শ্ৰীনগৰত 'শক্তিসমৃদ্ধ যুৱপ্ৰজন্ম, সমৃদ্ধ জম্মু-কাশ্মীৰ' অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

June 20th, 07:00 pm

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল শ্ৰী মনোজ সিনহাজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী প্ৰতাপৰাও যাদৱজী, গণ্যমান্য ব্যক্তিসকল, জম্মু-কাশ্মীৰৰ প্ৰতিটো কোণৰ পৰা সংযোজিত হোৱা মোৰ যুৱ বন্ধুসকল, আৰু মোৰ প্ৰিয় ভাই-ভনীসকল!

জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত ‘যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ’ কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰীৰ

June 20th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰস্থিত শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত (এছকেআইচিচি) ‘যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ’ শীৰ্ষক অনুষ্ঠানত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে জম্মু আৰু কাশ্মীৰত পথ, পানী যোগান আৰু উচ্চ শিক্ষাৰ আন্তঃগাঁথনি আদি খণ্ডক সামৰি ১৫০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। লগতে ১৮০০ কোটি টকাৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ প্ৰতিযোগিতামূলকতা উন্নীতকৰণ প্ৰকল্প (জেকেচিআইপি)ৰো শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ২০০গৰাকী নতুন চৰকাৰী নিযুক্তিপ্ৰাপ্তক নিয়োগ পত্ৰও বিতৰণ কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃতী যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰে।

নতুন দিল্লীত নৱম জি-২০ সংসদীয় অধ্যক্ষ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 13th, 11:22 am

জি-২০ সংসদীয় অধ্যক্ষ সন্মিলনত ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো। এই সন্মিলনখন এক প্ৰকাৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন সংসদীয় প্ৰথাৰ ‘মহাকুম্ভ’ বা বৃহৎ সমাৰোহ। আপোনালোকৰ দৰে সকলো প্ৰতিনিধি বিভিন্ন সংসদৰ কৰ্মশৈলীৰে অভিজ্ঞ। ইমান চহকী গণতান্ত্ৰিক অভিজ্ঞতাৰে সমৃদ্ধ আপোনালোকৰ ভাৰত ভ্ৰমণ আমাৰ সকলোৰে বাবে এক বৃহৎ আনন্দৰ বিষয়।

৯ম জি-২০ সংসদীয় অধ্যক্ষ সন্মিলন (P20) উদ্বোধন প্ৰধানমন্ত্ৰীৰ

October 13th, 11:06 am

আজি নতুন দিল্লীৰ যশোভূমিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ম জি-২০ সংসদীয় অধ্যক্ষ সন্মিলন (P20) উদ্বোধন কৰে। ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ বিস্তৃত কাঠামোৰ অধীনত, ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ বাবে সংসদ’ শীৰ্ষক সন্মিলনখনি ভাৰতৰ সংসদে আয়োজন কৰিছে।

Congress, allies have raised storm over citizenship law, they are behind unrest & arson: PM in Dumka

December 15th, 02:01 pm

The campaigning in Jharkhand has gained momentum as Prime Minister Shri Narendra Modi addressed a mega rally in Dumka today. Accusing Congress and the JMM, PM Modi said, “They do not have any roadmap for development of Jharkhand, nor do they have done anything in the past. But we understand your problems and work towards solving them.”

PM Modi campaigns in Jharkhand’s Dumka

December 15th, 02:00 pm

The campaigning in Jharkhand has gained momentum as Prime Minister Shri Narendra Modi addressed a mega rally in Dumka today. Accusing Congress and the JMM, PM Modi said, “They do not have any roadmap for development of Jharkhand, nor do they have done anything in the past. But we understand your problems and work towards solving them.”

BJP always delivers on its promises: PM Modi in Dhanbad

December 12th, 11:53 am

Amidst the ongoing election campaigning in Jharkhand, PM Modi’s rally spree continued as he addressed an election rally in Dhanbad today. The Prime Minister expressed his gratitude towards the people for their support and said the double-engine growth of Jharkhand became possible because the party was in power both at the Centre and in the state.

PM Modi addresses public meeting at Dhanbad, Jharkhand

December 12th, 11:52 am

Amidst the ongoing election campaigning in Jharkhand, PM Modi’s rally spree continued as he addressed an election rally in Dhanbad today. The Prime Minister expressed his gratitude towards the people for their support and said the double-engine growth of Jharkhand became possible because the party was in power both at the Centre and in the state.

