প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু চুইডেনৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী ষ্টেফান লাফভেনৰ মাজত ভাৰ্চুৱেল সন্মিলন
March 04th, 06:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ৫ মাৰ্চত চুইডেনৰ প্ৰধানমন্ত্ৰী মহামহিম ষ্টেফান লাফভেনৰ সৈতে এখনি ভাৰ্চুৱেল সন্মিলনত মিলিত হ’ব।ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ
April 07th, 05:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুইডেনৰ প্ৰধানমন্ত্ৰী ষ্টীফেন ল’ফভেনৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ বিষয়ে আলোচনা কৰাৰ লগতে দুয়োখন দেশত স্বাস্থ্য আৰু অৰ্থনীতিৰ প্ৰতিকূল পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বিষয়েও আলোচনা কৰে৷Visit of Prime Minister of India to Sweden (16-17 April 2018)
April 17th, 11:12 pm
During PM Modi's visit, India and Sweden hosted an India-Nordic Summit, entitled ‘India-Nordic Summit : Shared Values, Mutual Prosperity’. Prime Ministers of Denmark, Finland, Iceland and Norway attended the Summit. India has substantial economic ties with Nordic countries. Annual India-Nordic trade is about $5.3 billion. The cumulative Nordic FDI into India has been $2.5 billion.Sweden India Joint Action Plan (April 17, 2018)
April 17th, 09:47 pm
India and Sweden reiterated their commitment to dialogue and cooperation on key international issues of mutual concern, including climate change, Agenda 2030, international peace and security, human rights, gender equality, humanitarian issues, international trade.The countries emphasized their commitment to the Paris Agreement. Both sides agreed to continue security policy dialogue at the level of National Security Advisors.ছুইডেনৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ সাক্ষাৎ, ভাৰতত বিনিয়োগৰ সুবিধাসমূহৰ গুৰুত্বতা প্ৰদান
April 17th, 05:52 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুইডেনৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক সাক্ষাৎ কৰে৷ তেওঁ দুয়োখন ৰাষ্ট্ৰৰ বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা কৰে৷ ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ বাবে ছুইডেনক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত বিনিয়োগৰ সুবিধাসমূহৰ গুৰুত্বতা সমূহ প্ৰদৰ্শন কৰে৷প্ৰধানমন্ত্ৰীৰ ষ্ট’কহম ভ্ৰমণৰ উপলক্ষে স্বাক্ষৰিত তথা বিনিময় কৰা বুজাবুজি চুক্তি আৰু চুক্তিৰ তালিকা ( ১৬-১৭ এপ্ৰিল, ২০১৮)
April 17th, 05:36 pm
যৌথ সংবাদমেলত ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য প্ৰদান
April 17th, 04:50 pm
যৌথ সংবাদমেলত ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে বক্তব্য প্ৰদান কৰি কয় যে ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ বাবে ছুইডেন এক গুৰুত্বপূৰ্ণ সহযোগী৷ দুয়োখন দেশৰ মাজত পুনৰ নৱীকৰণযোগ্য শক্তি, চহৰ অঞ্চলৰ পৰিবহণ আৰু বৰ্জ্য পদাৰ্থৰ ব্যৱস্থাপনা সন্দৰ্ভত সন্মিলিত চুক্তি হৈছে৷ছুইডেনৰ প্ৰধানমন্ত্ৰী ষ্টীফেন ল’ফভেনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
April 17th, 03:21 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইডেনৰ প্ৰধানমন্ত্ৰী ষ্টীফেন ল’ফভেনৰ সৈতে কাৰ্যকৰী সাক্ষাতত মিলিত হয়৷ নেতা দুজনে বিশ্বৰ গুৰুত্বপূৰ্ণ সমস্যাৰাজিৰ বিষয়ে আলোচনা কৰে আৰু ভাৰত তথা ছুইডেনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বাবে আলোচনাত মিলিত হয়৷ছুইডেনত উপস্থিত প্ৰধানমন্ত্ৰী
April 17th, 01:22 am
ছুইডেনৰ ষ্ট’কহমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী। তেওঁ ছুইডিছ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ভাৰত-নৰডিক সন্মিলনতো অংশগ্ৰহণ কৰিব।ছুইডেন আৰু ব্ৰিটেইন ভ্ৰমণৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
April 15th, 08:51 pm
নিম্নোলিখিত কথাখিনি ছুইডেন আৰু ব্ৰিটেইন ভ্ৰমণৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদ্ৰীয়ে সংবাদ মাধ্যমত দিয়া প্ৰেছ বিবৃতিত লিখিত ৰূপ।PM speaks to Swedish PM Stefan Löfven
June 22nd, 02:13 pm
The Prime Minister, Shri Narendra Modi, spoke to Prime Minister of Sweden Mr. Stefan Löfven today.“Had a good discussion with H. E. Mr. Stefan Löfven, Swedish PM, on the phone. I deeply appreciate Sweden's support for Make in India”, the Prime Minister tweeted.Prime Minister condemns attack in Stockholm, Sweden
April 07th, 10:52 pm
PM Narendra Modi today strongly condemned the attack in Stockholm. The PM said, “We condemn the attack in Stockholm. My thoughts an are with the families of the deceased and prayers with those injured. India stands firmly with the people of Sweden in this hour of grief.”Make in India Week in Mumbai; Bilateral talks with Sweden, Finland and Poland
February 13th, 05:46 pm
PM to visit Mumbai, launch Make in India week on February 13, 2016
February 12th, 05:18 pm
PM’s engagements in New York City – September 25th, 2015
September 25th, 11:27 pm