I consider industry, and also the private sector of India, as a powerful medium to build a Viksit Bharat: PM Modi at CII Conference
July 30th, 03:44 pm
Prime Minister Narendra Modi attended the CII Post-Budget Conference in Delhi, emphasizing the government's commitment to economic reforms and inclusive growth. The PM highlighted various budget provisions aimed at fostering investment, boosting infrastructure, and supporting startups. He underscored the importance of a self-reliant India and the role of industry in achieving this vision, encouraging collaboration between the government and private sector to drive economic progress.প্ৰধানমন্ত্ৰীয়ে 'বিকশিত ভাৰতৰ দিশে যাত্ৰা: কেন্দ্ৰীয় বাজেটোত্তৰ সন্মিলন ২০২৪-২৫'-শীৰ্ষক ভাৰতীয় উদ্যোগ পৰিষদৰ(চিআইআই)দ্বাৰা আয়োজিত সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে
July 30th, 01:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতীয় উদ্যোগ পৰিষদৰ দ্বাৰা আয়োজিত 'জাৰ্নি টু বিকচিট ভাৰতঃ এ পোষ্ট ইউনিয়ন বাজেট ২০২৪-২৫ সন্মিলন'ৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে। সন্মিলনৰ উদ্দেশ্য হৈছে বিকাশৰ বাবে চৰকাৰৰ দৃষ্টিভংগী আৰু উদ্যোগটোৰ ভূমিকাৰ ৰূপৰেখা উপস্থাপন কৰা। উদ্যোগ, চৰকাৰ আৰু কূটনৈতিক সম্প্ৰদায় পৰা ১০০০ ৰো অধিক অংশগ্ৰহণকাৰীয়ে ব্যক্তিগতভাৱে সন্মিলনখনত অংশগ্ৰহণ কৰিছিল। আনহাতে বহুতে দেশ-বিদেশৰ বিভিন্ন চিআইআই কেন্দ্ৰৰ পৰাও সংযুক্ত আছিল।Karyakartas must organize impactful booth-level events to raise awareness: PM Modi in TN via NaMo App
March 29th, 05:30 pm
Prime Minister Narendra Modi interacted with the BJP Karyakartas from Tamil Nadu through the NaMo App, emphasizing the Party's dedication to effective communication of its good governance agenda across the state. During the interaction, PM Modi shared insightful discussions with Karyakartas, addressing key issues and soliciting feedback on grassroots initiatives.PM Modi interacts with BJP Karyakartas from Tamil Nadu via NaMo App
March 29th, 05:00 pm
Prime Minister Narendra Modi interacted with the BJP Karyakartas from Tamil Nadu through the NaMo App, emphasizing the Party's dedication to effective communication of its good governance agenda across the state. During the interaction, PM Modi shared insightful discussions with Karyakartas, addressing key issues and soliciting feedback on grassroots initiatives.নতুন দিল্লীৰ ভাৰত মণ্ডপমত ষ্টাৰ্ট-আপ মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 20th, 10:40 am
বহুতে ষ্টাৰ্টআপ আৰম্ভ কৰে আৰু ৰাজনীতিত ই আৰু অধিক আৰু সেইবোৰ বাৰে বাৰে আৰম্ভ কৰিবলগীয়া হয়। আপোনালোক আৰু তেওঁলোকৰ মাজৰ পাৰ্থক্যটো হ’ল আপোনালোকে পৰীক্ষামূলক, যদি এটা সফল নহয়, তেন্তে আপোনালোকে লগে লগে আনটোলৈ আগবাঢ়ি যায়। এতিয়া ইয়াৰ দেৰি হৈ আহিছে।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত ষ্টাৰ্ট-আপ মহাকুম্ভ উদ্বোধন কৰে
March 20th, 10:36 am
ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ষ্টাৰ্ট-আপ মহাকুম্ভৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে ২০৪৭ৰ ভিতৰত এখনি বিকশিত ভাৰতৰ বাবে কামৰ ৰোডমেপত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত কেইটামান দশকত তথ্য-প্ৰযুক্তি আৰু চফ্টৱেৰ খণ্ডত ভাৰতে নিজৰ নাম উজলাই তোলাৰ ওপৰত আলোকপাত কৰে তথা উদ্ভাৱন আৰু ষ্টাৰ্ট-আপ সংস্কৃতিৰ উদীয়মান ধাৰাসমূহৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ষ্টাৰ্ট-আপ জগতৰ লোকসকলৰ উপস্থিতিয়ে আজিৰ এই অনুষ্ঠানৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰিছে। দেশৰ ষ্টাৰ্ট-আপৰ সফলতাৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইসমূহক সফল কৰি তোলা প্ৰতিভাৰ উপাদানটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তেখেতে বিনিয়োগকাৰী, ইনকিউবেটৰ, শিক্ষাবিদ, গৱেষক, উদ্যোগৰ সদস্য তথা বৰ্তমান আৰু ভৱিষ্যতৰ উদ্যোগীসকলৰ উপস্থিতি স্বীকাৰেৰে কয়, “এয়া সঁচাকৈয়ে এক অভূতপূৰ্ব শক্তি আৰু অনুভূতি সৃষ্টিকাৰী সঠিক ৰূপৰ এক মহাকুম্ভ।” প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰীড়া আৰু প্ৰদৰ্শনীৰ ষ্টলসমূহ ভ্ৰমণৰ সময়তো অনুভূত একে অনুভৱৰ কথা উল্লেখেৰে ইয়াত নিজ-নিজ উদ্ভাৱনসমূহ অতি গৌৰৱেৰে প্ৰদৰ্শন কৰা হৈছে বুলি কয়। “ষ্টাৰ্ট-আপ মহাকুম্ভলৈ অহা সকলো ভাৰতীয়ই ভৱিষ্যতৰ ইউনিকৰ্ণ আৰু ডেকাকৰ্ণক প্ৰত্যক্ষ কৰিব”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।PM-SURAJ পৰ্টেল মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 13th, 04:30 pm
আজি দেশখনে নিপীড়িত, পিছপৰা আৰু বঞ্চিত সমাজৰ কল্যাণৰ বাবে আন এক বৃহৎ সুযোগৰ সাক্ষী হৈ পৰিছে। এই কাৰ্যই দেখুৱাইছে যে যেতিয়া অভাৱগ্ৰস্তসকলৰ প্ৰতি সেৱাৰ মনোভাৱ থাকে তেতিয়া কামবোৰ এনেকৈয়েই সম্পন্ন হয়। আজি ৭২০ কোটি টকাৰ সাহায্য পোনপটীয়াকৈ ১ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰা হৈছে। ৫০০ৰো অধিক জিলাত উপস্থিত এই হিতাধিকাৰীসকলৰ একাউণ্টত এই ধন জমা কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে সুবিধাবঞ্চিত শ্ৰেণীসমূহলৈ ঋণ সমৰ্থনৰ বাবে দেশজোৰা প্ৰসাৰ কাৰ্য্যসূচী সম্বোধন কৰে
March 13th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বঞ্চিত শ্ৰেণীসমূহলৈ ঋণ সমৰ্থনৰ বাবে দেশজোৰা প্ৰচাৰ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰী সামাজিক উত্থান আৰু ৰোজগাৰ আধাৰিত জনকল্যাণ (PM-SURAJ) ৰাষ্ট্ৰীয় পৰ্টেল মুকলিৰে দেশৰ বঞ্চিত শ্ৰেণীসমূহৰ এক লাখ উদ্যোগীলৈ ঋণ সমৰ্থনত অনুমোদন জনায়। তেখেতে অনুসূচিত জাতি, পিছপৰা শ্ৰেণী আৰু অনাময় কৰ্মীসকলকে প্ৰমুখ্য কৰি বঞ্চিত শ্ৰেণীসমূহৰ ভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত-বিনিময় কৰে।Only BJP can guarantee social justice to people of Telangana and take the state on golden path of development: PM Modi
November 11th, 05:30 pm
Election fervour intensified in Telangana as Prime Minister Narendra Modi addressed the huge crowd in Secunderabad today ahead of the state assembly election. At the event, PM Modi said, “After independence, you have seen many governments in the country. Our government is such that its top priority is the welfare of the poor and the underprivileged have to be given priority. The mantra on which BJP works is ‘Sabka Saath, Sabka Vikas, Sabka Vishwas aur Sabka Prayas’. We are committed to ensuring social justice.”PM Modi’s election campaign electrifies Telangana’s Secunderabad
