ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্যসভাত অনুষ্ঠিত বিতৰ্কৰ উত্তৰ দান কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

July 03rd, 12:45 pm

ৰাষ্ট্ৰপতি মহোদয়াই অভিভাষণ প্ৰদান কৰাৰ পাচত তেওঁক ধন্যবাদ জনোৱাৰ উদ্দেশ্যে মই এই আলোচনাত যোগদান কৰিছো। ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণত দেশবাসীৰ বাবে অনুপ্ৰেৰণা আছিল, উৎসাহ আছিল আৰু এক প্ৰকাৰে সত্যৰ পথকো পুৰস্কৃত কৰা হৈছিল।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ সন্দৰ্ভত ধন্যবাদ প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ উত্তৰ

July 03rd, 12:00 pm

আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱৰ উত্তৰ দিয়ে।

PM Modi attends News18 Rising Bharat Summit

March 20th, 08:00 pm

Prime Minister Narendra Modi attended and addressed News 18 Rising Bharat Summit. At this time, the heat of the election is at its peak. The dates have been announced. Many people have expressed their opinions in this summit of yours. The atmosphere is set for debate. And this is the beauty of democracy. Election campaigning is in full swing in the country. The government is keeping a report card for its 10-year performance. We are charting the roadmap for the next 25 years. And planning the first 100 days of our third term, said PM Modi.

‘শক্তিসমৃদ্ধ নাৰী-বিকশিত ভাৰত’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 11th, 10:30 am

মহিলা সৱলীকৰণৰ দৃষ্টিৰে আজিৰ কাৰ্যসূচীটো হৈছে নিতা্ন্তই ঐতিহাসিক। আজি মই ‘নমো ড্ৰোন দিদি অভিযান’ৰ অধীনত ‘’মহিলা আত্ম-সহায়ক গোট’সমূহক ১০০০টা আধুনিক ‘ড্ৰোন’ হস্তান্তৰ কৰাৰ সুযোগ পাইছোঁ। শেহতীয়াকৈ, বিভিন্ন আঁচনি আৰু লাখ লাখ প্ৰচেষ্টাৰ বাবে, দেশৰ ১ কোটিতকৈয়ো অধিক ভগ্নী ‘লাখপতি দিদি’ হৈ উঠিছে। এই সংখ্যাটো সৰু নহয়। আৰু এতিয়া যেতিয়া মই কথা পাতি আছিলো, সেই কিশোৰী ভনীজনীয়ে মোক কৈছিল যে তেওঁৰ উপাৰ্জন বোলে প্ৰতি মাহে ৬০-৭০ হাজাৰ, ৮০ হাজাৰ পৰ্যন্ত হয়গৈ। এই কথাৰে আমি দেশৰ যুৱক-যুৱতীসকলকো অনুপ্ৰাণিত কৰিব পাৰোঁ, গাঁৱৰ এগৰাকী ভগ্নীয়ে তেওঁৰ উদ্যোগৰ জৰিয়তে প্ৰতি মাহে ৬০ হাজাৰ ৭০ হাজাৰ টকা উপাৰ্জন কৰে। তেওঁৰ আত্মবিশ্বাসলৈ চাওক, হয় হয় সেইগৰাকী কিশোৰী তাত বহি আছে, তেওঁ হাত দাঙি আছে। আৰু যেতিয়া মই এনে কথা শুনো, দেখিবলৈ পাওঁ, মোৰ বিশ্বাস যথেষ্ট বাঢ়ি যায়। আপোনালোক আচৰিত হ'ব যে যেতিয়া মই আপোনালোকৰ দৰে লোকৰ পৰা সৰু-সুৰা কথাবোৰ শুনিবলৈ পাওঁ, তেতিয়া মোৰ বিশ্বাস বাঢ়ি যায়। এৰা, আমি সঠিক দিশেৰে আগবাঢ়িছোঁ, দেশৰ নিশ্চয় কিবা ভালেই হ'ব। কিয়নো আমি যোজনা নিশ্চয় কৰোঁ, কিন্তু এই যোজনাক সাৰোগত কৰি আপোনালোকে কাম কৰিবলৈ লাগি যায় নহয়..., আৰু আপোনালোকে পৰিণাম দেখুৱায়। আৰু সেই পৰিণাম দেখি চৰকাৰী বাবুসকলেও অনুভৱ কৰে... এৰা কিবা ভালেই হৈ আছে দেখোন, তেতিয়া কামবোৰ দ্ৰুতগতিৰে আগবাঢ়িবলৈ লয়। আৰু ইয়াৰ বাবে, যেতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে মই এতিয়া ৩ কোটি ‘লাখপতি দিদি’ৰ সংখ্যা অতিক্ৰম কৰিব লাগিব। আৰু এই উদ্দেশ্যৰ বাবেই আজি এই ভগ্নীসকলৰ একাউণ্টলৈ ১০,০০০ কোটি টকা স্থানান্তৰ কৰা হৈছে। আৰু মই আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছোঁ।

