বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
August 13th, 11:31 am
তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ সম্বৰ্দ্ধনা
August 13th, 11:30 am
‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।২০২২ বৰ্ষৰ কমনৱেল্থ গেমছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে শ্ৰীকান্ত কিদাম্বিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 08th, 08:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ বৰ্ষৰ বাৰ্মিংহাম কমনৱেল্থ গেমছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে শ্ৰীকান্ত কিদাম্বিক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে লগতে শ্ৰীকান্ত কিদাম্বি শ্ৰীকান্তৰ চতুৰ্থটো কমনৱেল্থ পদকৰ বাবে আনন্দ প্ৰকাশ কৰে।PM congratulates Kidambi Srikanth for winning Silver Medal at World Championships 2021 in Badminton
December 20th, 02:17 pm
The Prime Minister, Shri Narendra Modi has congratulated Kidambi Srikanth for winning a Silver Medal at World Championships 2021 in Badminton.PM congratulates Indian Badminton Player Kidambi Srikanth, on winning Australian Open Super Series
June 25th, 07:57 pm
The Prime Minister, Shri Narendra Modi has congratulated Indian Badminton Player Kidambi Srikanth, on winning Australian Open Super Series We are really proud of the victory of Kidambi Srikanth in the Australian Open. I congratulate him for yet another wonderful win, the Prime Minister said.Emergency in 1975 was the darkest night for our democracy: PM Modi during Mann Ki Baat
June 25th, 12:21 pm
PM Narendra Modi during Mann Ki Baat said that Emergency imposed in June 1975 was the darkest period in India’s democratic history. He spoke at length how rights of people were taken away thousands of people who raised their voice, were jailed. PM Modi also highlighted upon cleanliness, recently concluded third International Day of Yoga, space science and vitality of sports.