প্রধানমন্ত্রীয়ে জি৭ শীর্ষ সন্মিলনৰ দ্বিতীয় দিনা দুখন অধিবেশনত যোগ দিয়ে
June 13th, 08:06 pm
প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, জি৭ শীর্ষ সন্মিলনত আউটৰিচ অধিবেশনৰ দ্বিতীয় দিনা – “মুক্ত সমাজ আৰু অর্থনীতি আকৌ একেলগে গঢ়ি তুলিম” আৰু “জলবায়ু আৰু প্রকৃতিৰ সবুজায়ন কৰিম” শীর্ষক দুটা আলোচনাত যোগ দিয়ে।India - Vietnam Joint Vision for Peace, Prosperity and People
December 21st, 04:50 pm
PM Narendra Modi and PM Nguyen Xuan Phuc of Vietnam co-chaired a virtual summit on 21 December 2020, during which they exchanged views on wide-ranging bilateral, regional and global issues and set forth the 'Joint Vision for Peace, Prosperity and People' to guide the future development of India-Vietnam Comprehensive Strategic Partnership.ফলাফলৰ তালিকাঃ ভাৰত-ভিয়েটনাম ভাৰ্চুৱেল সন্মিলন (২১ ডিচেম্বৰ, ২০২০
December 21st, 04:40 pm
ফলাফলৰ তালিকাঃ ভাৰত-ভিয়েটনাম ভাৰ্চুৱেল সন্মিলন (২১ ডিচেম্বৰ, ২০২০India-Vietnam Leaders’ Virtual Summit
December 21st, 04:26 pm
Prime Minister Narendra Modi held a virtual summit with PM Nguyen Xuan Phuc of Vietnam. The two Prime Ministers reviewed ongoing bilateral cooperation initiatives, and also discussed regional and global issues. A ‘Joint Vision for Peace, Prosperity and People’ document was adopted during the Summit, to guide the future development of the India-Vietnam Comprehensive Strategic Partnership.List of MoUs/Agreements signed during the India-Bangladesh Virtual Summit
December 17th, 03:58 pm
List of MoUs/Agreements signed during the India-Bangladesh Virtual SummitBangladesh continues to be one of the significant pillars of India's 'Neighbourhood First' policy: PM
December 17th, 11:04 am
PM Narendra Modi held virtual bilateral meeting with Bangladesh PM Sheikh Hasina. In his remarks, PM Modi said that Bangladesh continues to be one of the significant pillars of India’s ‘Neighbourhood First’ policy. Both the leaders inaugurated the Chilahati-Haldibari rail link between India and& Bangladesh, released a commemorative stamp honouring Bangabandhu and launched a digital exhibition showcasing the achievements of Mahatma Gandhi and Sheikh Mujibur Rahman.PM Modi, Bangladesh PM hold virtual bilateral meeting
December 17th, 11:03 am
PM Narendra Modi held virtual bilateral meeting with Bangladesh PM Sheikh Hasina. In his remarks, PM Modi said that Bangladesh continues to be one of the significant pillars of India’s ‘Neighbourhood First’ policy. Both the leaders inaugurated the Chilahati-Haldibari rail link between India and& Bangladesh, released a commemorative stamp honouring Bangabandhu and launched a digital exhibition showcasing the achievements of Mahatma Gandhi and Sheikh Mujibur Rahman.Virtual Summit between Prime Minister Shri Narendra Modi and Prime Minister of Bangladesh H.E. Sheikh Hasina
December 14th, 10:32 am
A Virtual Summit will be held between Prime Minister Shri Narendra Modi and Prime Minister of Bangladesh H.E. Sheikh Hasina on 17 December 2020.India is not only on track to achieve its Paris Agreement targets but to exceed them beyond expectations: PM
December 12th, 08:45 pm
PM Narendra Modi addressed the Climate Ambition Summit 2020 via video conferencing. In his remarks, PM Modi said, India is not only on track to achieve its Paris Agreement targets but to exceed them beyond expectations.PM Modi addresses Global Climate Ambition Summit
December 12th, 08:37 pm
PM Narendra Modi addressed the Climate Ambition Summit 2020 via video conferencing. In his remarks, PM Modi said, India is not only on track to achieve its Paris Agreement targets but to exceed them beyond expectations.PM to deliver Keynote address at IIT 2020 Global Summit on 4th December
