কেৰালাৰ ‘বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ’ত বিভিন্ন প্ৰকল্পৰ উদ্বোধন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 27th, 12:24 pm
কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়নজী, ৰাজ্যিক মন্ত্ৰী মোৰ সহকৰ্মী শ্ৰী ভি মুৰলীধৰণ জী, ইছৰো পৰিয়ালৰ সদস্যসকল, নমস্কাৰ!কেৰালাৰ তিৰুৱন্তপুৰমত ‘বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ’ (ভিএছএছচি) পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে
February 27th, 12:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ তিৰুৱন্তপুৰমত ‘বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ’ (ভিএছএছচি) পৰিদৰ্শন কৰে আৰু প্ৰায় ১৮০০ কোটি টকা বিনিয়োগসাপেক্ষ তিনিটা গুৰুত্বপূৰ্ণ মহাকাশ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে শ্ৰীহৰিকোটাৰ ‘সতীশ ধাৱান মহাকাশ কেন্দ্ৰ’ত ‘এছএলভি ইণ্টিগ্ৰেশ্যন ফেচিলিটী’ (পিআইএফ); মহেন্দ্ৰগিৰিৰ ‘ইছৰো প্ৰপালশ্যন কমপ্লেক্স’ত নতুন 'অৰ্ধ-ক্ৰায়'জেনিক্স ইণ্টিগ্ৰেটেড ইঞ্জিন আৰু ষ্টেজ টেষ্ট ফেচিলিটী'; আৰু তিৰুৱন্তপুৰমৰ ‘ভিএছএছচি’-ত 'ট্ৰাইছনিক উইণ্ড টানেল'। শ্ৰী মোদীয়ে ‘গগনযান মিছন’ৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে চাৰিগৰাকী মনোনীত মহাকাশচাৰীসকলক 'এষ্ট্ৰনাট উইং' প্ৰদান কৰে। মনোনীত মহাকাশচাৰীকেইগৰাকী হৈছে ‘গ্ৰুপ কেপ্টেইন’ প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, ‘গ্ৰুপ কেপ্টেইন’ অজিত কৃষ্ণন, ‘গ্ৰুপ কেপ্টেইন’ অঙ্গদ প্ৰতাপ আৰু ‘উইং কামাণ্ডাৰ’ শুভাংশু শুক্লা।‘পঞ্চদশ ব্ৰিকছ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ মন্তব্য
August 23rd, 03:30 pm
‘পঞ্চদশ ব্ৰিকছ সন্মিলন’ৰ বিশাল আয়োজন আৰু আতিথ্যৰ বাবে মই মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ৰামাফোচাক আকৌ এবাৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ।PM Modi interacts with the Indian community in Paris
July 13th, 11:05 pm
PM Modi interacted with the Indian diaspora in France. He highlighted the multi-faceted linkages between India and France. He appreciated the role of Indian community in bolstering the ties between both the countries.The PM also mentioned the strides being made by India in different domains and invited the diaspora members to explore opportunities of investing in India.কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 10th, 10:31 am
'কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলন'ৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু অভিনন্দন জনাইছো। এই অনুষ্ঠানটো আজিৰ নতুন ভাৰতত আমি বহন কৰি থকা 'সবকা প্ৰয়াস'ৰ আত্মাৰ এক জীৱন্ত উদাহৰণ।PM inaugurates ‘Centre-State Science Conclave’ in Ahmedabad via video conferencing
September 10th, 10:30 am
PM Modi inaugurated the ‘Centre-State Science Conclave’ in Ahmedabad. The Prime Minister remarked, Science is like that energy in the development of 21st century India, which has the power to accelerate the development of every region and the development of every state.প্ৰধানমন্ত্ৰীয়ে ১০ জুনত গুজৰাট ভ্ৰমণ কৰিব