ঝাৰখণ্ডৰ বাৰহি আৰু বোকাৰোত প্ৰধানমন্ত্ৰীৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ

December 09th, 11:59 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ বাৰহি আৰু বোকাৰোত দুখন বিশাল নিৰ্বাচনী সভাত ভাষণ আগবঢ়ায়৷ কৰ্ণাটকৰ উপ-নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ সাফল্যৰ বাবে সুস্থিৰ আৰু উন্নয়নৰ দিশত বিজেপিক বিশ্বাসত লোৱাৰ বাবে কৰ্ণাটকবাসীক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰী মোদীয়ে৷ তেওঁ কয়, “কৰ্ণাটকত জনমতৰ লগতে গণতন্ত্ৰৰ জয় হৈছে৷”

ঝাৰখণ্ডৰ বাৰহি আৰু বোকাৰোত প্ৰধানমন্ত্ৰীৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ

December 09th, 11:57 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ বাৰহি আৰু বোকাৰোত দুখন বিশাল নিৰ্বাচনী সভাত ভাষণ আগবঢ়ায়৷ কৰ্ণাটকৰ উপ-নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ সাফল্যৰ বাবে সুস্থিৰ আৰু উন্নয়নৰ দিশত বিজেপিক বিশ্বাসত লোৱাৰ বাবে কৰ্ণাটকবাসীক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰী মোদীয়ে৷ তেওঁ কয়, “কৰ্ণাটকত জনমতৰ লগতে গণতন্ত্ৰৰ জয় হৈছে৷”

Abrogation of Article 370 is a tribute to our brave Jawans: PM Modi

October 18th, 02:52 pm

Amidst the ongoing election campaigning in Haryana, PM Modi’s rally spree continued as he addressed public meetings in Hisar today. Highlighting the strengths of the region, the PM said, This region has made India proud in every field, be it fighting in the wrestling ring or fighting against terrorism. Sonipat means Kisan, Jawan aur Pehelwan.

হাৰিয়ানাৰ গোহানা আৰু হিছাৰত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচাৰ সভা

October 18th, 12:16 pm

হাৰিয়ানাত অব্যাহত থকা নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে আজি গোহানা আৰু হিছাৰত দুখন ৰাজহুৱা সভা সম্বোধন কৰে৷ অঞ্চলটোৰ শক্তি, সামৰ্থৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অঞ্চলটোৱে প্ৰতিটো ক্ষেত্ৰত ভাৰতক গৌৰবান্বিত কৰিছে৷ সেয়া লাগিলে মল্লযুঁজৰ ৰিঙেই হওক, অথবা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজেই হওক৷ ছোনিপটৰ অৰ্থ হ’ল কিষাণ, জৱান আৰু পেহেলৱান৷

The first 100 days of our government at the Centre have been marked by Promise, Performance and Delivery: PM Modi

September 19th, 04:29 pm

Addressing a large public meeting of supporters in Nashik, Maharashtra, PM Modi described the major milestones achieved by the state BJP government in the last five years. The first 100 days have been marked by Promise, Performance and Delivery, said PM Modi.

PM Modi addresses public meeting in Nashik, Maharashtra

September 19th, 04:15 pm

Addressing a large public meeting of supporters in Nashik, Maharashtra, PM Modi described the major milestones achieved by the state BJP government in the last five years. The first 100 days have been marked by Promise, Performance and Delivery, said PM Modi.

Social Media Corner 16 May 2017

May 16th, 07:33 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

Elect a stable BJP Government with comfortable majority: PM Modi in Goa

January 28th, 05:41 pm

PM Narendra Modi addressed a public meeting in Panaji, Goa. The Prime Minister said that last five years had been the years of development for the state. He added that despite its small territory, Goa stood out for its development in various sectors. He urged people of the state to once again repose faith in the BJP and elect a Government with a comfortable majority.

Prime Minister Modi addresses public meeting in Panaji, Goa

January 28th, 05:38 pm

While addressing a public meeting in Goa, PM Narendra Modi spoke about the political instability that Goa faced in the 1990s and the early 2000s. He said that the BJP Government in the state ensured progress for Goa in last five years and appealed to the people to elect a BJP Government with comfortable majority in the upcoming elections.