সিদ্ধগংগা মঠত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণ

January 02nd, 02:31 pm

পূজনীয় শ্ৰী সিদ্ধলিংগেশ্বৰা স্বমীজী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি এছ য়েডিয়ুৰাপ্পাজী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ শ্ৰী ডি বি সদানন্দ গৌড়াজী, শ্ৰী প্ৰহ্লাদ যোশীজী, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰীসকল, উপস্থিত সন্তসকল, শ্ৰদ্ধালুসকল, আইসকল আৰু সমবেত সুধীবৃন্দ। আপোনালোক আটাইলৈকে মোৰ প্ৰণিপাত জনাইছো। ড০ শিৱকুমাৰ স্বমীজীৰ এই পৱিত্ৰ ভূমি তুমকুৰুৰ সিদ্ধগংগা মঠত উপস্থিত হ’বলৈ পাই মই অতিকে আনন্দিত হৈছো। পোনতে মই সকলোলৈকে নতুন বছৰৰ শুভ-কামনা জ্ঞাপন কৰিছো। ২০২০বৰ্ষটো আপোনালোক সকলোৰে বাবে মংগলময় হওক!

প্ৰধানমন্ত্ৰীৰ শ্ৰী সিদ্ধগংগা মঠ পৰিদৰ্শন, শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীজীৰ স্মাৰক সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন

January 02nd, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ টুমকুৰৰ শ্ৰী সিদ্ধগংগা মঠ পৰিদৰ্শন কৰি শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীজীৰ স্মাৰক সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে৷