PM Modi Expresses Condolences on the Passing of Shri Narayan
November 01st, 03:04 pm
Prime Minister Shri Narendra Modi has condoled the passing of Shri Narayan, a distinguished figure in Indian politics and social service.মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰত-মালদ্বীপে প্ৰকাশ কৰা যুটীয়া বিবৃতি
August 02nd, 10:18 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ইব্ৰাহীম মহম্মেদ সলিহে এক আনুষ্ঠানিক ভ্ৰমণসূচী লৈ ভাৰতত উপস্থিত হয়হি।Prahladji Patel's work will contribute to inspire future generations: PM Modi
April 04th, 08:13 pm
PM Modi addressed the 115th Janmjayanti of Shri Prahladji Patel at Becharaji, Gujarat via a video message. He paid homage to the glorious land of Becharaji and bowed to the memory of the freedom fighter, social worker Shri Prahladji Patel. The PM noted Shri Prahladji Patel’s generosity in social service and his sacrifice.গুজৰাটৰ বেচাৰাজিত স্বাধীনতা সংগ্রামী শ্রী প্রহ্লাদজী পেটেলৰ জীৱনী উন্মোচন আৰু ১১৫সংখ্যক জন্ম জয়ন্তী অনুষ্ঠান উপলক্ষে প্রধানমন্ত্রীৰ বার্তা
April 04th, 08:01 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে গুজৰাটৰ বেচাৰাজিত মহান স্বাধীনতা সংগ্রামী শ্রী প্রহ্লাদজী পেটেলৰ ১১৫সংখ্যক জন্ম জয়ন্তী অনুষ্ঠান উপলক্ষে ভাষণ আগবঢ়োৱাৰ লগতে তেওঁৰ এখন জীৱনী উন্মোচন কৰে। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্রী শ্রী ভূপেন্দ্রভাই পেটেলৰ লগতে একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থাকে।যিসকলক টিকা আটাইতকৈ বেছি প্রয়োজন প্রথমে তেওঁলোকক টিকাকৰণ কৰা হ’বঃ প্রধানমন্ত্রী
January 16th, 02:25 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কয় যে ভাৰতৰ ক’ভিড-১৯ টিকাকৰণ অভিযান অতি মানৱীয় আৰু গুৰুত্বপূর্ণ নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হৈছে৷ যিসকলক টিকাৰ আটাইতকৈ বেছি প্রয়োজন তেওঁলোকক প্রথমে টিকাকৰণ কৰা হ’ব। আনকি যিসকলকৰ সংক্রমণৰ আশংকা সর্বাধিক তেওঁলোকক প্রথমে টিকা প্ৰদান কৰা হ’ব। তেওঁ লগতে কয় যে আমাৰ চিকিৎসক, নাৰ্ছ, হাস্পতালৰ চাফাই কর্মী আৰু পেৰামেডিকেল ষ্টাফসকলে প্রথমে টিকাৰ সুবিধা লাভ কৰিব। চৰকাৰী আৰু বেচৰকাৰী উভয় ক্ষেত্রত হাস্পতালসমূহৰ কর্মচাৰীসকলে টিকাকৰণত অগ্রাধিকাৰ পাব। প্রধানমন্ত্রীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশজোৰা ক’ভিড-১৯ টিকাকৰণ কাৰ্যসূচীৰ আৰম্ভ কৰি ভাষণ আগবঢ়ায়৷কোভিড-১৯ টীকাকৰণ অভিযানৰ সৰ্ব-ভাৰতীয় শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
January 16th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সমগ্ৰ দেশ জুৰি ক’ৰোনা টীকাকৰণ কাৰ্যসূচীৰ সূচনা কৰে। ই হৈছে বিশ্বৰ ভিতৰতে বৃহত্তম টীকাকৰণ অভিযান। প্ৰধানমন্ত্ৰীৰ এই টীকা অভিযান উদ্বোধনৰ সময়খিনি সমগ্ৰ দেশতে ৩ হাজাৰ ৬ টা সংযোগৰ মাধ্যমে দেখুওৱা হৈছে।সমগ্ৰ দেশতে ক’ৰোনা টীকাদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 16th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সমগ্ৰ দেশ জুৰি ক’ৰোনা টীকাকৰণ কাৰ্যসূচীৰ সূচনা কৰে। ই হৈছে বিশ্বৰ ভিতৰতে বৃহত্তম টীকাকৰণ অভিযান। প্ৰধানমন্ত্ৰীৰ এই টীকা অভিযান উদ্বোধনৰ সময়খিনি সমগ্ৰ দেশতে ৩ হাজাৰ ৬ টা সংযোগৰ মাধ্যমে দেখুওৱা হৈছে।PM condoles the passing away of Acharya Shree Purushottampriyadasji Swamishree Maharaj
July 16th, 10:56 am
The Prime Minister, Shri Narendra Modi has condoled the passing away of Acharya Shree Purushottampriyadasji Swamishree Maharaj.প্ৰধানমন্ত্ৰীয়ে লাভ কৰা সামগ্ৰী আৰু স্মৃতিচিহ্নবোৰৰ ই-নিলাম সম্পন্
