ৰাজস্থানৰ পোখৰাণত 'এক্সাৰচাইজ ভাৰত শক্তি' অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

March 12th, 02:15 pm

ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভজন লাল শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ ৰাজনাথ সিং জী, গজেন্দ্ৰ শেখাৱত জী, কৈলাশ চৌধুৰী জী, পিএছএৰ অধ্যাপক অজয় সুদ জী, প্ৰতিৰক্ষা মুৰব্বী, জেনেৰেল অনিল চৌহান, এয়াৰ চিফ মাৰ্শ্বাল ভি আৰ চৌধাৰী, নৌসেনা প্ৰধান এডমিৰেল হৰি কুমাৰ, আৰ্মি চিফ জেনেৰেল মনোজ পাণ্ডে, জ্যেষ্ঠ বিষয়াসকল, তিনিওটা সেনাৰ সকলো বীৰ… আৰু ইয়াত উপস্থিত পোখৰাণৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল!

প্ৰধানমন্ত্ৰী 'ভাৰত শক্তি'ৰ সাক্ষী - ৰাজস্থানৰ পোখৰাণত সেনাৰ তিনিটা বাহিনীৰ টোপ অনুশীলন আৰু কৌশল প্ৰদৰ্শন

March 12th, 01:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ পোখৰাণত তিনিওটা বাহিনীৰ টোপৰ অনুশীলন আৰু কৌশল অনুশীলনৰ ৰূপত থলুৱা প্ৰতিৰক্ষা সামৰ্থ্যৰ এক সমন্বিত প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। 'ভাৰত শক্তি'ত দেশৰ অত্মনিৰ্ভৰ উদ্যোগৰ ওপৰত আধাৰিত দক্ষতাৰ প্ৰদৰ্শন হিচাপে বিভিন্ন থলুৱা অস্ত্ৰ প্ৰণালী আৰু মঞ্চ প্ৰদৰ্শন কৰা হ'ব।

লাক্ষাদ্বীপৰ কাৱাৰাট্টিত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী উপস্থাপনৰ অনুবাদ

January 03rd, 12:00 pm

লাক্ষাদ্বীপত পুৱাৰ পৰিৱেশটো চাবলৈ পাই মই খুবেই সুখী হৈছো। লাক্ষাদ্বীপৰ সৌন্দৰ্য শব্দৰে বৰ্ণনা কৰাটো খুবেই কঠিন। মই সৌভাগ্যৱান যে এইবাৰ আগাট্টি, বাঙ্গাৰাম আৰু কাৱাৰাট্টিত মোৰ পৰিয়ালৰ সকলো সদস্যক লগ পোৱাৰ সুযোগ পাইছোঁ। লাক্ষাদ্বীপৰ ভৌগোলিক এলেকা সৰু হ'ব পাৰে, পিচে, লাক্ষাদ্বীপৰ জনতাৰ হৃদয় সাগৰৰ দৰেই বিশাল। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে মই কৃতজ্ঞ।

লক্ষদ্বীপৰ কাৱৰাট্টিত ১১৫০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

January 03rd, 11:11 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষদ্বীপৰ কাৱৰাট্টিত ১১৫০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজিৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে প্ৰযুক্তি, শক্তি, জলসম্পদ, স্বাস্থ্যসেৱা আৰু শিক্ষাকে প্ৰমুখ্য কৰি একাধিক খণ্ডক সামৰি লৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লেপটপ আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক লেপটপ বিতৰণৰ লগতে বেটি বচাও, বেটি পঢ়াওৰ অধীনত বিদ্যালয়ৰ ছাত্ৰীসকলক চাইকেল প্ৰদান কৰে। লগতে কৃষক আৰু মৎস্যজীৱী হিতাধিকাৰীসকলক পিএম কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে ৪ ডিচেম্বৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব

December 02nd, 04:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ ডিচেম্বৰ, ২০২৩ত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে বিয়লি প্ৰায় ৪:১৫ বজাত মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গত উপস্থিত হ’ব আৰু ৰাজকোট গড়ত ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি অনাৱৰণ কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে সিন্ধুদুৰ্গত অনুষ্ঠিত হ’বলগীয়া ‘নৌসেনা দিৱস ২০২৩’ সমাৰোহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী তাৰকৰলী সমুদ্ৰ তীৰ, সিন্ধুদুৰ্গৰ পৰা ভাৰতীয় নৌসেনাৰ জাহাজ, ছাবমেৰিন, বিমান আৰু বিশেষ বাহিনীৰ 'পৰিচালন প্ৰদৰ্শন'ৰো সাক্ষী হ’ব।

INS Vikrant is a testament to the hard work, talent, influence and commitment of 21st century India: PM Modi

September 02nd, 01:37 pm

PM Narendra Modi commissioned the first indigenous aircraft carrier as INS Vikrant. The Prime Minister exclaimed, Vikrant is huge, massive, and vast. Vikrant is distinguished, Vikrant is also special. Vikrant is not just a warship. This is a testament to the hard work, talent, influence and commitment of India in the 21st century.