সশক্ত নাৰী-বিকশিত ভাৰত কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

March 11th, 10:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সশক্ত নাৰী-বিকশিত ভাৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰি নতুন দিল্লীৰ পুছাস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত নমো ড্ৰোন দিদিসকলে পৰিচালনা কৰা কৃষি ড্ৰোন প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। দেশজুৰি ১০টা ভিন্ন স্থানৰ পৰা নমো ড্ৰোন দিদিসকলেও একেলগে ড্ৰোন প্ৰদৰ্শনত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এহেজাৰ নমো ড্ৰোন দিদিসকলেক ড্ৰোনো গতাই দিয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ বেংকে স্থাপন কৰা বেংক লিংকেজ কেম্পৰ জৰিয়তে ৰাজসাহায্যযুক্ত সুতৰ হাৰত আত্মসহায়ক গোটসমূহক প্ৰায় ৮ হাজাৰ কোটি টকাৰ বেংক ঋণ প্ৰদান কৰে। লগতে প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোটসমূহক প্ৰায় ২,০০০ কোটি টকা মুলধনীকৰণ সহায়ক পুঁজি প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে।

নবী মুম্বাইত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 12th, 08:36 pm

মুম্বাই আৰু মহাৰাষ্ট্ৰৰ লগতে বিকশিত ভাৰতৰ সংকল্পৰ বাবে আজি এক অতি ডাঙৰ তথা ঐতিহাসিক দিন। আজি মুম্বাইত উন্নয়নৰ এই উদযাপন চলি থকাৰ পাছতো সমগ্ৰ দেশে ইয়াৰ ওপৰত নজৰ দিছে৷ আজি দেশত এই বিশাল অটল সেতু, বিশ্বৰ অন্যতম বৃহৎ সাগৰীয় দলং উদ্বোধন কৰা হৈছে। ভাৰতৰ উন্নয়নৰ বাবে আমি আনকি সাগৰৰ লগত সংঘৰ্ষ কৰি ঢৌক ৰুধিক পৰা আমাৰ সংকল্পৰ এয়াও প্ৰমাণ। আজিৰ অনুষ্ঠানটোও দৃঢ়তাৰে সাফল্যৰ প্ৰমাণ।

মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত ১২,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

January 12th, 04:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত ১২,৭০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰীয়ে নৱী মুম্বাইত ১৭,৮৪০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মাণ কৰা অটল বিহাৰী বাজপেয়ী সেৱৰী-নহৱা সেৱা অটল সেতু উদ্বোধন কৰে। আজি উদ্বোধন কৰা উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে পথ আৰু ৰে'ল সংযোগ, খোৱাপানী, ৰত্ন আৰু গহনা আৰু মহিলা সবলীকৰণৰ খণ্ডসমূহ।

‘Modi Ki Guarantee’ vehicle is now reaching all parts of the country: PM Modi

December 16th, 08:08 pm

PM Modi interacted and addressed the beneficiaries of the Viksit Bharat Sankalp Yatra via video conferencing. Addressing the gathering, the Prime Minister expressed gratitude for getting the opportunity to flag off the Viksit Bharat Sankalp Yatra in the five states of Rajasthan, Madhya Pradesh, Chhattisgarh, Telangana and Mizoram, and remarked that the ‘Modi Ki Guarantee’ vehicle is now reaching all parts of the country

বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

December 16th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰে মত-বিনিময় কৰি তেওঁলোকক সম্বোধন কৰে। এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ ফ্লেগ-অফ কৰে।

PM Modi addresses the Nari Shakti Vandan Abhinandan Karyakram in Vadodara

September 27th, 03:39 pm

Prime Minister Narendra Modi addressed the Nari Shakti Vandan Abhinandan Karyakram in Vadodara. Speaking at the event, PM Modi said, “Ever since the day the 'Narishakti Vandan Adhiniyam' was passed by the Parliament, I was eager to visit Gujarat and especially Vadodara. Vadodara has taken care of me in my life, like a mother takes care of her child. Therefore, today I have come especially to meet my mothers and sisters of Vadodara.”

PM Modi addresses the Nari Shakti Vandan Abhinandan Karyakram in Ahmedabad

September 26th, 07:53 pm

Addressing the Nari Shakti Vandan Abhinandan Karyakram in Ahmedabad, Prime Minister Narendra Modi hailed the passage of the Nari Shakti Vandan Adhiniyam, seeking to reserve 33% of seats in Lok Sabha and state Assemblies for women. Speaking to the women in the event, PM Modi said, “Your brother has done one more thing in Delhi to increase the trust with which you had sent me to Delhi. Nari Shakti Vandan Adhiniyam, i.e. guarantee of increasing representation of women from Assembly to Lok Sabha.”

Passage of Nari Shakti Vandan Adhiniyam, a significant milestone in promoting women-led development: PM Modi

September 22nd, 11:30 am

Addressing the Nari Shakti Vandan-Abhinandan Karyakram at BJP Headquarters, Prime Minister Narendra Modi hailed the unanimous passage of the women reservation bill, titled Nari Shakti Vandan Adhiniyam, as a historic moment and congratulated fellow citizens. He said, “A special moment for the nation, a special day for BJP karyakartas. Women's confidence soars, as mothers, sisters, and daughters across the country celebrate today.

