিছে ৭৫তম স্বাধীনতা দিৱস
August 15th, 07:37 am
দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আজি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ সাফল্যৰ তালিকাখন আলোকপাত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে ৷ তেওঁৰ জনপ্ৰিয় শ্ল’গান ‘‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’’ত ‘‘সবকা প্ৰয়াস’’শীৰ্ষক আন এটি শ্ল’গান সংযোজিত কৰে ৷ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা উত্তৰৰ ইংৰাজীৰ পৰা কৰা অনুবাদ
February 08th, 08:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য সভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ উত্তৰ দিয়ে। তেখেতে উচ্চ সদনখনিৰ সদস্যসকলক এই বিতৰ্কত অংশগ্ৰহণ আৰু বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণে কঠোৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ থকা বিশ্বখনক আশা, বিশ্বাস প্ৰদান কৰিলে।ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ ৰাজ্য সভাত প্ৰধানমন্ত্ৰীৰ উত্তৰ
February 08th, 11:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য সভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ উত্তৰ দিয়ে। তেখেতে উচ্চ সদনখনিৰ সদস্যসকলক এই বিতৰ্কত অংশগ্ৰহণ আৰু বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণে কঠোৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ থকা বিশ্বখনক আশা, বিশ্বাস প্ৰদান কৰিলে।বিজেপি চৰকাৰে সদায়েই দৰিদ্ৰ আৰু মহিলাৰ কল্যাণৰ বাবে কাম কৰি আহিছেঃ প্ৰধানমন্ত্ৰী মোদী
February 04th, 03:09 pm
দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে৷ এখন বৃহৎ সমাৱেশত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ জনতা বিজেপিৰ পক্ষত আছে৷ তেওঁ কয় যে বিৰোধী দলে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে৷দিল্লীৰ দ্বাৰকাত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ প্ৰদান
February 04th, 03:08 pm
দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে৷ এখন বৃহৎ সমাৱেশত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ জনতা বিজেপিৰ পক্ষত আছে৷ তেওঁ কয় যে বিৰোধী দলে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে৷ৰাষ্ট্ৰীয় যুৱ দিৱসত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 13th, 11:13 am
লক্ষ্ণৌত সমবেত হোৱা মোৰ যুৱ বন্ধুসকলক নমস্কাৰ জনাইছো৷ আপোনালোক সকলোকে, দেশৰ যুৱচামক, ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে অভিনন্দন জনাইছো৷ আজিৰ এই দিনটো প্ৰতিজন যুৱ ভাৰতীয়ৰ বাবে অতিশয় প্ৰেৰণাদায়ক দিন, নতুন সংকল্প গ্ৰহণ কৰাৰ দিন৷ আজিৰ দিনটোতেই স্বামী বিবেকানন্দৰ ৰূপত ভাৰতে এনে এক শক্তি লাভ কৰিছিল যিয়ে আজিও আমাৰ দেশক শক্তিশালী কৰি ৰাখিছে৷ এনে শক্তি যি নিৰন্তৰে আমাক প্ৰেৰণা দি থাকে, আমাক আগুৱাই যোৱাৰ পথ প্ৰদৰ্শিত কৰে৷Abrogation of Article 370 is a tribute to our brave Jawans: PM Modi
October 18th, 02:52 pm
Amidst the ongoing election campaigning in Haryana, PM Modi’s rally spree continued as he addressed public meetings in Hisar today. Highlighting the strengths of the region, the PM said, This region has made India proud in every field, be it fighting in the wrestling ring or fighting against terrorism. Sonipat means Kisan, Jawan aur Pehelwan.হাৰিয়ানাৰ গোহানা আৰু হিছাৰত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচাৰ সভা
October 18th, 12:16 pm
হাৰিয়ানাত অব্যাহত থকা নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে আজি গোহানা আৰু হিছাৰত দুখন ৰাজহুৱা সভা সম্বোধন কৰে৷ অঞ্চলটোৰ শক্তি, সামৰ্থৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অঞ্চলটোৱে প্ৰতিটো ক্ষেত্ৰত ভাৰতক গৌৰবান্বিত কৰিছে৷ সেয়া লাগিলে মল্লযুঁজৰ ৰিঙেই হওক, অথবা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজেই হওক৷ ছোনিপটৰ অৰ্থ হ’ল কিষাণ, জৱান আৰু পেহেলৱান৷Congress shedding crocodile tears over Article 370, says PM Modi
October 14th, 01:58 pm
Prime Minister Modi while addressing a public meeting in Ballabhgarh, Haryana said that it was the spirit of Haryana and the whole country, to move Jammu and Kashmir from isolation and violence, towards harmony and empowerment. PM Modi said that today Jammu, Kashmir and Ladakh have embarked on a new path of development and trust.প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ বল্লভগড়ত এখন জনসভাত ভাষণ প্ৰদান কৰে