June 08th, 07:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ জুনত গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে নৱসাৰীত 'গুজৰাট গৌৰৱ অভিযান'ৰ সময়ত একাধিক উন্নয়নমূলক পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দুপৰীয়া প্ৰায় ১২:১৫ বজাত তেওঁ নৱসাৰীত এ.এম নাইক হেল্থকেয়াৰ কমপ্লেক্স আৰু নিৰালী মাল্টি স্পেচিয়েলিটী হাস্পতাল উদ্বোধন কৰিব। ইয়াৰ পিছতে আবেলি প্ৰায় ৩:৪৫ বজাত তেওঁ আহমেদাবাদৰ ভূপালত ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিব।ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত ভাৰতীয় বিজ্ঞানীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
May 11th, 09:29 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ প্ৰতিভাৱান বিজ্ঞানী আৰু তেওঁলোকৰ প্ৰচেষ্টাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে, যাৰ ফলত ১৯৯৮ চনত সফলভাৱে পোখৰাণৰ পৰীক্ষা সম্ভৱ হৈছিল।গুজৰাটত ‘একাদশ খেল মহাকুম্ভ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 12th, 06:40 pm
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল জী, সংসদত মোৰ সতীৰ্থ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ চি আৰ পাটিল জী, গুজৰাট চৰকাৰৰ খেল ৰাজ্য মন্ত্ৰী শ্ৰী হৰ্ষ সাংঘৱী জী, সংসদত মোৰ সহযোগী শ্ৰী হংসমুখ ভাই পেটেল জী, শ্ৰী নৰহৰি আমীন, আহমেদাবাদৰ মেয়ৰ ভাই শ্ৰী কীৰিট কুমাৰ পৰমাৰ জী, মহানুভৱসকলৰ লগতে গুজৰাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ যুৱ বন্ধু-বান্ধৱীসকল!প্ৰধানমন্ত্ৰীয়ে একাদশ খেল মহাকুম্ভ মুকলি কৰাৰ কথা ঘোষণা কৰে
March 12th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত ১১ সংখ্যক খেল মহাকুম্ভ উদ্বোধন কৰে। অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।ভাৰতীয় যুৱসমাজে কিবা নতুন আৰু বৃহৎ পৰিসৰত কৰিবলৈ বিচাৰে: মন কী বাতত প্ৰধানমন্ত্ৰী
August 29th, 11:30 am
মোৰ মৰমৰ যুৱবন্ধুসকল, আমি বিভিন্ন ধৰণৰ ক্ৰীড়া আয়ত্ত কৰাৰ এই সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। গাঁৱে-গাঁৱে ক্ৰীড়া প্ৰতিযোগিতা অব্যাহত থাকিব লাগে। প্ৰতিযোগিতাৰ পৰাই খেলখন সম্প্ৰসাৰিত হয়, খেলৰ বিকাশ হয়, খেলুৱৈসকলেও ইয়াৰ পৰাই ওলাই ৷ আহক আমি সকলোৱে যিমান পাৰোঁ এই গতি গ্ৰহণ কৰোঁ, আৰু 'সবকা প্ৰয়াস'ৰ এই মন্ত্ৰেৰে ইয়াক উপলব্ধি কৰি ইয়াত অৱদান আগবঢ়াওঁ।ভিভা টেকৰ ৫ম সংস্কৰণ সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
June 16th, 04:00 pm
এই মঞ্চখনে ফ্ৰান্সৰ প্ৰযুক্তিগত কৰ্ম-আঁচনি প্ৰতিফলিত কৰে৷ ভাৰত আৰু ফ্ৰান্সে বিভিন্ন বিষয়বস্তুৰ উপৰত নিবিড়ভাৱে কাম কৰি আহিছে৷ এইবোৰৰ মাজত, প্ৰযুক্তি আৰু ডিজিটেলো সহযোগিতাৰ ক্ষেত্ৰখনসমূহ হিচাপে উদয় হৈছে৷ তেনে সহযোগিতা আৰু অধিক বৃদ্ধি পোৱাটো সময়ৰ এক আহ্বান৷ ইয়ে কেৱল আমাৰ দেশসমূহকে সহায় নকৰিব বৰঞ্চ সমগ্ৰ বিশ্বকো বহুলভাৱে সহায় কৰিব৷PM delivers Keynote address at the 5th edition of VivaTech
June 16th, 03:46 pm
PM Modi delivered the keynote address at the 5th edition of VivaTech. The PM said that India is home to one of the world's largest start-up eco systems. He invited the world to invest in India based on the five pillars of: Talent, Market, Capital, Eco-system and, Culture of openness.Prime Minister’s statement at the virtual launch of RuPay card phase two in Bhutan
November 20th, 11:01 am
PM Narendra Modi, Bhutanese counterpart Lotay Tshering jointly launched RuPay card Phase-II in Bhutan via video conferencing. PM Modi said that RuPay cards issued by the Bhutan National Bank can be used at ATMs for Rs 1 lakh and for Rs 20 lakh at point-of-sale terminals. PM Modi also expressed his delight over progress in the space sector between both our countries.PM Modi, Bhutanese PM jointly launch RuPay card Phase-II in Bhutan
