Modernization of stations will create a new atmosphere for development in the country: PM Modi

August 06th, 11:30 am

In a historic move, PM Modi laid the foundation stone for the redevelopment of 508 Railway Stations across the country via video conferencing. Redeveloped at a cost of more than Rs 24,470 crores, these 508 stations are spread across 27 states and union territories. Addressing the gathering, the PM Modi remarked “There is new energy, new inspirations and new resolutions”, the Prime Minister said underlining that it is the beginning of a new chapter in the history of Indian Railway.

সমগ্ৰ দেশৰ ৫০৮টা ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

August 06th, 11:05 am

২৪,৪৭০ কোটিতকৈ অধিক টকা ব্যয়েৰে পুনৰ উন্নয়ন কৰা এই ৫০৮টা ষ্টেচন ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লৈছে, যাৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত ৫৫ টাকৈ, বিহাৰত ৪৯টা, মহাৰাষ্ট্ৰত ৪৪, পশ্চিমবংগত ৩৭, মধ্য প্ৰদেশত ৩৪, অসমত ৩২টা ওড়িশাত ২৫ টা, পঞ্জাৱত ২২টা, গুজৰাট আৰু তেলেংগানাত ২১টাকৈ, ঝাৰখণ্ডত ২০টা, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত ১৮টাকৈ, হাৰিয়ানাত ১৫টা, কৰ্ণাটকত ১৩ টা ষ্টেচন আছে৷

কাৰ্যভাৰ গ্ৰহণ কৰা দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতিক শুভেচ্ছা আৰু অভিনন্দন প্রধানমন্ত্রীৰ

May 10th, 12:52 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে য়ুন ছুক ইয়লক শুভেচ্ছা আৰু অভিনন্দন জনাইছে৷

কোৰিয়া গণৰাজ্যৰ নিৰ্বাচিত-ৰাষ্ট্ৰপতি মহামহিম ইউন চুক-ইয়লৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 17th, 02:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবেলা কোৰিয়া গণৰাজ্যৰ নিৰ্বাচিত-ৰাষ্ট্ৰপতি মহামহিম ইউন চুক-ইয়লৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে ১১ ফেব্ৰুৱাৰীত ওৱান অ’চিয়ান ছামিটৰ উচ্চ স্তৰীয় খণ্ডত অংশগ্ৰহণ কৰিব

February 10th, 07:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ফেব্ৰুৱাৰীৰ দিনৰ প্ৰায় ২:৩০ বজাত ওৱান অ’চিয়ান ছামিটৰ উচ্চ-স্তৰীয় খণ্ডত ভিডিঅ' বাৰ্তাৰ জৰিয়তে সম্বোধন কৰিব। এই ছামিটৰ উচ্চ-স্তৰীয় খণ্ডটোত জাৰ্মানী, যুক্তৰাজ্য, দক্ষিণ কোৰিয়া, জাপান, কানাডাকে ধৰি কেইবাখনো ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীসকলেও ভাষণ দিব।

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি মুন জা ইনৰ সৈতে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ টেলিফোনিক বাৰ্তালাপ

October 21st, 03:53 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি টেলিফোনযোগে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি মুন জা-ইনৰ সৈতে বাৰ্তালাপ কৰে।

PM Greets President & People of Republic of Korea on the 70th Anniversary of the Outbreak of the Korean War

June 25th, 07:04 pm

On the occasion of the 70th Anniversary of the outbreak of the Korean War in 1950, Prime Minister of India Shri Narendra Modi paid rich tribute to the bravehearts who sacrificed their lives in the pursuit of peace on the Korean Peninsula.