December 03rd, 10:07 pm
Prime Minister Shri Narendra Modi will be delivering a keynote address at the IIT-2020 Global Summit, organised by PanIIT USA, on 4th December 2020 at 09:30 PM.Climate change must be fought not in silos but in an integrated, comprehensive and holistic way: PM
November 22nd, 06:24 pm
At the G20 virtual Summit, PM Narendra Modi said, Today, we are focused on saving our citizens and economies from the effects of the global pandemic. Equally important is to keep our focus on fighting climate change. Climate change must be fought not in silos but in an integrated, comprehensive and holistic way.১৫তম জি২০ নেতৃত্বৰ সন্মিল
November 22nd, 06:23 pm
১. প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে২১-২২ নৱেম্বৰ ২০২০ তাৰিখে ছৌদি আৰৱৰ উদ্যোগত ভাৰ্চুৱেলি অনুষ্ঠিত হোৱা ১৫তম জি২০ সন্মিলনত অংশগ্ৰহণ কৰে৷ জি২০ সন্মিলনৰ দ্বিতীয় দিনৰ এজেণ্ডা আছিল ধৰিত্ৰীৰ সুৰক্ষাৰ বাবে সমন্বিত, বহনক্ষম আৰু নিৰ্ভৰযোগ্য ভৱিষ্যত নিৰ্মাণ কৰা৷‘ভাৰত-লাক্সেমবাৰ্গ ভাৰ্চুৱেল শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ আৰম্ভণী মন্তব্
November 19th, 06:10 pm
সৰ্ব প্ৰথমে মই লাক্সেমবাৰ্গত মহামাৰী ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত মৃত্যু আকোৱালি লোৱা ব্যক্তিসকলৰ প্ৰতি মোৰ, তথা ১৩০ কোটি ভাৰতবাসীৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছো। সংকটৰ এই কঠিন মুহূৰ্তত আপোনাৰ কুশল নেতৃত্বৰ বাবে মই আপোনাক অভিনন্দনো জনাইছো।‘ভাৰত-লাক্সেমবাৰ্গ ভাৰ্চুৱেল শীৰ্ষ সন্মিলন’ত ‘গ্ৰেণ্ড ডিউচী অব লাক্সেমবাৰ্গ’ৰ প্ৰধানমন্ত্ৰীৰে মত-বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়
November 19th, 05:05 pm
‘ভাৰত-লাক্সেমবাৰ্গ ভাৰ্চুৱেল শীৰ্ষ সন্মিলন’ত ‘গ্ৰেণ্ড ডিউচী অব লাক্সেমবাৰ্গ’ৰ প্ৰধানমন্ত্ৰী মহামহিম জেভিয়াৰ বেট্টেলৰ সৈতে আজি মত-বিনিময় কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।বেংগালুৰু টেক সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবা
November 19th, 11:01 am
আমাৰ মন্ত্রীসভাৰ সহকর্মী শ্রী ৰবিশঙ্কৰ প্রসাদ জী, কর্ণাটকৰ মুখ্যমন্ত্রী শ্রী বি এস ইয়াদুৰিয়াপ্পা জী তথা প্রযুক্তি জগতৰ আমাৰ প্রিয় বন্ধুসকল, এই গুৰুত্বপূর্ণ প্রযুক্তিৰ শীর্ষ সম্মিলন প্রযুক্তিৰ মাধ্যমত অনুষ্ঠিত হৈছে, যি অত্যন্ত সময়োপযোগী হিচাপে বিবেচিত হৈছে।‘বাংগালুৰু প্ৰযুক্তি শীৰ্ষ সন্মিলন’ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়
November 19th, 11:00 am
‘ডিজিটেল ইণ্ডিয়া’ক এতিয়া কেৱল চৰকাৰৰ এক নিয়মীয়া কাৰ্যক্ৰম হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে সাম্প্ৰতিক ভাৰতত জীৱনৰ এক পন্থা হিচাপে, বিশেষকৈ দৰিদ্ৰ, বঞ্চিত আৰু চৰকাৰী ব্যৱস্থাৰে জড়িতসকলৰ বাবে জৰুৰী ব্যৱস্থা হিচাপে গণ্য কৰিবলৈ লোৱা কথাত প্ৰধানমন্ত্ৰী শ্ৰী মোডীয়ে সন্তুষ্টি প্ৰকাশ কৰে।ভাৰত-লাক্সেমবাৰ্গ ‘ভাৰ্চুৱেল’ শীৰ্ষ সন্মিল
November 17th, 08:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু লাক্সেমবাৰ্গৰ প্ৰধানমন্ত্ৰী মহামহিম জেভিয়াৰ বেট্টেলৰ মাজত অহা ১৯ নৱেম্বৰ, ২০২০ তাৰিখে ‘ভাৰ্চুৱেল’ মাধ্যমেৰে এক শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব।Finalisation of the BRICS Counter Terrorism Strategy an important achievement: PM
November 17th, 05:03 pm
In his intervention during the BRICS virtual summit, PM Narendra Modi expressed his contentment about the finalisation of the BRICS Counter Terrorism Strategy. He said it is an important achievement and suggested that NSAs of BRICS member countries discuss a Counter Terrorism Action Plan.ভাৰ্চুৱেল ব্ৰিকছ সন্মিলন-২০২০ত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ অসমীয়া অনুবা
November 17th, 05:02 pm
এইবছৰৰ এই সন্মিলনৰ বিষয়বস্তু বিশ্বজনীৰ সুস্থিৰতা, সামূহিক নিৰাপত্তা আৰু অভিনৱ বিকাশৰ বাবে ব্ৰিকছৰ সহযোগিতাৰ প্ৰাসংগিকতাটো আছেই, তাতোকৈ ই দূৰদৰ্শী। বিশ্বত গুৰুত্বপূৰ্ণ জিঅ’–ষ্ট্ৰেটেজিক পৰিৱৰ্তন আহি আছে, যাৰ প্ৰভাৱ সুস্থিৰতা, নিৰাপত্তা আৰু বিকাশত পৰিব আৰু এই তিনিটা ক্ষেত্ৰত ব্ৰিকছে মুখ্য ভূমিকা পালন কৰিব।