জয়ন্তীত পৰম পূজ্য ড০ শ্ৰী শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুৰ প্ৰতি প্ৰণিপাত জনাইছে প্ৰধানমন্ত্ৰীয়ে
April 01st, 09:12 am
পৰম পূজ্য ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুৰ জয়ন্তীৰ বিশেষ উপলক্ষত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ড০ শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
April 01st, 11:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ড০ শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।PM pays tributes to Dr. Sree Sree Sree Sivakumara Swamigalu on his Jayanti
April 01st, 11:09 am
The Prime Minister, Shri Narendra Modi has paid tributes to His Holiness Dr. Sree Sree Sree Sivakumara Swamigalu on his Jayanti.সিদ্ধগংগা মঠত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণ
January 02nd, 02:31 pm
পূজনীয় শ্ৰী সিদ্ধলিংগেশ্বৰা স্বমীজী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি এছ য়েডিয়ুৰাপ্পাজী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ শ্ৰী ডি বি সদানন্দ গৌড়াজী, শ্ৰী প্ৰহ্লাদ যোশীজী, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰীসকল, উপস্থিত সন্তসকল, শ্ৰদ্ধালুসকল, আইসকল আৰু সমবেত সুধীবৃন্দ। আপোনালোক আটাইলৈকে মোৰ প্ৰণিপাত জনাইছো। ড০ শিৱকুমাৰ স্বমীজীৰ এই পৱিত্ৰ ভূমি তুমকুৰুৰ সিদ্ধগংগা মঠত উপস্থিত হ’বলৈ পাই মই অতিকে আনন্দিত হৈছো। পোনতে মই সকলোলৈকে নতুন বছৰৰ শুভ-কামনা জ্ঞাপন কৰিছো। ২০২০বৰ্ষটো আপোনালোক সকলোৰে বাবে মংগলময় হওক!প্ৰধানমন্ত্ৰীৰ শ্ৰী সিদ্ধগংগা মঠ পৰিদৰ্শন, শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীজীৰ স্মাৰক সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন
January 02nd, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ টুমকুৰৰ শ্ৰী সিদ্ধগংগা মঠ পৰিদৰ্শন কৰি শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীজীৰ স্মাৰক সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে৷Prime Minister expresses sadness on demise of Dr. Sree Sree Sree Sivakumara Swamigalu
January 21st, 06:20 pm
PM Narendra Modi expressed sadness on demise of His Holiness Dr. Sree Sree Sree Sivakumara Swamigalu. The Prime Minister said, “His Holiness Dr. Sree Sree Sree Sivakumara Swamigalu lived for the people, especially the poor and vulnerable. He devoted himself towards alleviating ills like poverty, hunger and social injustice. Prayers and solidarity with his countless devotees spread all across the world.”