প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰিলে একাধিক শুভেচ্ছামূলক ফোনকল

June 04th, 06:52 pm

ভাৰতৰ সাধাৰণ নিৰ্বাচনত ব্যাপক আসন লাভেৰে অনবদ্য জয়লাভ কৰাৰ বাবে বিভিন্ন দেশৰ পৰা আজি ৰাষ্ট্ৰপ্ৰধান নেতাসকলে কৰা শুভেচ্ছামূলক ফোনকল গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে-ইন, জিম্বাব’ৱেৰ ৰাষ্ট্ৰপতি ই ডি মনঙ্গাগৱা আৰু মোজাম্বিকৰ ৰাষ্ট্ৰপতি ফিলিপ জাকিণ্টো ঞুছিয়ে কৰা শুভেচ্ছামূলক ফোনকলসমূহ গ্ৰহণ কৰে।

ছিউল শান্তি বঁটা গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

February 22nd, 10:55 am

ছিউল শান্তি বঁটা লাভ কৰি মই অতিশয় সন্মানিত অনুভৱ কৰিছো৷ মই বিশ্বাস কৰো যে এই বঁটা মোৰ ব্যক্তিগত নহয়, ই ভাৰতৰ জনতাৰ৷ এই বঁটা ভাৰতৰ জনতাই যোৱা পাঁচ বছৰতকৈও কম সময়ত লাভ কৰা সাফল্য, এক দশমিক তিনি বিলিয়ন ভাৰতীয়ৰ শক্তিৰ বাবে লাভ কৰিছে৷ সমূহ ভাৰতীয় জনতাৰ হৈ মই এই বঁটা বিনয়েৰে গ্ৰহণ কৰিছো আৰু ধন্যবাদ প্ৰকাশ কৰিছো৷ এই বঁটা ‘বসুধৈৱ কুটুম্বকম’ দৰ্শনৰ স্বীকৃতি যাৰ অৰ্থ হ’ল সমগ্ৰ বিশ্বই হ’ল এটা পৰিয়াল৷ এই বঁটা সেই শান্তিৰ বাৰ্তাৰ প্ৰতীক যি আনকি যুদ্ধক্ষেত্ৰতো ভগৱান কৃষ্ণই মহাভাৰতৰ যুদ্ধৰ সময়ত ভাগৱত গীতাৰ মাধ্যমেৰে প্ৰদান কৰিছিল৷ এই বঁটা সেই ভূমিৰ বাবে য’ত আমি শিকিছো-

কোৰিয়া গণৰাজ্য ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সংবাদ বিবৃতি

February 22nd, 08:42 am

কোৰিয়ালৈ অহাৰ বাবে নিমন্ত্ৰণ প্ৰেৰণ কৰাৰ বাবে আৰু এই উষ্ম সম্ভাষণৰ বাবে মই ৰাষ্ট্ৰপতি মুনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো৷ মই পূৰ্বতেও বহু বাৰ কৈছিলো, যেতিয়া মই প্ৰধানমন্ত্ৰীৰ পদত নাছিলো তেতিয়াৰে পৰাই মই ভাৰতৰ বিকাশৰ বাবে কোৰিয়াৰ মডেল সবাতোকৈ অনুকৰণীয় বুলি মানি আহিছো৷ আৰু সেইবাবে কোৰিয়ালৈ কৰা যাত্ৰা মোৰ বাবে সদায়েই প্ৰসন্নদায়ক হয়৷

Indian community all over the world are the country’s ‘Rashtradoots’: PM Modi

February 21st, 06:01 pm

At the community programme in Seoul, South Korea, PM Modi appreciated the members of Indian community for their contributions. PM Modi termed them be true 'Rashtradoots' (ambassadors of the country). Addressing the gathering, the PM also highlighted the strong India-South Korea ties. He also spoke about India's growth story in the last four and half years.

