১৭ ডিচেম্বৰত ৰাজস্থান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী
December 16th, 03:19 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ডিচেম্বৰত ৰাজস্থান ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ জয়পুৰত ‘এক বৰ্ষ-পৰিনাম উৎকৰ্ষ’: ৰাজস্থান চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব য’ত তেওঁ ৪৬,৩০০ কোটি টকাৰো অধিক মূল্যৰ শক্তি, পথ, ৰে’ল আৰু জল সম্পৰ্কীয় ২৪টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।ৰাজস্থানৰ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ সন্মিলন-২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 09th, 11:00 am
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বাগদে ডাঙৰীয়া, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা ডাঙৰীয়া, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উদ্যোগৰ বন্ধু, ভিন্ন ৰাষ্ট্ৰদূত, দূতাবাসৰ প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল।ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 09th, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ জয়পুৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ আৰু ৰাজস্থান গ্লোবেল বিজনেছ এক্সপো উদ্বোধন কৰে।সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থানৰ সফলতাৰ যাত্ৰাত আজি আন এটা বিশেষ দিন। তেওঁ পিংক চিটি- জয়পুৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪লৈ সকলো উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব, বিনিয়োগকাৰী, প্ৰতিনিধিসকলক অভিনন্দন জনায়। তেওঁ ৰাজস্থান চৰকাৰকো এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।The BJP has entered the electoral field in Jharkhand with the promise of Suvidha, Suraksha, Sthirta, Samriddhi: PM Modi in Garhwa
November 04th, 12:21 pm
Prime Minister Narendra Modi today addressed a massive election rally in Garhwa, Jharkhand. Addressing the gathering, the PM said, This election in Jharkhand is taking place at a time when the entire country is moving forward with a resolution to become developed by 2047. The coming 25 years are very important for both the nation and Jharkhand. Today, there is a resounding call across Jharkhand... ‘Roti, Beti, Maati Ki Pukar, Jharkhand Mein…Bhajpa, NDA Sarkar’.”PM Modi campaigns in Jharkhand’s Garhwa and Chaibasa
November 04th, 11:30 am
Prime Minister Narendra Modi today addressed massive election rallies in Garhwa and Chaibasa, Jharkhand. Addressing the gathering, the PM said, This election in Jharkhand is taking place at a time when the entire country is moving forward with a resolution to become developed by 2047. The coming 25 years are very important for both the nation and Jharkhand. Today, there is a resounding call across Jharkhand... ‘Roti, Beti, Maati Ki Pukar, Jharkhand Mein…Bhajpa, NDA Sarkar’.”তামিলনাডুৰ মাদুৰাইত অটোমোটিভ এমএছএমইৰ বাবে ডিজিটেল মবিলিটি ইনিচিয়েটিভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
February 27th, 06:30 pm