PM Modi attends the ‘Nari Shakti Vandan-Abhinandan Karyakram’ at BJP HQ in Delhi

September 22nd, 11:11 am

Addressing the Nari Shakti Vandan-Abhinandan Karyakram at BJP Headquarters, Prime Minister Narendra Modi hailed the unanimous passage of the women reservation bill, titled Nari Shakti Vandan Adhiniyam, as a historic moment and congratulated fellow citizens. He said, “A special moment for the nation, a special day for BJP karyakartas. Women's confidence soars, as mothers, sisters, and daughters across the country celebrate today.

মধ্যপ্ৰদেশৰ সাগৰত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ

August 12th, 04:42 pm

কাৰ্যসূচীত উপস্থিত থকা মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী বীৰেন্দ্ৰ খতিকজী, জ্যোতিৰাদিত্য সিন্ধিয়াজী, প্ৰহ্লাদ পেটেলজী, মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, সকলো সাংসদ, বিভিন্ন স্থানৰ পৰা অহা সকলো পূজনীয় সাধু আৰু বৃহৎ সংখ্যাত অহা মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ সাগৰত এলানি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে

August 12th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ সাগৰত এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা নৱনিৰ্মিত প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ১০০ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে নিৰ্মাণ হ'ব লগা ‘সন্ত শিৰোমণি গুৰুদেৱ শ্ৰী ৰবিদাস জী স্মাৰক’ৰ আধাৰশিলা স্থাপন, ১৫৮০ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে বিকশিত হ'ব লগা দুটা পথ প্ৰকল্প আৰু দেশৰ নামত উৎসৰ্গা কৰা ২৪৭৫ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে দ্বৈতকৰণৰ দিহা কৰা ‘কোটা-বিনা ৰে'লপথ’ছোৱা।

কৰ্ণাটকৰ টুমাকুৰুত ‘টুমাকুৰু ঔদোগিক টাউনশ্বিপ’ৰ আধাৰশিলা স্থাপন আৰু হল হেলিকপ্টাৰ কাৰখানা ৰাষ্ট্ৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 06th, 04:20 pm

কৰ্ণাটক সাধু সন্ন্যাসীৰ পবিত্ৰ ভূমি। ৰাজ্যখনে আধ্যাত্মিকতা, জ্ঞান আৰু বিজ্ঞানৰ ভাৰতীয় পৰম্পৰাক শক্তিশালী কৰি তুলিছে। ইয়াত টুমাকুৰুৰ বিশেষ ভূমিকা আছে। ইয়াত সিদ্ধগংগা মঠে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পণ্ডিত শিৱকুমাৰ স্বামীজীৰ 'অন্ন, অক্ষৰ আৰু আশ্ৰয়' - এই ত্ৰিবিধ দশোহা আগবঢ়াই লৈ গৈছে শ্ৰী সিদ্ধলিংগ মহাস্বামীয়ে। শ্ৰদ্ধাৰ সন্ন্যাসী আৰু সাধুসকলক প্ৰণাম জনাইছো। একে সময়তে শ্ৰী চিদাম্বৰ আশ্ৰম আৰু গুব্বিত ভগৱান চন্নবাসৱেশ্বৰক নমস্কাৰ।

টুমাকুৰুত হল হেলিকপ্টাৰ কাৰখানা ৰাষ্ট্ৰৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰী মোদীৰ

February 06th, 04:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টুমাকুৰুত হল হেলিকপ্টাৰ কাৰখানা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। তদুপৰি তেওঁ টুমাকুৰুৰ টিপটুৰ আৰু চিক্কানায়াকানাহল্লীত টুমাকুৰু ঔদ্যোগিক টাউনশ্বিপ আৰু দুটা জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে হেলিকপ্টাৰ সুবিধা পৰিদৰ্শন কৰাৰ লগতে আৰু গাঁথনি হেংগাৰ আৰু লাইট ইউটিলিটি হেলিকপ্টাৰ উন্মোচন কৰে৷

Congress is a guarantee of instability: PM Modi

November 09th, 09:26 pm

Prime Minister Narendra Modi today; addressed public meetings in Chambi Himachal Pradesh. PM Modi started his first address at Chambi by highlighting that Himachal, today, is in an important stage of development and, thus, it needs a stable and strong government.

PM Modi addresses public meetings in Chambi & Sujanpur, Himachal Pradesh

November 09th, 11:00 am

Prime Minister Narendra Modi today; addressed public meetings in Chambi & Sujanpur, Himachal Pradesh. PM Modi started his first address at Chambi by highlighting that Himachal, today, is in an important stage of development and, thus, it needs a stable and strong government.

Start-ups are reflecting the spirit of New India: PM Modi during Mann Ki Baat

May 29th, 11:30 am

During Mann Ki Baat, Prime Minister Narendra Modi expressed his joy over India creating 100 unicorns. PM Modi said that start-ups were reflecting the spirit of New India and he applauded the mentors who had dedicated themselves to promote start-ups. PM Modi also shared thoughts on Yoga Day, his recent Japan visit and cleanliness.