প্ৰথমখন থলুৱা বিমানবাহী জাহাজ আইএনএছ বিক্ৰান্তৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

September 02nd, 09:46 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথমখন থলুৱা বিমানবাহী জাহাজ আইএনএছ বিক্ৰান্তৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঔপনিৱেশিক অতীতৰ অৱসান ঘটাই আৰু সমৃদ্ধ ভাৰতীয় সামুদ্ৰিক ঐতিহ্যৰ প্ৰতিফলন ঘটাই নতুন নেভেল পতাকা (নিচান) ও মুকলি কৰে।

নতুন দিল্লীত এনআইআইঅ’ৰ ‘স্বাৱলম্বনত’ শীৰ্ষক আলোচনা-চক্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 18th, 04:31 pm

মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী ৰাজনাথ সিং জী, শ্ৰী অজয় ভট্ট জী, নৌসেনাৰ মুৰব্বী, নৌসেনাৰ উপ-মুৰব্বী, প্ৰতিৰক্ষা সচিব, এছআইডিএমৰ সভাপতি, উদ্যোগ আৰু শিক্ষানুষ্ঠানৰ সৈতে জড়িত সকলো সতীৰ্থ, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰীয়ে এনআইঅ' চেমিনাৰ 'স্বাৱলম্বন'ত ভাষণ প্ৰদান কৰে

July 18th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এনআইআইঅ'ৰ (নৌ উদ্ভাৱন আৰু স্বদেশীকৰণ সংস্থা) আলোচনাচক্ৰ 'স্বাৱলম্বন'ত ভাষণ প্ৰদান কৰে।

Submarine OFC project connecting Andaman-Nicobar to rest of the world is a symbol of our commitment towards ease of living: PM

August 10th, 12:35 pm

PM Narendra Modi launched the submarine Optical Fibre Cable facility in Andaman and Nicobar Islands via video conferencing. In his address the PM said, This submarine OFC project that connects Andaman Nicobar Islands to the rest of the world is a symbol of our commitment towards ease of living. Thousands of families in Andaman-Nicobar will now get its access, the residents will reap the benefits of internet connectivity.

PM Modi launches submarine Optical Fibre Cable facility in Andaman and Nicobar Islands

August 10th, 10:14 am

PM Narendra Modi launched the submarine Optical Fibre Cable facility in Andaman and Nicobar Islands via video conferencing. In his address the PM said, This submarine OFC project that connects Andaman Nicobar Islands to the rest of the world is a symbol of our commitment towards ease of living. Thousands of families in Andaman-Nicobar will now get its access, the residents will reap the benefits of internet connectivity.

লক্ষ্ণৌত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ডিফএক্সপ’ ভাৰত কেৱল এখন বজাৰ নহয়, ই সমগ্ৰ বিশ্বৰ বাবে এক আকৰ্ষণীয় সুযোগো, প্ৰধানমন্ত্ৰী ‘প্ৰতিৰক্ষা ডিজিটেল পৰিৱৰ্তন’ত ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহ প্ৰতিফলিত হৈছে প্ৰতিৰক্ষা সামগ্ৰীসমূহৰ স্থানীয়ভাৱে নিৰ্মাণৰ দ্বাৰা অটল বিহাৰী বাজপেয়ীৰ সপোন বাস্তৱায়িত হৈছে, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয় নতুন ভাৰতৰ বাবে নতুন লক্ষ্যঃ প্ৰধানমন্ত্ৰী

February 05th, 01:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত একাদশ ডিফএক্সপ’ মুকলি কৰে৷ ভাৰতৰ দ্বিবাৰ্ষিক মিলিটেৰী প্ৰদৰ্শনীখনত দেশক বিশ্বজনীন প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ হাব হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে৷ ডিফএক্সপ’ ২০২০ ভাৰতৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা প্ৰদৰ্শনী হিচাপে পৰিগণিত হোৱাৰ লগতে বিশ্বৰ শীৰ্ষৰ অন্যতম ডিফএক্সপ’ হিচাপেও বিবেচিত হৈছে৷ এইবাৰৰ প্ৰদৰ্শনীখনত বিশ্বৰ সহস্ৰাধিক প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণকাৰী আৰু ১৫০টা উদ্যোগে অংশগ্ৰহণ কৰিছে৷

Wrong policies and strategies of Congress destroyed the nation: PM

October 19th, 11:51 am

On the last day of campaigning for the Haryana Assembly elections, Prime Minister Narendra Modi addressed two major public meetings in Ellenabad and Rewari today. Speaking to the people, he asked, Isn't India looking more powerful ever since our government took over? did I not deliver on my promises?

এল্লেনাবাদ আৰু ৰেৱাৰীত ৰাজহুৱা সভাত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী মোদীয়ে

October 19th, 11:39 am

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এল্লেনাবাদ আৰু ৰেৱাৰীত দুখন বৃহৎ ৰাজহুৱা সভাত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে ৰাইজক উদ্দেশ্যি তেওঁ প্ৰশ্ন কৰে, “আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পাছৰে পৰা ভাৰতক অধিক শক্তিশালীৰ দৰে লগা নাই নে? মই মোৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিছো নে? ”

INS Kalvari is a fine example of 'Make in India': PM Modi

December 14th, 09:12 am

PM Narendra Modi today dedicated the INS Kalvari to the nation from Mumbai. Speaking at the occasion, the PM said that it was a perfect example of the 'Make in India’ initiative. He said that the INS Kalvari would further strengthen the Indian Navy.

PM dedicates INS Kalvari to the nation

December 14th, 09:11 am

The Prime Minister, Shri Narendra Modi, today dedicated the naval submarine INS Kalvari to the nation, at a function in Mumbai.

PM to dedicate naval submarine INS Kalvari to the nation tomorrow

December 13th, 02:26 pm

PM Modi will dedicate to the nation, the naval submarine INS Kalvari, at Mumbai. The INS Kalvari is a diesel-electric attack submarine that has been built for the Indian Navy by the Mazagon Dock Shipbuilders Limited. It is the first of six such submarines that will be inducted into the Indian Navy, and represents a significant success for the Make in India initiative.