ছামিট ফৰ ডেমক্ৰেচীত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' ভাষণৰ অসমীয়া অনুবাদ
March 20th, 10:55 pm
এই পদক্ষেপ অব্যাহত ৰখাৰ বাবে ৰাষ্ট্ৰপতি ইউন ছুক য়েঅলক ধন্যবাদ জনাইছোঁ। ''ছামিট ফৰ ডেমক্ৰেচী''য়ে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে, য'ত গণতন্ত্ৰসমূহে অভিজ্ঞতা ভাগ-বতৰা কৰে আৰু ইজনে সিজনৰ পৰা শিকে।প্ৰধানমন্ত্ৰীয়ে ছামিট ফৰ ডেমক্ৰেচি সম্বোধন কৰে
March 20th, 10:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ছামিট ফৰ ডেমক্ৰেচি সম্বোধন কৰে। সমগ্ৰ বিশ্বৰ গণতন্ত্ৰসমূহৰ অভিজ্ঞতাৰ বিনিময় আৰু পাৰস্পৰিকভাৱে জ্ঞান আহৰণৰ ক্ষেত্ৰত ছামিট ফৰ ডেমক্ৰেচিক এক গুৰুত্বপূৰ্ণ মঞ্চ আখ্যাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে গণতন্ত্ৰৰ প্ৰতি ভাৰতৰ বদ্ধমূল দায়বদ্ধতাক পুনৰবাৰ উল্লেখেৰে কয়, ভাৰতত গণতন্ত্ৰৰ এক প্ৰাচীন আৰু অখণ্ড সংস্কৃতি আছে। ই ভাৰতীয় সভ্যতাৰ প্ৰাণ। তেখেতে আৰু দৃঢ়তাৰে কয়, ভাৰতৰ ইতিহাসত সহমত গঠন, মুকলি আলোচনা আৰু মুক্ত আলোচনা প্ৰতিধ্বনিত হৈ আহিছে। সেইবাবেই দেশৰ নাগৰিকসকলে ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি গণ্য কৰে।National Statement by Prime Minister Narendra Modi at the Summit for Democracy
December 10th, 05:52 pm
Prime Minister Narendra Modi addressed the Summit for Democracy organised by the US President. In his remarks, PM Modi said, The India story has one clear message to the world. That democracy can deliver, that democracy has delivered, and that democracy will continue to deliver.