আই শ্ৰী সোণল মাতাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ অসমীয়া অনুবাদ

January 13th, 12:00 pm

বৰ্তমানৰ আধ্যাত্মিক নেতা (গাদিপতি) পুজ্য কাঞ্চন মা, আৰু প্ৰশাসক পূজ্য গিৰীশ আপা! আজি পৱিত্ৰ পৌষ মাহত আমি সকলোৱে আই শ্ৰী সোণল মাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰি আছোঁ। মা সোণলৰ আশীৰ্বাদত এই পৱিত্ৰ অনুষ্ঠানটোৰ সৈতে জড়িত হোৱাটো সঁচাকৈয়ে এক সৌভাগ্যৰ বিষয়। সমগ্ৰ চাৰণ সমাজ, প্ৰশাসক আৰু সোণল মাৰ ভক্তসকলক অভিনন্দন জনাইছোঁ। চাৰণ সমাজৰ বাবে শ্ৰদ্ধা, শক্তি আৰু পৰম্পৰাৰ কেন্দ্ৰ হিচাপে মাধড়া ধামে এক বিশেষ স্থান দখল কৰিছে। মই আইৰ চৰণত সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ।

PM addresses Aai Shree Sonal Mata’s Birth Centenary Program via video message

January 13th, 11:30 am

PM Modi addressed Sonal Mata's Birth Centenary Program via video message. He said that said, Madhda Dham is the center of reverence, power, rituals and traditions for the Charan community. I bow before the feet of Shree Aai and pay my obeisance. He added that that Bhagwati Swarupa Sonal Maa was a living example of the fact that India has never been devoid of in carnate souls in any era.