ভাৰত আৰু নৰ্ডিক দেশসমূহৰ মাজত অনুষ্ঠিত সন্মিলনৰ যুটীয়া প্রেছ বিবৃতি
April 18th, 12:57 pm
আজি ষ্ট’কহমত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ডেনমার্কৰ প্রধানমন্ত্রী লার্ছ লোক্কে ৰাছমুসেন, ফিনলেণ্ডৰ প্রধানমন্ত্রী জুহা ছিপিলা, আইলেণ্ডৰ প্রধানমন্ত্রী কাট্রিন জেকবছদোত্তিৰ, নৰৱেৰ প্রধানমন্ত্রী এৰনা ছোলবার্গ আৰু ছুইডেনৰ প্রধানমন্ত্রী ষ্টিফেন লোফেনৰ সৈতে এক সন্মিলনত মিলিত হয়।World is looking at India with renewed confidence: PM Modi in Sweden
April 17th, 11:59 pm
Addressing the Indian Community in Sweden, PM Narendra Modi today thanked PM Stefan Löfven for the warm welcome. Shri Modi remarked that it was not his welcome but the welcome of 125 crore Indians.ষ্টকহমত ভাৰতীয় সমুদায়ক সম্বোধন প্রধানমন্ত্রীৰ
April 17th, 11:45 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ষ্টকহমত বসবাস কৰা ভাৰতীয় সমুদায়কক উদ্দেশ্যি ভাষণ আগবঢ়ায়। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ছুইডেন চৰকাৰক, বিশেষকৈ ছুইডেনৰ সন্মানীয় ৰজাৰ লগতে প্রধানমন্ত্রী শ্ৰীযুত ষ্টিফেল লোফভেনক তেওঁক জনোৱা আদৰ-সম্ভাষণৰ বাবে অশেষ ধন্যবাদ জনায়। উল্লেখ্য যে অনুষ্ঠানত প্রধানমন্ত্রী শ্ৰীযুত ষ্টিফেন লোফভেনো উপস্থিত থাকে।Visit of Prime Minister of India to Sweden (16-17 April 2018)
April 17th, 11:12 pm
During PM Modi's visit, India and Sweden hosted an India-Nordic Summit, entitled ‘India-Nordic Summit : Shared Values, Mutual Prosperity’. Prime Ministers of Denmark, Finland, Iceland and Norway attended the Summit. India has substantial economic ties with Nordic countries. Annual India-Nordic trade is about $5.3 billion. The cumulative Nordic FDI into India has been $2.5 billion.ছুইডেনৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ সাক্ষাৎ, ভাৰতত বিনিয়োগৰ সুবিধাসমূহৰ গুৰুত্বতা প্ৰদান
April 17th, 05:52 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুইডেনৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক সাক্ষাৎ কৰে৷ তেওঁ দুয়োখন ৰাষ্ট্ৰৰ বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা কৰে৷ ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ বাবে ছুইডেনক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত বিনিয়োগৰ সুবিধাসমূহৰ গুৰুত্বতা সমূহ প্ৰদৰ্শন কৰে৷প্ৰধানমন্ত্ৰীৰ ষ্ট’কহম ভ্ৰমণৰ উপলক্ষে স্বাক্ষৰিত তথা বিনিময় কৰা বুজাবুজি চুক্তি আৰু চুক্তিৰ তালিকা ( ১৬-১৭ এপ্ৰিল, ২০১৮)
April 17th, 05:36 pm
যৌথ সংবাদমেলত ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য প্ৰদান
April 17th, 04:50 pm
যৌথ সংবাদমেলত ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে বক্তব্য প্ৰদান কৰি কয় যে ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ বাবে ছুইডেন এক গুৰুত্বপূৰ্ণ সহযোগী৷ দুয়োখন দেশৰ মাজত পুনৰ নৱীকৰণযোগ্য শক্তি, চহৰ অঞ্চলৰ পৰিবহণ আৰু বৰ্জ্য পদাৰ্থৰ ব্যৱস্থাপনা সন্দৰ্ভত সন্মিলিত চুক্তি হৈছে৷ছুইডেনত উপস্থিত প্ৰধানমন্ত্ৰী
April 17th, 01:22 am
ছুইডেনৰ ষ্ট’কহমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী। তেওঁ ছুইডিছ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ভাৰত-নৰডিক সন্মিলনতো অংশগ্ৰহণ কৰিব।ছুইডেন আৰু ব্ৰিটেইন ভ্ৰমণৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
April 15th, 08:51 pm
নিম্নোলিখিত কথাখিনি ছুইডেন আৰু ব্ৰিটেইন ভ্ৰমণৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদ্ৰীয়ে সংবাদ মাধ্যমত দিয়া প্ৰেছ বিবৃতিত লিখিত ৰূপ।Prime Minister condemns attack in Stockholm, Sweden
April 07th, 10:52 pm
PM Narendra Modi today strongly condemned the attack in Stockholm. The PM said, “We condemn the attack in Stockholm. My thoughts an are with the families of the deceased and prayers with those injured. India stands firmly with the people of Sweden in this hour of grief.”