প্রধানমন্ত্রীয়ে ৰাইপুৰ, ছত্তিশগড়ত ৩৫বিধ বিশেষ গুণসম্পন্ন শস্য দেশৰ উদ্দেশ্যে অৰ্পণ কৰি দিয়া ভাষণৰ পাঠ
September 28th, 11:01 am
নমস্কাৰ জী! কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰীমান নৰেন্দ্ৰ সিংহ তোমৰ জী, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰীমান ভূপেশ বঘেল জী, মন্ত্ৰীসভাৰ মোৰ অন্য সহযোগী শ্ৰী পুৰুষোত্তম ৰূপালা জী, শ্ৰী কৈলাশ চৌধৰী জী, ভগ্নী শোভা জী, ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী ৰমণ সিংহ জী, বিৰোধী নেতা শ্ৰী ধৰ্ম লাল কৌশিক জী, কৃষি শিক্ষাৰে জড়িত সকলো ভিচি, ডাইৰেক্টৰছ, বৈজ্ঞানিক বন্ধু আৰু মোৰ মৰমৰ কৃষক ভাই আৰু ভনীসকল!দেশবাসীৰ নামত ৩৫প্ৰজাতিৰ বিশেষ গুনসম্পন্ন শস্য উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 28th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে আজি বিশেষ গুনসম্পন্ন ৩৫বিধ শস্য দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ একেটা অনুষ্ঠানতে প্রধানমন্ত্রীয়ে ৰায়পুৰৰ নেচনেল ইনষ্টিটিউট অৱ বায়’টিক ষ্ট্ৰেছ মেনেজমেণ্টৰ নৱনির্মিত ভৱন দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ অনুষ্ঠানত প্রধানমন্ত্রীয়ে কৃষি বিশ্ববিদ্যালয়সমূহ সেউজ চৌহদ বঁটাও বিতৰণ কৰে। ভিডিঅ’ কনফাৰেন্সযোগে তেওঁ কৃষকসকলৰ সৈতে ্ত বিনিময় অনুষ্ঠানত অংশ লোৱাৰ লগতে ভাষণো আগবঢ়ায়৷'প্রাৰম্ভঃ ষ্টার্ট-আপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন'ত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
January 16th, 05:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘প্ৰাৰম্ভ : ষ্টাৰ্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলন’ সম্বোধন কৰাৰ লগতে ‘ষ্টাৰ্টআপ’-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপতো মিলিত হয়। অনুষ্ঠানত ‘বিমষ্টেক’ দেশৰ মন্ত্ৰীমণ্ডলীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰ, শ্ৰী পীয়ুষ গোৱেল আৰু শ্ৰী সোম প্ৰকাশো উপস্থিত থাকে।‘প্ৰাৰম্ভ : ষ্টাৰ্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলন’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে; ‘ষ্টাৰ্টআপ’-ৰ সৈতে বাৰ্তালাপ
January 16th, 05:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘প্ৰাৰম্ভ : ষ্টাৰ্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলন’ সম্বোধন কৰাৰ লগতে ‘ষ্টাৰ্টআপ’-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপতো মিলিত হয়। অনুষ্ঠানত ‘বিমষ্টেক’ দেশৰ মন্ত্ৰীমণ্ডলীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰ, শ্ৰী পীয়ুষ গোৱেল আৰু শ্ৰী সোম প্ৰকাশো উপস্থিত থাকে।