পদপথৰ বিক্ৰেতাসকলৰ ওপৰত পিএম স্বনিধি আঁচনিৰ অসাধাৰণ প্ৰভাৱঃ এছবিআইৰ এক বিশ্লেষণ
October 24th, 03:02 pm
২০২০ চনত মোদী চৰকাৰে আৰম্ভ কৰা পি এম স্বনিধি আঁচনিখন হৈছে নগৰীয়া পদপথৰ বিক্ৰেতাসকলৰ বাবে এখন ক্ষুদ্ৰ ঋণ আঁচনি, , যিয়ে ৫০,০০০ টকা পৰ্যন্ত বন্ধকীমুক্ত ঋণ প্ৰদান কৰে। শেহতীয়াকৈ এছবিআইৰ পিএম স্বনিধি: তৃণমূল বজাৰৰ নেতাসকলক সবলীকৰণ কৰি দেশৰ সামাজিক ব্যৱস্থা শক্তিশালী কৰা শীৰ্ষক গৱেষণাত পিএম স্বনিধিৰ পৰিৱৰ্তনশীল প্ৰভাৱ সম্পৰ্কে বিশ্লেষণ কৰা হৈছে। পিএম স্বনিধিয়ে প্ৰান্তীয় নগৰীয়া ক্ষুদ্ৰ উদ্যোগীসকলক নিৰৱচ্ছিন্নভাৱে সংযোগ কৰি এই সম্প্ৰদায়ে সন্মুখীন হোৱা বাধাসমূহ আঁতৰ কৰিছে।PMO officials take initiative to train staff for mobile banking and cashless transactions
November 28th, 07:32 pm
Following the Prime Minister Narendra Modi’s call to increase cashless transactions, a unique initiative was undertaken by senior officers of the Prime Minister’s Office today. Officers demonstrated the process of cashless transactions, and helped their staff download the relevant mobile apps on their phones.