মিছা প্ৰতিশ্ৰুতি দিয়াটো কংগ্ৰেছৰ পুৰণি কৌশল হৈ পৰিছেঃ হিমাচল প্ৰদেশৰ সুন্দৰ নগৰত প্ৰধানমন্ত্ৰী মোদী

November 05th, 05:00 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ সুন্দৰ নগৰত এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণৰ আৰম্ভণিতে মান্দিৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে যে প্ৰথম নিৰ্বাচনী সভাত মান্দিৰ পৰাই ভাষণ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বতৰৰ বাবে তেওঁ মান্দিৰ জনসাধাৰণক পূৰ্বে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিব নোৱাৰিলে।

হিমাচল প্ৰদেশৰ সুন্দৰ নগৰ আৰু সোলানত ৰাজহুৱা সভাত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী মোদীয়ে

November 05th, 04:57 pm

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ সুন্দৰ নগৰ আৰু সোলানত ৰাজহুৱা সভাত ভাষণ দিয়ে। ডাবল ইঞ্জিন চৰকাৰৰ অধীনত হিমাচল কেনেদৰে আগবাঢ়িছে সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।