It’s owing to the efforts of Maharja Digvijay Singh of Jamnagar that India has great relations with Poland: PM Modi in Jamnagar

May 02nd, 11:30 am

Addressing a rally in Jamnagar, PM Modi said “It’s owing to the efforts of Maharja Digvijay Singh of Jamnagar that India has great relations with Poland.” He added that Maharaja Digvijay Singh gave safe haven to Polish citizens fleeing the country owing to World War-2.

Congress 'Report Card' is a 'Report Card' of scams: PM Modi in Surendranagar

May 02nd, 11:15 am

Ahead of the impending Lok Sabha elections, Prime Minister Narendra Modi addressed powerful rally in Surendranagar, Gujarat. He added that his mission is a 'Viksit Bharat' and added, 24 x 7 for 2047 to enable a Viksit Bharat.

PM Modi addresses powerful rallies in Anand, Surendranagar, Junagadh and Jamnagar in Gujarat

May 02nd, 11:00 am

Ahead of the impending Lok Sabha elections, Prime Minister Narendra Modi addressed powerful rallies in Anand, Surendranagar, Junagadh and Jamnagar in Gujarat. He added that his mission is a 'Viksit Bharat' and added, 24 x 7 for 2047 to enable a Viksit Bharat.

ৰিপাব্লিক সন্মিলন, ২০২৪ত ভাষণ প্ৰধানমন্ত্ৰীৰ

March 07th, 08:50 pm

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে এই দশক ভাৰতৰ বুলি কোৱাৰ কথা স্মৰণ কৰাৰ লগতে এই বক্তব্য যে ৰাজনৈতিক নাছিল, সেই কথা আজি বিশ্বই দৃঢ়তাৰে প্ৰতীয়মান কৰিছে বুলি কয়। “বিশ্বই বিশ্বাস কৰে যে এইটো ভাৰতৰ দশক”, বিষয়বস্তু অনুসৰি অহা দশকৰ ভাৰতৰ ওপৰত আলোচনা আৰম্ভ কৰাৰ বাবে ৰিপাব্লিক টিমৰ দৃষ্টিভংগীক প্ৰশংসা কৰি তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে চলিত দশকটো বিকশিত ভাৰতৰ সংকল্প পূৰণৰ মাধ্যমত পৰিণত হ’ব।

Telangana is the land of the brave Ramji Gond & Komaram Bheem: PM Modi

March 04th, 12:45 pm

On his visit to Telangana, PM Modi addressed a massive rally in Adilabad. He said, The huge turnout by the people of Telangana in Adilabad is a testimony to the growing strength of B.J.P. & N.D.A. He added that the launch of various projects ensures the holistic development of the people of Telangana

Telangana's massive turnout during a public rally by PM Modi in Adilabad

March 04th, 12:24 pm

On his visit to Telangana, PM Modi addressed a massive rally in Adilabad. He said, The huge turnout by the people of Telangana in Adilabad is a testimony to the growing strength of B.J.P. & N.D.A. He added that the launch of various projects ensures the holistic development of the people of Telangana

টিভি নাইন কনক্লেভত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 26th, 08:55 pm

আমাৰ ইয়াত পুৰণি কালত যুদ্ধলৈ যোৱাৰ আগতে বৰ জোৰেৰে ডবা বজোৱা হৈছিল, ডাঙৰ ডাঙৰ বিউগল বজোৱা হৈছিল যাতে যোৱাসকল অলপ উদ্যমত যায়, ধন্যবাদ দাস! টিভি নাইনৰ সকলো দৰ্শকলৈ মোৰ নমস্কাৰ আৰু ইয়াত উপস্থিত আপোনালোক সকলোলৈ... মই প্ৰায়ে ভাৰতৰ বৈচিত্ৰ্যৰ কথা কওঁ। এই বৈচিত্ৰ্য টিভি নাইনৰ নিউজ ৰুম, আপোনালোকৰ ৰিপ’ৰ্টিং দলত স্পষ্টকৈ দেখা যায়। টিভি নাইনৰ কেইবাটাও ভাৰতীয় ভাষাত মিডিয়া প্লেটফৰ্ম আছে। আপোনালোক ভাৰতৰ সজীৱ গণতন্ত্ৰৰো প্ৰতিনিধি। মই বেলেগ বেলেগ ৰাজ্যত, বেলেগ বেলেগ ভাষাত টিভি নাইনত কাম কৰা সকলো সাংবাদিক বন্ধুক, আপোনালোকৰ কাৰিকৰী দলটোক বহুত বহুত অভিনন্দন জনাইছোঁ।

