সেউজ হাইড্ৰজেন সন্দৰ্ভত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

September 11th, 10:40 am

বিজ্ঞানী আৰু উদ্ভাৱক, উদ্যোগ খণ্ডৰ নেতা তথা মোৰ মৰমৰ বন্ধুসকল,

সেউজ হাইড্ৰজেন সন্দৰ্ভত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

September 11th, 10:20 am

প্ৰধানমন্ত্ৰীয়ে সেউজ হাইড্ৰজেন সম্পৰ্কীয় দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই ভাষণৰ আৰম্ভণিতে কয় যে বিশ্বই এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈ গৈছে। তেওঁ জলবায়ু পৰিৱৰ্তন কেৱল ভৱিষ্যতৰ কথা নহয়, ইয়াৰ প্ৰভাৱ এতিয়া অনুভৱ কৰিব পৰা যায় বুলি ক্ৰমাৎ উপলব্ধি কৰাত গুৰুত্ব আৰোপ কৰে। “এতিয়াই ইয়াত কাম কৰাৰ”, শ্ৰী মোদীয়ে কয়। তেওঁ উল্লেখ কৰে যে শক্তিৰ পৰিৱৰ্তন আৰু বহনক্ষমতা বিশ্ব নীতিৰ বক্তৃতাৰ কেন্দ্ৰীয় বিষয় হৈ পৰিছে।

কেবিনেটে ভাৰতীয় ৰে’লৱেত সংযোগ বৃদ্ধি, যাতায়াত সহজ কৰা, লজিষ্টিক খৰচ হ্ৰাস কৰা, তেল আমদানি হ্ৰাস কৰা আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যৰে দুটা নতুন লাইন আৰু এটা মাল্টি ট্ৰেকিং প্ৰকল্পত অনুমোদন জনায়

August 28th, 05:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী (চিচিইএ)য়ে ৰে’ল মন্ত্ৰালয়ৰ প্ৰায় ৬,৪৫৬ কোটি টকাৰ মুঠ আনুমানিক ব্যয় সাপেক্ষে তিনিটা প্ৰকল্পত অনুমোদন জনাইছে।

Many people want India and its government to remain weak so that they can take advantage of it: PM in Ballari

April 28th, 02:28 pm

Prime Minister Narendra Modi launched the poll campaign in full swing for the NDA in Karnataka. He addressed a mega rally in Ballari. In Ballari, the crowd appeared highly enthusiastic to hear from their favorite leader. PM Modi remarked, “Today, as India advances rapidly, there are certain countries and institutions that are displeased by it. A weakened India, a feeble government, suits their interests. In such circumstances, these entities used to manipulate situations to their advantage. Congress, too, thrived on rampant corruption, hence they were content. However, the resolute BJP government does not succumb to pressure, thus posing challenges to such forces. I want to convey to Congress and its allies, regardless of their efforts... India will continue to progress, and so will Karnataka.”

PM Modi addresses public meetings in Belagavi, Uttara Kannada, Davanagere & Ballari, Karnataka

April 28th, 11:00 am

Prime Minister Narendra Modi today launched the poll campaign in full swing for the NDA in Karnataka. He addressed back-to-back mega rallies in Belagavi, Uttara Kannada, Davanagere and Ballari. PM Modi stated, “When India progresses, everyone becomes happy. But the Congress has been so indulged in 'Parivarhit' that it gets perturbed by every single developmental stride India makes.”

You have seen that I have been serving you without taking any leave: PM Modi in Mahasamund

April 23rd, 02:50 pm

Prime Minister Narendra Modi addressed mega rally today in Mahasamund, Chhattisgarh. Beginning his speech, PM Modi said, I have come to seek your abundant blessings. Our country has made significant progress in the last 10 years, but there is still much work to be done. The previous government in Chhattisgarh did not allow my work to progress here, but now that Vishnu Deo Sai is here, I must complete that work as well.”

PM Modi campaigns in Chhattisgarh’s Janjgir-Champa and Mahasamund

April 23rd, 02:45 pm

Prime Minister Narendra Modi addressed two mega rallies today in Janjgir-Champa and Mahasamund, Chhattisgarh. Beginning his speech, PM Modi said, I have come to seek your abundant blessings. Our country has made significant progress in the last 10 years, but there is still much work to be done. The previous government in Chhattisgarh did not allow my work to progress here, but now that Vishnu Deo Sai is here, I must complete that work as well.”

Congress is now being run by people who are in league with anti-national forces: PM Modi

October 03rd, 12:46 pm

PM Modi addressed the 'Parivartan Sankalp Yatra' in Jagdalpur, Chhattisgarh. He said everyone is saddened by the misdeeds done by Congress MLAs and ministers here. Corruption is prevalent everywhere. Crime is at its peak in Chhattisgarh. Chhattisgarh has reached among the leading states in terms of murders. Development in Chhattisgarh is visible either in posters and banners, or in the coffers of Congress leaders.” “Congress has given Chhattisgarh false propaganda, corruption and a scandalous government.

