PM inaugurates Integrated Check Post and flags off 1st batch of pilgrims at Kartarpur Sahib corridor

November 09th, 05:22 pm

Prime Minister Narendra Modi inaugurated Integrated Check Post and flagged off first batch of pilgrims at Kartarpur Sahib corridor in Gurdaspur, Punjab today.

পঞ্জাৱৰ গুৰদাসপুৰৰ ডেৰা বাবা নানকত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণ

November 09th, 11:13 am

বন্ধুসকল, আজি এই পবিত্ৰ ধৰালৈ আহি মই সঁচাকৈয়ে ধন্য মানিছো। মোৰ পৰম সৌভাগ্য যে মই আজি দেশবাসীক কাৰ্তাৰপুৰ কৰিড’ৰ অৰ্পণ কৰাৰ সুযোগ লাভ কৰিলো। কৰসেৱাৰ সময়ত আপোনালোকে অনুভৱ কৰা অনুভূতিয়েই এই মুহূৰ্তত মোৰো হৈছে। মই আপোনালোকক, সম্পূৰ্ণ দেশবাসীক, পৃথিৱীৰ প্ৰান্তে প্ৰান্তে থকা শিখ ভাই-ভনীসকলক বহুত বহুত অভিনন্দন জ্ঞপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে গুৰু নানক দেৱৰ শিক্ষা আৰু মূল্যবোধক জীয়াই ৰাখিবলৈ আহ্বান জনায়

November 09th, 11:12 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু নানক দেৱজীৰ শিক্ষা আৰু মূল্যবোধ জীয়াই ৰাখিবলৈ সকলোকে আহ্বান জনায়৷ ইণ্টিগ্ৰেটেড চেক প’ষ্ট(আইচিপি) আৰু কাৰ্টাৰপুৰ ক’ৰিডৰ মুকলি অনুষ্ঠান উপলক্ষে ডেৰা বাবা নানকত আয়োজিত বিশেষ অনুষ্ঠানত তেওঁ আজি উপস্থিত আছিল৷ তেওঁ লগতে গুৰু নানক দেৱ জীৰ ৫৫০সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে স্মাৰক মুদ্ৰা মুকলি কৰে৷

বেৰ চাহেব গুৰুদ্বাৰত সশ্ৰদ্ধ প্ৰণিপাত জনালে প্ৰধানমন্ত্ৰীয়ে

November 09th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুলতানপুৰ লোধীৰ বেৰ চাহেব গুৰুদ্বাৰত সশ্ৰদ্ধ প্ৰণিপাত জনায়৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীক সংগ দিয়ে কেন্দ্ৰীয় খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰী শ্ৰীমতী হৰছিমৰৎ কৌৰ বাদল, পাঞ্জাৱৰ ৰাজ্যপাল ভি. পি. সিং বাদনোৰ আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে৷

কাৰ্তাৰপুৰ কৰিড’ৰত সংহত পৰীক্ষণ চকীৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

November 08th, 02:48 pm

পঞ্জাৱৰ গুৰদাসপুৰস্থিত ‘ডেৰা বাবা নানক’ত ৯ নৱেম্বৰত কাৰ্তাৰপুৰ কৰিড’ৰৰ সংহত পৰীক্ষণ চকীটো আনুষ্ঠানিক ভাবে উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ইয়াৰ পূৰ্বে প্ৰধনমন্ত্ৰীগৰাকীয়ে চুলতানপুৰ লোধীত থকা ‘বেৰ চাহিব গুৰুদ্বাৰা’ত প্ৰণিপাত জনাই শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিব। ইয়াৰ পিচতে তেওঁ ‘ডেৰা বাবা নানক’লৈ যাব আৰু তাত এক ৰাজহুৱা সমাৰোহত অংশ গ্ৰহণ কৰিব। নতুনকৈ স্থাপন কৰা আৰু কাইলৈ উন্মোচিত হ’ব লগা সংহত পৰীক্ষণ চকীটোৱে পাকিস্তানস্থিত কাৰ্তাৰপুৰৰ গুৰুদ্বাৰা চাহিব দৰ্শন কৰিবলৈ যোৱা তীৰ্থযাত্ৰীসকলক সহায় সহযোগিতা আগবঢ়াব।

কেবিনেটৰ শ্ৰী গুৰু নানক দেৱজীৰ ৫৫০তম জন্ম জয়ন্তী সমাৰোহ আয়োজনত অনুমোদন

November 22nd, 05:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে এক প্ৰস্তাৱনাৰ জৰিয়তে সমগ্ৰ দেশত আৰু বিশ্বৰ শিখ ধৰ্মৰ সংস্থাপক গুৰু নানক দেৱজীৰ ৫৫০তম জয়ন্তী অনাগত বৰ্ষত ধুমধামেৰে পালন কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷ ৰাজ্য চৰকাৰ আৰু বিদেশত ভাৰতীয় দূতাবাসৰ সৈতে এই সমাৰোহ পালন কৰা হ’ব৷ গুৰু নানক দেৱজীৰ প্ৰেম, শান্তি, সমতা আৰু ভ্ৰাতৃত্ববোধৰ শিক্ষাসমূহৰ শ্বাস্বত মূল্য আছে৷