November 20th, 11:00 am
PM Narendra Modi, Bhutanese counterpart Lotay Tshering jointly launched RuPay card Phase-II in Bhutan via video conferencing. PM Modi said that RuPay cards issued by the Bhutan National Bank can be used at ATMs for Rs 1 lakh and for Rs 20 lakh at point-of-sale terminals. PM Modi also expressed his delight over progress in the space sector between both our countries.‘ভাৰত-লাক্সেমবাৰ্গ ভাৰ্চুৱেল শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ আৰম্ভণী মন্তব্
November 19th, 06:10 pm
সৰ্ব প্ৰথমে মই লাক্সেমবাৰ্গত মহামাৰী ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত মৃত্যু আকোৱালি লোৱা ব্যক্তিসকলৰ প্ৰতি মোৰ, তথা ১৩০ কোটি ভাৰতবাসীৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছো। সংকটৰ এই কঠিন মুহূৰ্তত আপোনাৰ কুশল নেতৃত্বৰ বাবে মই আপোনাক অভিনন্দনো জনাইছো।‘ভাৰত-লাক্সেমবাৰ্গ ভাৰ্চুৱেল শীৰ্ষ সন্মিলন’ত ‘গ্ৰেণ্ড ডিউচী অব লাক্সেমবাৰ্গ’ৰ প্ৰধানমন্ত্ৰীৰে মত-বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়
November 19th, 05:05 pm
‘ভাৰত-লাক্সেমবাৰ্গ ভাৰ্চুৱেল শীৰ্ষ সন্মিলন’ত ‘গ্ৰেণ্ড ডিউচী অব লাক্সেমবাৰ্গ’ৰ প্ৰধানমন্ত্ৰী মহামহিম জেভিয়াৰ বেট্টেলৰ সৈতে আজি মত-বিনিময় কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।Indians have the spirit to achieve what is believed to be impossible: PM Modi
July 09th, 01:31 pm
PM Modi addressed the India Global Week 2020 via video conferencing, which focused on foreign investment prospects in India. Indians have the spirit to achieve what is believed to be impossible. No wonder that in India, we are already seeing green-shoots when it comes to economic recovery, said the PM.PM Modi addresses India Global Week 2020 in the UK via video conferencing
July 09th, 01:30 pm
PM Modi addressed the India Global Week 2020 via video conferencing, which focused on foreign investment prospects in India. Indians have the spirit to achieve what is believed to be impossible. No wonder that in India, we are already seeing green-shoots when it comes to economic recovery, said the PM.লক্ষ্ণৌত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ডিফএক্সপ’ ভাৰত কেৱল এখন বজাৰ নহয়, ই সমগ্ৰ বিশ্বৰ বাবে এক আকৰ্ষণীয় সুযোগো, প্ৰধানমন্ত্ৰী ‘প্ৰতিৰক্ষা ডিজিটেল পৰিৱৰ্তন’ত ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহ প্ৰতিফলিত হৈছে প্ৰতিৰক্ষা সামগ্ৰীসমূহৰ স্থানীয়ভাৱে নিৰ্মাণৰ দ্বাৰা অটল বিহাৰী বাজপেয়ীৰ সপোন বাস্তৱায়িত হৈছে, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয় নতুন ভাৰতৰ বাবে নতুন লক্ষ্যঃ প্ৰধানমন্ত্ৰী
February 05th, 01:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত একাদশ ডিফএক্সপ’ মুকলি কৰে৷ ভাৰতৰ দ্বিবাৰ্ষিক মিলিটেৰী প্ৰদৰ্শনীখনত দেশক বিশ্বজনীন প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ হাব হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে৷ ডিফএক্সপ’ ২০২০ ভাৰতৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা প্ৰদৰ্শনী হিচাপে পৰিগণিত হোৱাৰ লগতে বিশ্বৰ শীৰ্ষৰ অন্যতম ডিফএক্সপ’ হিচাপেও বিবেচিত হৈছে৷ এইবাৰৰ প্ৰদৰ্শনীখনত বিশ্বৰ সহস্ৰাধিক প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণকাৰী আৰু ১৫০টা উদ্যোগে অংশগ্ৰহণ কৰিছে৷