October 14th, 01:54 pm
হাৰিয়ানাৰ বল্লভগড়ত জনসভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে হাৰিয়ানা আৰু সমগ্ৰ দেশৰ প্ৰচেষ্টাৰ বাবে জম্মু আৰু কাশ্মীৰক হিংসা আৰু বিচ্ছিন্নতাবাদৰ পৰা ৰক্ষা কৰি সৱলীকৰণৰ দিশত অগ্ৰসৰ কৰিব পৰা গৈছিল৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি জম্মু, কাশ্মীৰ আৰু লাডাখে উন্নতিৰ নতুন পথত ধাৱমান হৈছে৷Entire nation witnessed lawlessness and violence unleashed by TMC hooligans in Kolkata: PM Modi
May 15th, 06:28 pm
At a rally in West Bengal’s Basirhat, PM Modi slammed the TMC for its lawlessness and violence at a road show of BJP National President, Shri Amit Shah. PM Modi said,” The entire nation witnessed the lawlessness and violence that were unleashed by the TMC hooligans in Kolkata. The more violence and brutality Mamata Didi thrusts upon BJP karyakartas, the stronger their resolve becomes to defeat her with their votes.”Bengal gearing for a resounding victory to BJP: PM Modi in West Bengal
May 15th, 06:26 pm
Prime Minister Narendra Modi addressed two massive rallies in Basirhat and Diamond Harbour in West Bengal this evening. The rallies saw PM Modi launch a fierce attack on the ruling TMC government and CM Mamata Bannerjee for unleashing politically-sponsored violence against BJP workers and leaders for merely being political adversaries.Thanks to the arrogance of the Congress party, the victims of the gruesome 1984 anti-Sikh riots are still awaiting justice: PM Modi
May 14th, 05:43 pm
Addressing the fourth large rally for the day in Chandigarh, PM Modi said, “These elections are about the people of the country electing a strong government by choosing ‘India First’ over ‘Dynasty First’ and ‘Development’ over ‘Dynasty’ as it takes giant leaps into the 21st century.”PM Modi addresses public meeting in Chandigarh
May 14th, 05:42 pm
Addressing the fourth large rally for the day in Chandigarh, PM Modi said, “These elections are about the people of the country electing a strong government by choosing ‘India First’ over ‘Dynasty First’ and ‘Development’ over ‘Dynasty’ as it takes giant leaps into the 21st century.”Entire nation suffered greatly due to ‘Mahamilawati’ governments’ ‘Hua Toh Hua’ approach: PM Modi
May 11th, 02:26 pm
PM Modi, at a rally in Uttar Pradesh’s Ghazipur said, “Entire nation suffered greatly under ‘Mahamilawati’ governments of Congress-SP-BSP but still they say Hua Toh Hua.” He added that only a strong government can ensure a nation’s security, which in turn is essential for its long-term development.BJP-led NDA governments have always demonstrated their paramount commitments to strengthening national security: PM Modi
May 11th, 02:25 pm
At Robertsganj, addressing a huge public meeting, PM Modi said, “Only a strong government can ensure a nation’s security, which in turn is essential for its long-term development. The BJP-led NDA governments have always demonstrated their paramount commitments to strengthening national security.”PM Modi addresses rallies at Robertsganj and Ghazipur in Uttar Pradesh
May 11th, 02:24 pm
Prime Minister Narendra Modi addressed two major election rallies in Robertsganj and Ghazipur in Uttar Pradesh today. At the rallies PM Modi spoke about the importance of having a strong and responsive government to ensure the security and development of a nation and said that every vote in favour of the BJP will result in the formation of such a government again post-elections.PM Modi addresses rally in Hoshiarpur, Punjab
May 10th, 05:44 pm
Continuing his electioneering, PM Modi addressed a third massive rally of supporters in the Hoshiarpur constituency of Punjab this evening. The rally saw PM Modi fiercely attacking the state Congress government for its poor governance track-record in the state.