নিউজ-৯ গ্ল’বেল ছামিটত ভাষণ প্ৰধানমন্ত্ৰীৰ

February 26th, 07:50 pm

আজি নতুন দিল্লীত অনুষ্ঠিত নিউজ-৯ গ্ল’বেল ছামিটত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আগবঢ়ায়। সন্মিলনৰ বিষয়বস্তু আছিল ‘ভাৰত: এক বিশাল জাঁপৰ বাবে সাজু’।

গুজৰাটৰ ৰাজকোটত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

February 25th, 07:52 pm

মঞ্চত উপৱিষ্ট গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদত মোৰ সহযোগী মনসুখ মাণ্ডৱিয়া, গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আৰু সংসদত মোৰ সহকৰ্মী চি আৰ পাটিল, মঞ্চত থকা আন সকলো জ্যেষ্ঠ গণ্যমান্য ব্যক্তি আৰু ৰাজকোটৰ মোৰ ভাই-ভনীসকল, নমস্কাৰ।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ৰাজকোটত ৪৮,১০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

February 25th, 04:48 pm

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মাননীয় ৰাজ্যপাল আৰু ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, সাংসদ আৰু বিধান সভা তথা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্বীকাৰ কৰে আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কেৱল নতুন দিল্লীতে সকলো গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাৰ্যসূচী সম্পাদন কৰাৰ সময়ৰ কথা স্মৰণ কৰি কয় যে বৰ্তমানৰ চৰকাৰে এই প্ৰৱণতা সলনি কৰি ভাৰত চৰকাৰক দেশৰ প্ৰতিটো কোণলৈ লৈ গৈছে। ৰাজকোটত আজিৰ এই কাৰ্যসূচী তেনে বিশ্বাসৰে প্ৰমাণ, প্ৰধানমন্ত্ৰী মোদীয়ে কয় ৷ তেওঁ লগতে কয় যে দেশৰ একাধিক স্থানত প্ৰকল্প উচৰ্গা আৰু আধাৰশিলা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈছে৷ এই কথাই এক নতুন পৰম্পৰাক আগুৱাই লৈ গৈছে। জম্মুৰ এক কাৰ্যসূচীৰ পৰা আইআইটি ভিলাই, আইআইটি তিৰুপতি, আইআইটি কুৰ্ণুল, আইএম বোধগয়া, আইআইএম বোধগয়া, আইআইএম জম্মু, আইআইএম বিশাখাপত্তনম আৰু আইআইএছ কানপুৰৰ শিক্ষানুষ্ঠানসমূহ উদ্বোধন কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি এইমছ ৰাজকোট, এইমছ মঙ্গলাগিৰি, এইমছ বাথিন্দা আৰু এআইআইৰ উদ্বোধন কৰা হৈছে।

গুজৰাটৰ দ্বাৰকাত ভিন্ন প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

February 25th, 01:01 pm

মঞ্চত উপস্থিত আছে গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, সংসদত মোৰ সতীৰ্থ তথা গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি শ্ৰী চিআৰ পাটিল, আন-আন সন্মানীয় বিশিষ্ট ব্যক্তিসকল আৰু গুজৰাটৰ মোৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ দ্বাৰকাত ৪১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে বহু প্ৰকল্প ৰাষ্ট্ৰলৈ উচৰ্গা কৰে

February 25th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দ্বাৰকাত ৪১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু বহু কেইটা প্ৰকল্প দেশবাসীক উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ওখা মূল ভূখণ্ড আৰু বেইট দ্বাৰকাক সংযোগ কৰা সুদৰ্শন সেতু, ভাদিনাৰ আৰু ৰাজকোট-ওখা, ৰাজকোট-জেটালচাৰ-সোমনাথ আৰু জেটালচাৰ-ৱানজালিয়া ৰে'ল বৈদ্যুতিকৰণ প্ৰকল্পৰ পাইপলাইন প্ৰকল্প দেশবাসীক উচৰ্গা কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ-৯২৭ৰ ধোৰাজি-জামকান্দোৰনা-কালাভাদ শাখা, জামনগৰৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু জামনগৰৰ চিক্কা তাপ বিদ্যুৎ কেন্দ্ৰত ফ্লু গেছ ডিছালফিউৰাইজেচন (এফজিডি) প্ৰণালী স্থাপনৰ আধাৰশিলাও স্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ওখা মহাদ্বীপ আৰু বেত দ্বাৰকা দ্বীপ সংযোগী সুদৰ্শন সেতু উদ্বোধন কৰে

February 25th, 11:49 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰায় ৯৮০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ওখা মহাদ্বীপ আৰু বেত দ্বাৰকা দ্বীপ সংযোগী সুদৰ্শন সেতু উদ্বোধন কৰে।প্ৰায় ২.৩২ কিঃমিঃ দৈৰ্ঘ্যৰ এই সেতু হৈছে দেশৰ দীৰ্ঘতম কেবল-ধাৰিত দলং।