PM Modi address 'Parivartan Sankalp Yatra' at Jagdalpur in Chhattisgarh

October 03rd, 12:45 pm

PM Modi addressed the 'Parivartan Sankalp Yatra' in Jagdalpur, Chhattisgarh. He said everyone is saddened by the misdeeds done by Congress MLAs and ministers here. Corruption is prevalent everywhere. Crime is at its peak in Chhattisgarh. Chhattisgarh has reached among the leading states in terms of murders. Development in Chhattisgarh is visible either in posters and banners, or in the coffers of Congress leaders.” “Congress has given Chhattisgarh false propaganda, corruption and a scandalous government.

ছত্তীশগড়ৰ জগদলপুৰত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 03rd, 11:30 am

ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী বিশ্বভূষণ হৰিচন্দনজীৰ লগতে সংসদৰ মোৰ দুজন জনপ্ৰিয় সহকৰ্মী আৰু ৰাজ্যখনৰ বিধানসভাৰ প্ৰতিনিধি, সাংসদ, জিলা পৰিষদ, তালুকা পৰিষদৰ প্ৰতিনিধি আৰু মহিলা আৰু ভদ্ৰলোকসকল,

প্ৰধানমন্ত্ৰীয়ে ছত্তিশগড়ৰ বাষ্টাৰৰ জগদলপুৰত প্ৰায় ২৭ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে

October 03rd, 11:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তিশগড়ৰ বাষ্টৰৰ জগদলপুৰত প্ৰায় ২৭ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি সেয়া ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত বাষ্টাৰ জিলাৰ নগৰনাৰত থকা এনএমডিচি ষ্টীল লিমিটেডৰ ২৩,৮০০ কোটিতকৈ অধিক মূল্যৰ ষ্টীল প্লাণ্ট আৰু লগতে একাধিক ৰে’ল আৰু পথ প্ৰকল্প আছে। তেওঁ তাৰোকী-ৰায়পুৰ ডিইএমইউ ৰেল সেৱাৰো আৰম্ভণি কৰে।

Congress shielded terrorism for vote bank: PM Modi in Ballari, Karnataka

May 05th, 07:38 pm

During the public meeting in Ballari, He also discussed the issue of terrorist conspiracies in Kerala and expressed concern over the destruction they can cause to society. He referred to a film called ‘The Kerala Story’ which is based on such conspiracies. PM Modi said, “'The Kerala Story' shows the ugly truth of terrorism and exposes terrorists' design. Congress is opposing the film made on terrorism and standing with terror tendencies. Congress has shielded terrorism for the vote bank.”

PM Modi campaigns in Karnataka’s Ballari and Tumakuru

May 05th, 02:00 pm

Amidst the ongoing election campaigning in Karnataka, PM Modi's rally spree continued as he addressed two mega public meetings today in Ballari and Tumakuru. In his first rally in Ballari, PM Modi said, “BJP's Sankalpa Patra contains a roadmap to make Karnataka the top state in the country but the Congress manifesto consists of numerous false promises and is a collection of appeasement measures.”

ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

April 13th, 10:43 am

আজি পবিত্ৰ বৈশাখী উৎসৱ। মই বৈশাখীৰ শুভেচ্ছা জনাইছোঁ। এই আনন্দময় উৎসৱত আজি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ৭০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিছে। আপোনালোক সকলো যুৱক-যুৱতীক, আপোনাসৱৰ পৰিয়ালৰ সদস্যসকলক বহুত অভিনন্দন জনাইছোঁ আৰু আপোনাসৱৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বহুতো শুভেচ্ছা জনাইছোঁ।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰে

April 13th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰে। তেওঁ বিভিন্ন চৰকাৰী বিভাগ আৰু সংগঠনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে। সমগ্ৰ দেশৰ পৰা বাছনি কৰা নতুন নিযুক্তিপ্ৰাপ্ত লোকসকলে ভাৰত চৰকাৰৰ অধীনৰ বিভিন্ন পদ/পদসমূহত যোগদান কৰিব যেনে ৰে’ল মেনেজাৰ, ষ্টেচন মাষ্টাৰ, জ্যেষ্ঠ বাণিজ্যিক তথা টিকট ক্লাৰ্ক, পৰিদৰ্শক, উপ পৰিদৰ্শক, কনিষ্টবল, ষ্টেনোগ্ৰাফাৰ, কনিষ্ঠ একাউণ্টেণ্ট, ডাক সহায়ক, আয়কৰ পৰিদৰ্শক, কৰ সহায়ক, জেই/চুপাৰভাইজাৰ, সহকাৰী অধ্যাপক, শিক্ষক, লাইব্ৰেৰিয়ান, নাৰ্ছ, প্ৰবেচনৰী বিষয়া, পিএ, এমটিএছ ইত্যাদি। নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলে কৰ্মযোগী প্ৰাৰম্ভৰ জৰিয়তে নিজকে প্ৰশিক্ষণ দিবলৈ সক্ষম হ'ব, যি হৈছে বিভিন্ন চৰকাৰী বিভাগৰ সকলো নতুন নিযুক্তিৰ বাবে এক অনলাইন অভিমুখীকৰণ পাঠ্যক্ৰম। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত মেলাৰ সৈতে ৪৫ টা স্থান সংযুক্ত কৰা হৈছিল।

জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ লিখিত ৰূপ

March 20th, 12:30 pm

আৰম্ভণিতে প্ৰধানমন্ত্ৰী কিছিদা আৰু তেওঁৰ সৈতে ভাৰতলৈ অহা প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছো। প্ৰধানমন্ত্ৰী কিছিদা আৰু মই যোৱা এবছৰত কেইবাবাৰো সাক্ষাৎ কৰিছো। আৰু প্ৰতিবাৰেই ভাৰত-জাপান সম্পৰ্কৰ প্ৰতি তেওঁৰ ইতিবাচকতা আৰু দায়বদ্ধতা অনুভৱ কৰিছো। আৰু সেয়ে আজি তেওঁৰ এই ভ্ৰমণ আমাৰ সহযোগিতাৰ গতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত অতি উপযোগী বিবেচিত হ’ব।

পিএলআই আঁচনিয়ে তীখা খণ্ডক স্পষ্টভাৱে শক্তি প্ৰদান কৰিছে আৰু ই আমাৰ যুৱ আৰু উদ্যোগীসকলৰ বাবে সুযোগ সৃষ্টি কৰিব: প্ৰধানমন্ত্ৰী

March 17th, 09:41 pm

প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰশীলতা অৰ্জনৰ বাবে তীখা অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে পিএলআই আঁচনিয়ে খণ্ডটোক স্পষ্টভাৱে শক্তি প্ৰদান কৰিছে আৰু আমাৰ যুৱ আৰু উদ্যোগীসকলৰ বাবে ই ন ন সুযোগ সৃষ্টি কৰিব।

A strong steel sector leads to a robust infrastructure sector: PM Modi

October 28th, 04:01 pm

PM Modi addressed a gathering on the occasion of expansion of ArcelorMittal Nippon Steel India (AM/NS India) Hazira plant. Underlining the growing role of the steel industry in goals of moving towards a developed India by 2047, the Prime Minister said that a strong steel sector leads to a robust infrastructure sector. Similarly, the steel sector has a massive contribution in roads, railways, airport, ports, construction, motive, capital goods, and engineering products.

PM addresses on the occasion of expansion of Arcelor Mittal Nippon Steel India Hazira plant

October 28th, 04:00 pm

PM Modi addressed a gathering on the occasion of expansion of ArcelorMittal Nippon Steel India (AM/NS India) Hazira plant. Underlining the growing role of the steel industry in goals of moving towards a developed India by 2047, the Prime Minister said that a strong steel sector leads to a robust infrastructure sector. Similarly, the steel sector has a massive contribution in roads, railways, airport, ports, construction, motive, capital goods, and engineering products.

‘বিশেষত্ব সম্পন্ন তীখা’ৰ বাবে ‘উত্পাদন-সংলগ্ন উদগণি (পিএলআই) আঁচনি’ৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন

July 22nd, 03:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ সভাই ‘বিশেষত্ব সম্পন্ন তীখা’ৰ বাবে ‘উত্পাদন-সংলগ্ন উদগণি (পিএলআই) আঁচনি’ৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন জনাইছে। আঁচনিখনৰ সময়-কাল ২০২৩-২৪ৰ পৰা ২০২৭-২৮লৈ মুঠ পাঁচ বছৰ হ’ব। আঁচনিখন ৰূপায়ণৰ বাবে প্ৰাকলিত পুঁজিৰ পৰিমাণ ৬৩২২কোটি টকা ধাৰ্য্ কৰা হৈছে, আঁচনিখনৰ জৰিয়তে প্ৰায় ৪০,০০০কোটি টকা পৰিমাণৰ বিনিয়োগ আকৰ্ষিত কৰিব পৰা যাব বুলি আশা কৰা হৈছে। ইয়াৰ জৰিয়তে ২৫নিযুত টন পৰিমাণৰ বিশেষত্ব সম্পন্ন তীখা অতিৰিক্ত পৰিমাণে উত্পাদন কৰিব পৰা যাব। প্ৰায় ৫,২৫,০০০ লোকৰ নিয়োগ সম্ভাৱনীয়তা সৃষ্টি কৰিব পৰা আঁচনিখনৰ জৰিয়তে ৬৮,০০০লোকক প্ৰত্যক্ষ ভাবে সংস্থাপিত কৰিব পৰা যাব।