October 24th, 04:40 pm
প্ৰধানমন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন স্থানত লাভ কৰা স্মৰণীয় সামগ্ৰীবোৰৰ প্ৰদৰ্শনী আৰু ই-নিলাম আজি ২৪ অক্টোবৰ তাৰিখে সামৰণি পৰিছে। এই সামগ্ৰীসমূহৰ নিলামৰ সময়ছোৱাত উৎসুক ৰাইজে যথেষ্ট সঁহাৰি দেখুৱাইছিল আৰু সক্ৰিয়ভাৱে নিলামত অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে এই ই-নিলামযোগে আহৰণ হোৱা সমস্ত ধন নমামী গংগে অভিযানৰ বাবে ব্যৱহাৰ কৰা হ’ব।জন্মবাৰ্ষিকীত নানাজী দেশমুখলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
October 11th, 10:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰসেৱক নানাজী দেশমুখৰ জন্মজয়ন্তী উপলক্ষে মহান পুৰুষগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে। তেওঁ কয়, “আজি জন্মবাৰ্ষিকীৰ দিনা দেশৰ এগৰাকী মহান সমাজকৰ্মী আৰু দেশপ্ৰেমী নানাজী দেশমুখক মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। তেওঁ গাওঁ আৰু কৃষকৰ কল্যাণ আৰু উত্তৰণৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। দেশ নিৰ্মাণৰ বাবে তেওঁৰ অৱদান চিৰকালে স্মৰণীয় হৈ ৰ’ব।”For us, 125 crore Indians are our family, for us it is always nation first: PM Narendra Modi
September 25th, 03:20 pm
PM Shri Narendra Modi today addressed the ‘Karyakarta Mahakumbh’ in Bhopal, Madhya Pradesh. While addressing the gathering of more than 5 lakh party workers, the Prime Minister began his speech by remembering Pandit Shri Deen Dayal Upadhyaya on his birth anniversary and the late PM Shri Atal Bihari Vajapyee. He added, “We are proud to be born to serve as workers of the Bhartiya Janata Party.”For us, it is always nation first: PM Narendra Modi in Bhopal
September 25th, 03:15 pm
PM Shri Narendra Modi today addressed the ‘Karyakarta Mahakumbh’ in Bhopal, Madhya Pradesh. While addressing the gathering of more than 5 lakh party workers, the Prime Minister began his speech by remembering Pandit Shri Deen Dayal Upadhyaya on his birth anniversary and the late PM Shri Atal Bihari Vajapyee. He added, “We are proud to be born to serve as workers of the Bhartiya Janata Party.”সন্ত কবীৰ নগৰত মহান সন্ত তথা কবি কবীৰলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন
June 28th, 12:35 pm
মহান সন্ত তথা কবি কবীৰৰ ৫০০তম মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ সমাধিত প্ৰধানমন্ত্ৰীয়ে পুষ্পাঞ্জলি অৰ্পণ কৰে৷ ইয়াৰোপৰি তেওঁ সন্ত কবীৰৰ মাজাৰত চাদৰ তৰ্পণো কৰে৷ তেওঁ সন্ত কবীৰ গুহা পৰিদৰ্শন কৰে আৰু সন্ত কবীৰ একাডেমীৰ আধাৰশিলা স্থাপনৰ চিহ্ন হিচাপে এখন ফলক উন্মোচন কৰে যিয়ে মহান সন্ত গৰাকীৰ শিক্ষা আৰু চিন্তাধাৰাক প্ৰজ্বলিত কৰিব৷Sant Kabir represents the essence of India's soul: PM Modi in Maghar
June 28th, 12:35 pm
The Prime Minister, Shri Narendra Modi, visited Maghar in SantKabir Nagar district of Uttar Pradesh today. He offered floral tributes at SantKabir Samadhi, on the occasion of the 500th death anniversary of the great saint and poet, Kabir. He also offered Chadar at SantKabirMazaar. He visited the SantKabir Cave, and unveiled a plaque to mark the laying of Foundation Stone of SantKabir Academy, which will highlight the great saint’s teachings and thought.PM condoles the demise of Indian social activist and writer Mahashweta Devi
July 28th, 05:55 pm
PM expresses sadness, on the demise of social worker Poornimaben Pakvasa
April 25th, 09:14 pm