প্ৰধানমন্ত্ৰীয়ে ১৩ অক্টোবৰত প্ৰধানমন্ত্ৰী গতিশক্তিৰ শুভাৰম্ভ কৰিব

October 12th, 06:30 pm

দেশখনৰ আন্তঃগাঁথনিৰ প্ৰেক্ষাপটৰ বাবে এক ঐতিহাসিক কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ অক্টোবৰ, ২০২১ ত নতুন দিল্লীৰ প্ৰগতি ময়দানত দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী গতিশক্তি- মাল্টি-মডেল সংযোগৰ অৰ্থে ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মুকলি কৰিব।

১৫ আগষ্ট, ২০২০ত ৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

August 15th, 02:49 pm

স্বাধীনতাৰ এই পবিত্ৰ উৎসৱত সকলো দেশবাসীক অভিনন্দন আৰু বহুত বহুত শুভকামনা জনাইছো৷ আজি আমি যি স্বাধীন ভাৰতত উশাহ-নিশাহ লৈছো, ইয়াৰ অন্তৰালত ভাৰত মাতাৰ লাখ লাখ সন্তানৰ ত্যাগ, তেওঁলোকৰ বলিদান আৰু ভাৰত মাতাক স্বাধীন কৰি তোলাৰ প্ৰতি তেওঁলোকৰ সমর্পন, আজি এই সকলো আমাৰ স্বাধীনতা সংগ্রামী, স্বাধীনতা বীৰ-বীৰাংগনা, বীৰ শ্বহীদক প্ৰণাম জনোৱাৰে এই অনুষ্ঠান৷

৭৪ তম স্বাধীনতা দিৱসত লাল কিল্লাৰ প্ৰাচীৰৰপৰা ৰাষ্ট্ৰবাসীক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 15th, 02:38 pm

মোৰ প্ৰিয় দেশৰ নাগৰিক, এই শুভ অনুষ্ঠানত, আপোনালোক সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।

India celebrates 74th Independence Day

August 15th, 07:11 am

Prime Minister Narendra Modi addressed the nation on the occasion of 74th Independence Day. PM Modi said that 130 crore countrymen should pledge to become self-reliant. He said that it is not just a word but a mantra for 130 crore Indians. “Like every young adult in an Indian family is asked to be self-dependent, India as nation has embarked on the journey to be Aatmanirbhar”, said the PM.

Submarine OFC project connecting Andaman-Nicobar to rest of the world is a symbol of our commitment towards ease of living: PM

August 10th, 12:35 pm

PM Narendra Modi launched the submarine Optical Fibre Cable facility in Andaman and Nicobar Islands via video conferencing. In his address the PM said, This submarine OFC project that connects Andaman Nicobar Islands to the rest of the world is a symbol of our commitment towards ease of living. Thousands of families in Andaman-Nicobar will now get its access, the residents will reap the benefits of internet connectivity.

PM Modi launches submarine Optical Fibre Cable facility in Andaman and Nicobar Islands

August 10th, 10:14 am