প্ৰথমে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো, কাৰণ আজি মোৰ অহাত কিছু পলম হৈছিল আৰু আপোনালোকে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। ৰাতিপুৱা সময়মতে দিল্লীৰ পৰা ওলাই আহিলোঁ, কিন্তু একাধিক অনুষ্ঠান কৰি প্ৰতিটোৰ বাবে ৫-১০ মিনিট বেছি সময় লাগে আৰু ফলত অন্তিমটো অনুষ্ঠানত ৰৈ থকাগৰাকীয়ে কষ্ট পায়। গতিকে এতিয়াও আপোনালোক সকলোৰে ওচৰত পলম হোৱাৰ বাবে ক্ষমা বিচাৰিছো।তামিলনাডুৰ মাদুৰাইত 'স্বয়ংচালিত এমএছএমইখণ্ডৰ উদ্যোগীসকলৰ বাবে ভৱিষ্যত নিৰ্মাণ– ডিজিটেল গতিশীলতা' শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে
February 27th, 06:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ মাদুৰাইত ‘ক্ৰিয়েটিং দা ফিউশ্যাৰ – ডিজিটেল মবিলিটী ফৰ অটোমোটিভ এমএছএমই এণ্ট্ৰপ্ৰেনিউৰ্ছ'' (স্বয়ংচালিত এমএছএমইখণ্ডৰ উদ্যোগীসকলৰ বাবে ভৱিষ্যত নিৰ্মাণ– ডিজিটেল গতিশীলতা')শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু যান-বাহন উদ্যোগ খণ্ডত কাম কৰা হাজাৰ হাজাৰ ‘ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ’ (এমএছএমই)ৰ উদ্যোগীসকলক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘গান্ধীগ্ৰাম প্ৰশিক্ষিত মহিলা উদ্যোগী’ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে।India & Greece have a special connection and a relationship spanning centuries: PM Modi
August 25th, 09:30 pm
PM Modi addressed the Indian community at Athens Conservatoire, in Athens. In his address, PM Modi emphasized the unprecedented transformation that India is currently undergoing and the strides being made in various sectors. He lauded the success of the Chandrayaan mission. Prime Minister highlighted the contribution of the Indian community in Greece in advancing the multi-faceted India-Greece relations and urged them to be a part of India’s growth story.এথেন্সত প্ৰৱাসী ভাৰতীয় সমূদায়ৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
August 25th, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৫ আগষ্টত এথেন্সৰ এথেন্স কনজাৰ্ভেটৰীত ভাৰতীয় সমূদায়ক সম্বোধন কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত ভাৰতে সম্প্ৰতি লাভ কৰি থকা অভূতপূৰ্ব অগ্ৰগতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চন্দ্ৰযান অভিযানৰ সফলতাকো তেওঁ ভূয়সী প্ৰশংসা কৰে।Prime Minister’s participation in the BRICS-Africa Outreach and BRICS Plus Dialogue
August 25th, 12:12 am
PM Modi participated in the BRICS-Africa Outreach and BRICS Plus Dialogue, on 24 August, 2023 in Johannesburg. During his intervention, PM Modi called for the BRICS to be the voice of the Global South. He called for further cooperation to strengthen multi-polar world and emphasised the need to reform the global institutions to keep them representative and relevant. He urged the leaders for cooperation in the domains of counter-terrorism, environment conservation, climate action, cybersecurity, food & health security and resilient supply chains.ব্ৰিকছ-আফ্ৰিকা আউটৰিচ আৰু ব্ৰিকছ প্লাছ আলোচনাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 24th, 02:38 pm
আফ্ৰিকা ভূমিত থকা মোৰ সকলো বন্ধুৰ মাজত উপস্থিত হৈ মই আনন্দিত।নতুন দিল্লীৰ প্রগতি ময়দানত আন্তর্জাতিক প্রদর্শনী-কাম-কনভেনশ্যন চেণ্টাৰ (IECC) কমপ্লেক্সৰ উদ্বোধন অনুষ্ঠানত প্রধানমন্ত্রীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