কোৰিয়াত প্ৰৱাসী ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ

February 21st, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কোৰিয়াত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰে৷

ছিউলৰ য়োনছেই বিশ্ববিদ্যালয়ত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ

February 21st, 01:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিউলৰ য়োনছেই বিশ্ববিদ্যালয়ত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে৷

দক্ষিণ কোৰিয়া ভ্ৰমণকালত ভাৰত-দক্ষিণ কোৰিয়া বাণিজ্যিক সন্মিলনত প্রধানমন্ত্রীৰ ভাষণ

February 21st, 10:55 am

সকলোকে অভিনন্দন জনাইছো। ছিউলত আজি আপোনালোকৰ সৈতে এনেদৰে মিলিত হ’বলৈ পাই মই অতি আনন্দিত হৈছো। মাত্র ১২ মাহতে দক্ষিণ কোৰিয়াৰ বাণিজ্যিক নেতৃবর্গৰ সৈতে এয়া মোৰ তৃতীয়টো সাক্ষাৎ। আমাৰ সদিচ্ছা বহু। দক্ষিণ কোৰিয়াৰ পৰা ভাৰতত ব্যৱসায়-বাণিজ্য আৰু বিনিয়োগ যাতে বৃদ্ধি পায়, সেই বিষয়ে কথা পাতিবলৈ মই অত্যন্ত আগ্রহী। মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্রী আছিলো তেতিয়াও দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিছিলো। দক্ষিণ কোৰিয়া মোৰ বাবে অর্থনৈতিক বিকাশৰ আদর্শস্বৰূপ।

কোৰিয়া গণৰাজ্যৰ ছিউলত উপস্থিত প্ৰধানমন্ত্ৰী মোদী৷

February 21st, 08:26 am

কোৰিয়া গণৰাজ্য ভ্ৰমণৰ অংশস্বৰূপে ছিউলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ভ্ৰমণকালত তেওঁ বিভিন্ন অনুষ্ঠানত অংশ ল’ব, যাৰ লক্ষ্য হ’ল কোৰিয়াৰ সৈতে ভাৰতৰ বাণিজ্য আৰু সাংস্কৃতিক সম্পৰ্ক উন্নত কৰা৷

কোৰিয়া ভ্ৰমণৰ প্ৰাকমুহুৰ্তত প্রধানমন্ত্রীৰ বিবৃতি

February 20th, 02:30 pm

ৰাষ্ট্রপতি মুন জে ইনৰ আমন্ত্রণ মৰ্মে মই কোৰিয়া ভ্ৰমণলৈ বুলি ওলাইছো। কোৰিয়ালৈ মোৰ এইটো হ’ব দ্বিতীয়টো ভ্ৰমণ আৰু ৰাষ্ট্রপতি মুনৰ সৈতে এয়া হ’ব দ্বিতীয়টো বৈঠক।

কোৰিয়া গণতন্ত্ৰৰ ফাৰ্ষ্ট লেডীক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

November 05th, 05:53 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কোৰিয়া গণতন্ত্ৰৰ ফাৰ্ষ্ট লেডী কিম জং-ছুকক সাক্ষাৎ কৰে৷

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি/নথিসমূহৰ তালিকা

July 10th, 02:46 pm

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি/নথিসমূহৰ তালিকা

দক্ষিণ কোৰিয়াৰ ভাৰত ভ্ৰমণ কালত যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

July 10th, 02:30 pm

প্ৰায় এবছৰৰ আগতে হামবাৰ্গত জি-২০ সন্মিলনৰ সময়ত প্ৰথমবাৰলৈ ৰাষ্ট্ৰপতি মুনক লগ পাইছিলো। সেই সময়তে তেওঁক মই ভাৰতলৈ নিমন্ত্ৰণ জনাইছিলো। আজি সমগ্ৰ বিশ্বই কোৰিয়াত হৈ থকা কাম-কাজবোৰ গুৰুত্ব সহকাৰে প্ৰত্যক্ষ কৰিছে। এনে ব্যস্ত কাৰ্যসূচীৰ মাজতে ভাৰত ভ্ৰমণৰ বাবে তেওঁ সময় উলিওৱাৰ বাবে মই তেওঁক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছো।

PM Modi, South Korean President pay tribute to Mahatma Gandhi

July 09th, 09:40 pm

PM Narendra Modi and South Korean President Moon Jae-in today paid floral tribute to Mahatma Gandhi at the Gandhi Smriti in New Delhi.