জৰুৰীকালীন অৱস্থাক লোকসভাৰ অধ্যক্ষই কৰা নিন্দাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
June 26th, 02:38 pm
“মই আনন্দিত যে সন্মানীয় অধ্যক্ষই জৰুৰীকালীন অৱস্থাক তীব্ৰ গৰিহণা দি, সেই সময়ছোৱাত সংঘটিত ঘটনাৰাজিৰ ওপৰত আলোকপাত কৰাৰ লগতে গণতন্ত্ৰক ডিঙি চেপি ধৰা ধৰণৰ কথাও উল্লেখ কৰে। সেই দিনবোৰত কষ্ট পোৱা সকলোকে সন্মান জনাই মনে মনে থকাটো আচৰিত কথা আছিল।লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত শ্ৰী ওম বিৰলাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
June 26th, 02:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ অধ্যক্ষ হিচাপে দ্বিতীয়বাৰলৈ নিৰ্বাচিত শ্ৰী ওম বিৰলাক অভিনন্দন জ্ঞাপন কৰিছে৷ তেওঁ আস্থা প্ৰকাশ কৰে যে নতুনকৈ নিৰ্বাচিত অধ্যক্ষৰ অন্তৰ্দৃষ্টি আৰু অভিজ্ঞতাৰ পৰা সদন যথেষ্ট পৰিমাণে উপকৃত হ’ব৷সদনৰ অধ্যক্ষ নিৰ্বাচনৰ পিছত ১৮তম লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 26th, 11:30 am
এই সদনৰ সৌভাগ্য যে আপুনি দ্বিতীয়বাৰৰ বাবে এই আসনখনত আসীন হৈছে। সকলোৰে হৈ আপোনাক আৰু এই সমগ্ৰ সদনক অভিনন্দন জনাইছোঁ।অধ্যক্ষ নিৰ্বাচনৰ পিছত লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 26th, 11:26 am
শ্ৰী ওম বিৰলাক সদনৰ অধ্যক্ষ হিচাপে সদনে নিৰ্বাচিত কৰাৰ পিছতে লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে।সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমক প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পাঠ
December 04th, 11:56 am
এইবেলি জাৰ সম্ভৱতঃ পলম পৰিছে আৰু অতি লেহেমীয়াকৈ আহিছে, কিন্তু ৰাজনৈতিক উত্তাপ অতি দ্ৰুতগতিত বাঢ়িছে। কালি, চাৰিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষিত হৈছে, ফলাফল খুবেই উৎসাহজনক।১৩ অক্টোবৰত ৯ম জি-২০ পাৰ্লিয়ামেন্টেৰী স্পীকাৰ্ছ ছামিট (P20) উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
October 12th, 11:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ১৩ অক্টোবৰৰ পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ যশোভূমিত ৯ম জি-২০ পাৰ্লিয়ামেন্টেৰী স্পীকাৰ্ছ ছামিট (P20) উদ্বোধন কৰিব। ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ বিস্তৃত কাঠামোৰ অধীনত ভাৰতৰ সংসদে এই সন্মিলনৰ আয়োজন কৰিছে।The strength of our Constitution helps us in the time of difficulties: PM Modi
November 26th, 12:52 pm
PM Narendra Modi addressed the concluding session of 80th All India Presiding Officers Conference at Kevadia, Gujarat. The Prime Minister said that the strength of our Constitution helps us in the time of difficulties. The resilience of Indian electoral system and reaction to the Corona pandemic has proved this.সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰৰ ৮০তম সন্মিলনৰ সামৰণি অধিনৱেশনত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী
November 26th, 12:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে গুজৰাটৰ কেভাড়িয়াত সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰসকলৰ ৮০তম সন্মিলনৰ সমাপ্তি অধিবেশনত ভাষণ প্ৰদান কৰে।নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ বিখ’-অ’ য়’শ্বুৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
December 31st, 03:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ বিখ’-অ’ য়’শ্বুৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷লোকসভাত অধ্যক্ষ হিচাপে ওম বিৰলা নিৰ্বাচিত হোৱাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা আদৰণিসূচক ভাষণৰ অসমীয়া অনুবাদ
June 19th, 11:49 am
সন্মানীয় অধ্যক্ষ মহোদয় ডাঙৰীয়া, আপোনাক এই পদত আসীন হোৱা দেখি এই সদনৰ সকলো সদস্যৰ বাবে এয়া অত্যন্ত আনন্দ আৰু গৌৰৱৰ সময়৷ এই সদনৰ পুৰণি সকলো সদস্যই আপোনাৰ সৈতে ভালদৰে পৰিচিত৷ বিধায়ক হিচাপেও, ৰাজস্থানত আপুনি যি সক্ৰিয় ভূমিকা পালন কৰিছে, তাৰ জৰিয়তেও ৰাজনৈতিক জীৱনৰ সৈতে জড়িত লোকেও আপোনাৰ বিষয়ে পৰিচিত৷লোকসভাৰ অধ্যক্ষ হিচাপে ওম বিৰলাৰ নিৰ্বাচনক আদৰণি প্ৰধানমন্ত্ৰীৰ
June 19th, 11:48 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সপ্তদশ লোকসভাৰ অধ্যক্ষ হিচাপে শ্ৰী ওম বিৰলাৰ সৰ্বসন্মত নিৰ্বাচনক আদৰণি জনাইছে৷Issues raised by PM Modi in Mann Ki Baat are very relevant: Lok Sabha Speaker Sumitra Mahajan
May 26th, 05:17 pm
After releasing two books on PM Narendra Modi, Lok Sabha Speaker, Smt. Sumitra Mahajan said that Mann Ki Baat had become a medium of two-way interaction and gained immense popularity.Shedding light on several aspects of the books, the Lok Sabha Speaker said, “The issues raised in Mann Ki Baat are very relevant that can connect widely. Under the Prime Minister's leadership the push to digital infrastructure is commendable.”President receives first copies of two books on PM Narendra Modi
May 26th, 12:04 pm
Lok Sabha Speaker, Smt. Sumitra Mahajan released two books on PM Narendra Modi and handed over the first copies to President, Shri Pranab Mukherjee. The first book, ‘Mann Ki Baat: A Social Revolution on Radio’, highlights PM Modi’s effective use of radio as a medium to connect with common citizens. The second book, ‘Marching With A Billion Dreams’ focuses on PM Narendra Modi’s way of governance.The Speaker, Gujarat Legislative Assembly, Shri Ganpatsinh Vasava call on PM
January 01st, 07:56 pm
The Speaker, Gujarat Legislative Assembly, Shri Ganpatsinh Vasava call on PMPM’s welcome speech on election of Sumitra Mahajan as Speaker of Lok Sabha
June 06th, 03:51 pm
PM’s welcome speech on election of Sumitra Mahajan as Speaker of Lok SabhaPM congratulates Smt. Sumitra Mahajan on being elected as Lok Sabha Speaker
June 06th, 02:07 pm
PM congratulates Smt. Sumitra Mahajan on being elected as Lok Sabha Speaker