July 26th, 11:28 pm
মোৰ সন্মুখত এক অপূর্ব দৃশ্য দেখিবলৈ পাইছোঁ। যি অনিন্দ্যসুন্দৰ, বিশাল, বিহঙ্গম দৃষ্টিত অসাধাৰণ। আৰু আজিৰ এই যি উপলক্ষ, ইয়াৰ অন্তৰালত যি কল্পনা, যাক আজি মই যেতিয়া বাস্তৱায়িত হোৱা দেখিছোঁ, সেই স্বপ্নক যেতিয়া চকুৰ আগত সঁচা হোৱা দেখিছোঁ, তেতিয়া মোৰ মনলৈ এটি বিখ্যাত কবিতাৰ লাইন উচ্চাৰণৰ ইচ্ছা জাগিছে:-PM inaugurates International Exhibition-cum-Convention Centre (IECC) complex at Pragati Maidan in New Delhi
July 26th, 06:30 pm
PM Modi dedicated to the International Exhibition-cum-Convention Centre (IECC) complex at Pragati Maidan in New Delhi. He said, “Bharat Mandapam is a call for India’s capabilities and new energy of the nation, it is a philosophy of India’s grandeur and willpower.”‘জি-২০ শক্তি মন্ত্ৰীমণ্ডলীৰ বৈঠক’ত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ পাঠ
July 22nd, 10:00 am
মহামান্য, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল, নমস্কাৰ! মই আপোনালোক সকলোকে ভাৰতলৈ স্বাগতম জনাইছোঁ। শক্তি অবিহনে ভৱিষ্যত, সুস্থিৰতা বা উন্নতি আৰু বিকাশৰ বিষয়ে কোনো কথা সম্পূৰ্ণ কৰিব নোৱাৰি। ই ব্যক্তিৰ পৰা ৰাষ্ট্ৰলৈকে সকলো স্তৰতে বিকাশক প্ৰভাৱিত কৰে।জি-২০ শক্তি মন্ত্ৰীসকলৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণ
July 22nd, 09:48 am
প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তি পৰিৱৰ্তনৰ বাবে প্ৰতিখন ৰাষ্ট্ৰৰ বাস্তৱতা আৰু পথ বেলেগ বেলেগ হ’লেও প্ৰতিখন দেশৰ লক্ষ্য একে বুলি তেওঁ দৃঢ় বিশ্বাস কৰে। সেউজ বিকাশ আৰু শক্তি পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি তেওঁ আঙুলিয়াই দিয়ে যে ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ জনবসতিপূৰ্ণ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতিৰ দেশ, তথাপিও দেশখনে জলবায়ুৰ প্ৰতিশ্ৰুতিৰ দিশত শক্তিশালীভাৱে আগবাঢ়িছে। প্ৰধানমন্ত্ৰীয়ে জনায় যে ভাৰতে ৯ বছৰ আগতেই অজীৱাশ্ম বিদ্যুৎ শক্তি সক্ষমতাৰ লক্ষ্যত উপনীত হৈছে আৰু নিজাকৈ আৰু অধিক লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ উল্লেখ কৰে যে ২০৩০ চনৰ ভিতৰত দেশখনে ৫০শতাংশ অজীৱাশ্ম বিদ্যুৎ শক্তি ক্ষমতা আহৰণৰ পৰিকল্পনা কৰিছে।“ভাৰত সৌৰ আৰু বায়ু শক্তিৰ ক্ষেত্ৰতো বিশ্বৰ আগশাৰীৰ দেশসমূহৰ ভিতৰত অন্যতম”, প্ৰধানমন্ত্ৰীয়ে কয় যে পাৱগদা সৌৰ উদ্যান আৰু মধেৰা সৌৰ গাঁও পৰিদৰ্শন কৰি কৰ্মীগোটৰ প্ৰতিনিধিসকলে স্বচ্ছ শক্তিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ স্তৰ আৰু পৰিসৰৰ সাক্ষী হোৱাৰ সুযোগ পোৱাত আনন্দ প্ৰকাশ কৰে।অন্ধ্রপ্রদেশৰ পুট্টাপূর্তিত সাই হীৰা গ্লোবেল কনভেনশ্যন চেণ্টাৰৰ উদ্বোধন উপলক্ষ্যে প্রধানমন্ত্রীৰ ভাষণ
July 04th, 11:00 am
পুট্টাপূর্তিলৈ বহুবাৰ যোৱাৰ সৌভাগ্য মোৰ হৈছে। আজিও মোৰ ইচ্ছা আছিল আপোনালোক সকলোৰে মাজত, তাত উপস্থিত হৈ এই অনুষ্ঠানত যোগ দিয়াৰ। কিন্তু, মোৰ ব্যস্ততাৰ কাৰণে সেয়া সম্ভৱ নহ'ল। মোক আমন্ত্রণ জানোৱাৰ সময়ত ভাই ৰত্নাকৰে কৈছিল, ‘আপুনি এবাৰ আহি আমাক আপোনাৰ আশীর্বাদ দিয়ক’। শ্রী ৰত্নাকৰৰ এই বক্তব্য মই সংশোধন কৰি দিয়া উচিত। মই তালৈ অৱশ্যই যাম, কিন্তু আশীর্বাদ দিবলৈ নহয়, আশীর্বাদ ল'বলৈ। প্রযুক্তিৰ সহায়ত আজি মই আপোনালোকৰ মাজত উপস্থিত হ'ব পাৰিছোঁ। আজিৰ এই অনুষ্ঠানৰ বাবে মই শ্রী সত্য সাই চেণ্ট্ৰেল ট্রাষ্টৰ সৈতে যুক্ত সকলো সদস্য আৰু সত্য সাই বাবাৰ সকলো ভক্তক অভিনন্দন জনাইছোঁ। মোৰ ওপৰত শ্রী সত্য সাইৰ অনুপ্রেৰণা আৰু আর্শীবাদ বর্ষিত হৈছে। এই পৱিত্র অনুষ্ঠানত শ্রী সত্য সাই বাবাৰ কর্মধাৰাৰ প্রসাৰ দেখি মই আনন্দিত। শ্রী হীৰা গ্লোবেল কনভেনশ্যন চেণ্টাৰৰ মাধ্যমত দেশ চিন্তা-ভাবনাৰ এক সমৃদ্ধ কেন্দ্রৰ অধিকাৰী হ'বলৈ ওলাইছে। মই এই কনভেনশ্যন চেণ্টাৰৰ ছবি দেখিছোঁ। এইমাত্র এই চেণ্টাৰটো সন্দৰ্ভত স্বল্প দৈর্ঘ্যৰ যি ছাঁয়াছবি দেখুওৱা হ'ল, তাৰো দৃশ্য মই দেখিছোঁ। এই চেণ্টাৰে আধ্যাত্মিক অনুভৱৰ সৈতে আধুনিকতাৰ, সাংস্কৃতিক দেৱত্বৰ সৈতে বৌদ্ধিক উৎকর্ষৰ বন্ধন ঘটাইছে। ই আধ্যাত্মিক সন্মিলন আৰু শিক্ষামূলক কর্মসূচীৰ এটি কেন্দ্র হৈ উঠিব। সমগ্ৰ বিশ্বৰ পৰা বিভিন্ন ক্ষেত্রৰ বিদ্বান আৰু বিশেষজ্ঞসকল ইয়ালৈ আহিব। এই কেন্দ্র যুৱ সমাজৰ বিশেষ উপকাৰত লাগিব বুলি মোৰ ধাৰণা।ভিডিঅ’ কনফাৰেন্সিংযোগে অন্ধ্ৰপ্ৰদেশৰ পুট্ৰাপাৰ্থীত সাই হীৰা গ্ল’বেন কনভেনছন চেণ্টাৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 04th, 10:36 am
এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে সকলোকে অভিনন্দন জনায়, য’ত তেওঁ জৰুৰী বৈঠকৰ বাবে সো-শৰীৰে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে৷ “আজি আমাৰ সৈতে শ্ৰী সত্য সাইৰ আশীৰ্বাদ আৰু প্ৰেৰণা আছে”, বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে লগতে আনন্দ প্ৰকাশ কৰে যে তেওঁ মিচন আজি সম্প্ৰসাৰণ হৈছে আৰু দেশে সাই হীৰা গ্ল’বেল কনভেচন চেণ্টাৰৰ নামেৰে এটা নতুন অত্যাধুনিক কনভেচন চেণ্টাৰ লাভ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে বিশ্বাসেৰে কয় যে এই নতুন কেন্দ্ৰটোৱে আধ্যাত্মিকতা আৰু আধুনিকতাৰ জাকজমকতাৰ এক অভিজ্ঞতা প্ৰদান কৰিব৷ তেওঁ কয় যে এই কেন্দ্ৰটোত সাংস্কৃতিক বৈচিত্ৰ্য আৰু ধাৰণাগত ভব্যতা আছে আৰু ই আধ্যাত্মিকতা আৰু শৈক্ষিক কাৰ্যসূচীৰ ওপৰত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিব য’ত পণ্ডিত আৰু বিশেষজ্ঞসকলে একত্ৰিত হ’ব।ইণ্ডিয়া টুডে কনক্লেভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
March 18th, 11:17 pm
ইণ্ডিয়া টুডে কনক্লেভত আমাৰ সৈতে থকা সকলো গণ্যমান্য ব্যক্তিক শুভেচ্ছা জনাইছো! ডিজিটেল মাধ্যমৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা ভাৰত আৰু বিদেশৰ দৰ্শক আৰু পঢ়ুৱৈসকলক শুভেচ্ছা জনাইছো। মই এইটো দেখি আনন্দিত যে এই সন্মিলনৰ বিষয়বস্তু হৈছে - দ্য ইণ্ডিয়া মোমেন্ট। আজি বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদ, বিশ্লেষক, চিন্তাবিদসকলে সমস্বৰে কৈছে যে এইটো ভাৰতৰ মুহূৰ্ত। কিন্তু যেতিয়া ইণ্ডিয়া টুডে গোটে এই আশাবাদ প্ৰদৰ্শন কৰে, ই 'অতিৰিক্ত বিশেষ'। অৱশ্যে, মই ২০ মাহ পূৰ্বে লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৈছিলো - এইটো সময়, সঠিক সময়। কিন্তু এই স্থিতিত উপনীত হ'বলৈ ২০ মাহ সময় লাগিছিল। তেতিয়াও আত্মা একে আছিল – এয়া হৈছে ভাৰতৰ মুহূৰ্ত।ইণ্ডিয়া টুডে কনক্লেভ সম্বোধন প্ৰধানমন্ত্ৰীৰ
March 18th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ইণ্ডিয়া টুডে কনক্লেভ সম্বোধন কৰে।Clear power dues: PM Modi urges states
July 30th, 12:31 pm
PM Modi participated in the Grand Finale marking the culmination of ‘Ujjwal Bharat Ujjwal Bhavishya – Power @2047’. He launched the Revamped Distribution Sector Scheme as well as launched various green energy projects of NTPC. Four different directions were worked together to improve the power system - Generation, Transmission, Distribution and Connection, the PM added.