November 11th, 05:00 pm
Election fervour intensified in Telangana as Prime Minister Narendra Modi addressed the huge crowd in Secunderabad today ahead of the state assembly election. At the event, PM Modi said, “After independence, you have seen many governments in the country. Our government is such that its top priority is the welfare of the poor and the underprivileged have to be given priority. The mantra on which BJP works is ‘Sabka Saath, Sabka Vikas, Sabka Vishwas aur Sabka Prayas’. We are committed to ensuring social justice.”Congress is now being run by people who are in league with anti-national forces: PM Modi
October 03rd, 12:46 pm
PM Modi addressed the 'Parivartan Sankalp Yatra' in Jagdalpur, Chhattisgarh. He said everyone is saddened by the misdeeds done by Congress MLAs and ministers here. Corruption is prevalent everywhere. Crime is at its peak in Chhattisgarh. Chhattisgarh has reached among the leading states in terms of murders. Development in Chhattisgarh is visible either in posters and banners, or in the coffers of Congress leaders.” “Congress has given Chhattisgarh false propaganda, corruption and a scandalous government.PM Modi address 'Parivartan Sankalp Yatra' at Jagdalpur in Chhattisgarh
October 03rd, 12:45 pm
PM Modi addressed the 'Parivartan Sankalp Yatra' in Jagdalpur, Chhattisgarh. He said everyone is saddened by the misdeeds done by Congress MLAs and ministers here. Corruption is prevalent everywhere. Crime is at its peak in Chhattisgarh. Chhattisgarh has reached among the leading states in terms of murders. Development in Chhattisgarh is visible either in posters and banners, or in the coffers of Congress leaders.” “Congress has given Chhattisgarh false propaganda, corruption and a scandalous government.ছত্তীশগড়ৰ জগদলপুৰত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 03rd, 11:30 am
ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী বিশ্বভূষণ হৰিচন্দনজীৰ লগতে সংসদৰ মোৰ দুজন জনপ্ৰিয় সহকৰ্মী আৰু ৰাজ্যখনৰ বিধানসভাৰ প্ৰতিনিধি, সাংসদ, জিলা পৰিষদ, তালুকা পৰিষদৰ প্ৰতিনিধি আৰু মহিলা আৰু ভদ্ৰলোকসকল,প্ৰধানমন্ত্ৰীয়ে ছত্তিশগড়ৰ বাষ্টাৰৰ জগদলপুৰত প্ৰায় ২৭ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে
October 03rd, 11:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তিশগড়ৰ বাষ্টৰৰ জগদলপুৰত প্ৰায় ২৭ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি সেয়া ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত বাষ্টাৰ জিলাৰ নগৰনাৰত থকা এনএমডিচি ষ্টীল লিমিটেডৰ ২৩,৮০০ কোটিতকৈ অধিক মূল্যৰ ষ্টীল প্লাণ্ট আৰু লগতে একাধিক ৰে’ল আৰু পথ প্ৰকল্প আছে। তেওঁ তাৰোকী-ৰায়পুৰ ডিইএমইউ ৰেল সেৱাৰো আৰম্ভণি কৰে।Our motto is to unlock the potential of the youth of our country: PM Modi
April 24th, 06:42 pm
PM Modi addressed the Yuvam conclave and acknowledged that for the vibrancy of any mission, the vibrancy of youth is of utmost importance. He stated that India has transformed from being the fragile five to being the fifth largest economy. He mentioned that the BJP and the youth of this country have a similar wavelength. We bring reforms and the youth brings results enabling a successful youth-led partnership and changePM Modi addresses ‘Yuvam’ Conclave in Kerala
April 24th, 06:00 pm
PM Modi addressed the Yuvam conclave and acknowledged that for the vibrancy of any mission, the vibrancy of youth is of utmost importance. He stated that India has transformed from being the fragile five to being the fifth largest economy. He mentioned that the BJP and the youth of this country have a similar wavelength. We bring reforms and the youth brings results enabling a successful youth-led partnership and changeপ্ৰধানমন্ত্ৰীয়ে ষ্টেণ্ড আপ ইণ্ডিয়াৰ ৭ বছৰ পূৰ্ণক প্ৰশংসা কৰে
April 05th, 01:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনুসূচীত জাতি/জনজাতি সম্প্ৰদায়সমূহক শক্তিশালী কৰা আৰু মহিলা সৱলীকৰণ নিশ্চিত কৰাৰ ক্ষেত্ৰত ষ্টেণ্ড আপ ইণ্ডিয়াই যি ভূমিকা পালন কৰিছে সেয়া স্বীকাৰ কৰে। ষ্টেণ্ড আপ ইণ্ডিয়াই আজি ৭ বছৰ সম্পূৰ্ণ কৰিছে।We have tried tremendously to empower the girl child from birth till her education, career, every aspect of her life: PM Modi in Valsad
November 19th, 07:29 pm
Prime Minister Narendra Modi today addressed a public meeting at Valsad, Gujarat. PM Modi started his address by expressing delight over Gujarat's youth and women, for turning out in huge number. He said that with their blessings, the BJP will emerge victorious in the upcoming elections.PM Modi addresses a public meeting at Valsad, Gujarat
November 19th, 07:28 pm
Prime Minister Narendra Modi today addressed a public meeting at Valsad, Gujarat. PM Modi started his address by expressing delight over Gujarat's youth and women, for turning out in huge number. He said that with their blessings, the BJP will emerge victorious in the upcoming elections.বিশ্বকৰ্মা জয়ন্তী উপলক্ষে আই টি আইৰ কৌশল দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
September 17th, 04:54 pm
আজি একবিংশ শতিকাত আগবাঢ়ি গৈ আমাৰ দেশত এক নতুন ইতিহাসৰ সৃষ্টি হৈছে। প্ৰথমবাৰৰ বাবে আইটিআইৰ ৯ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীৰ কৌশল দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছে। ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তেও ৪০ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী আমাৰ সৈতে সংযোগ স্থাপন কৰিছে। আপোনালোক সকলোকে কৌশল দীক্ষান্ত সমাৰোহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিও এক অতি শুভ অনুষ্ঠান। আজি ভগৱান বিশ্বকৰ্মাৰ ওপজা দিনো। কি এক আচৰিত কাকতলীয়া কাকতলীয়া কথা যে বিশ্বকৰ্মা জয়ন্তীৰ শুভ উপলক্ষে সংঘটিত হৈছে দক্ষতাৰে নতুনত্বৰ পথত আপোনালোকৰ প্রথম খোজ দিয়া কৌশল দীক্ষান্ত সমাৰোহ! মই নিশ্চিতভাৱে ক’ব পাৰো যে আপোনাৰ আৰম্ভণি যিমানেই সুখদায়ক নহওক কিয়, আপোনাৰ ভৱিষ্যতৰ যাত্ৰাও অধিক সৃষ্টিশীল হ’ব। আপোনালোকৰ লগতে সমূহ দেশবাসীলৈ ভগৱান বিশ্বকৰ্মা জয়ন্তীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ!