‘হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিট ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
November 16th, 10:15 am
১০০ বছৰ আগতে ‘হিন্দুস্তান টাইমছ’-ৰ উন্মোচন পুজ্য বাপুয়ে কৰিছিল... তেওঁ গুজৰাটী ভাষী আছিল, আৰু ১০০ বছৰৰ পিছত আপোনালোকে আন এজন গুজৰাটীক আমন্ত্ৰণ কৰিছে। মই ‘হিন্দুস্তান টাইমছ’ক এই ঐতিহাসিক যাত্ৰাৰ বাবে অভিনন্দন জনাইছোঁ আৰু যিসকলে ১০০ বছৰীয়া যাত্ৰাত এই কাকতৰ সৈতে জড়িত হৈ আহিছে, যিসকলে প্ৰতিপালনৰ কাম কৰিছে, সংগ্ৰাম কৰিছে, সংকটৰ সন্মুখীন হৈছে, কিন্তু অধ্যৱসায় অব্যাহত ৰাখিছে... তেওঁলোক সকলোৱেই আজি অভিনন্দনৰ পাত্ৰ, তেওঁলোক সকলোৱেই অভিনন্দনৰ যোগ্য। আপোনালোক সকলোকে, ১০০ বছৰীয়া যাত্ৰা নিতান্তই এক বৃহত্ সাফল্য হয় জাঙৰীয়া। আপোনালোক সকলোৱেই এই সাফল্যৰ বাবে অভিনন্দনৰ পাত্ৰ, আৰু মই আপোনালোকক আগত ভৱিষ্যতৰ বাবেও বহুত বহুত শুভেচ্ছা জনাইছোঁ। মই যেতিয়া ইয়ালৈ আহিছোঁ, মই পৰিয়ালৰ সদস্যসকলৰেতো মিলিত হৈছোৱেই হৈছোঁ, ইয়াৰ লগতে মই ১০০ বছৰীয়া যাত্ৰাৰ এক সুন্দৰ প্ৰদৰ্শনীও চাবলৈ সুযোগ পাইছোঁ। মই আপোনালোক সকলোক ক'ম যে যদি সময় থাকে, তেন্তে তাত কিছু সময় কটাই নিশ্চয় যাব। এয়া কেৱল এক প্ৰদৰ্শনীয়েই নহয়, মই কওঁ যে এয়া আক্ষৰিক অৰ্থতে এক অনন্য অভিজ্ঞতাও। এনেকুৱা লাগিছিল যেন আমাৰ চকুৰ আগৰে ১০০ বছৰৰ ইতিহাস পাৰ হৈ গৈছিল। মই সেই দিনবোৰৰ বাতৰি কাকত দেখিছিলোঁ যিবোৰ দেশৰ স্বাধীনতা আৰু সংবিধান গ্ৰহণ কৰাৰ দিনবোৰত মুদ্ৰিত হৈছিল। ‘হিন্দুস্তান টাইমছ’-ৰ বাবে একাধিক প্ৰবীণ ব্যক্তিয়ে লিখিছিল। মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ বাবু, ড০ শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড০ এম এছ স্বামীনাথন। এইসকল পুৰোধাৰ লিখনিসমূহে আপোনালোকৰ বাতৰি কাকতৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। সঁচাকৈয়ে আমি এক দীঘলীয়া যাত্ৰাৰ পিছত ইয়াত আহি উপস্থিত হৈছোহি। স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ পৰা স্বাধীনতাৰ পিছত আশাৰ অতল সাগৰৰ লহৰত উপৱিষ্ট হৈ আমি আগবাঢ়িছো। এই যাত্ৰা নিতান্তই অভূতপূৰ্ব, ই আশ্চৰ্যজনকো। ১৯৪৭ চনৰ অক্টোবৰত কাশ্মীৰৰ অধিগ্ৰহণৰ পিছত মই আপোনালোকৰ কাকতৰ বাতৰিত সেই উৎসাহ অনুভৱ কৰিছিলোঁ যি প্ৰতিগৰাকী ভাৰতীয়ৰ মনত উদ্বেলিত হৈছিল। অৱশ্যে, সেইটো মুহূৰ্ততে মই এইটোও উপলব্ধি কৰিছিলোঁ কেনেকৈ সিদ্ধান্তহীনতাৰ পৰিস্থিতিয়ে কাশ্মীৰক সাত দশক ধৰি হিংসাই আৱৰি ধৰিছিল। আজি আপোনালোকৰ কাকতখনে জম্মু আৰু কাশ্মীৰত অভিলেখ হাৰত হোৱা ভোটদানৰ দৰে বাতৰি প্ৰকাশ কৰিছে, এয়া হৈছে এক বৈপৰিত্য। এফালে বাতৰি কাকতৰ ছপা, এক প্ৰকাৰে সকলোৰে চকু তালৈ যাবই, আপোনালোকৰ দৃষ্টি ৰৈ যাব। ইয়াৰ এফালে অসমক অশান্ত অঞ্চল ঘোষণা কৰাৰ খবৰ ওলাইছিল যদি আনফালে অটলজীয়ে বিজেপিৰ ভেটি স্থাপন কৰাৰ খবৰ ওলাইছিল। আৰু কি সুখৰ সংযোগ যে বিজেপিয়ে আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত এক ডাঙৰ ভূমিকা পালন কৰি আহিছে।নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলন ২০২৪ সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 16th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলন ২০২৪ত ভাষণ প্ৰদান কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে ১০০ বছৰ পূৰ্বে মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা হিন্দুস্তান টাইমছৰ বিষয়ে আলোকপাত কৰি কাকতখনক শতিকাজোৰা অনবদ্য যাত্ৰাৰ বাবে অভিনন্দন জনায়। লগতে প্ৰকাশন প্ৰতিষ্ঠানটোৰ সমগ্ৰ ইতিহাসৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈও তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। সভাস্থলীত হিন্দুস্তান টাইমছৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ পিছত শ্ৰী মোদীয়ে ই এক অপ্ৰতীম অভিজ্ঞতা বুলি অভিহিত কৰি সকলো প্ৰতিনিধিকে সময় উলিয়াই ইয়াক অন্বেষণ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কয় যে প্ৰদৰ্শনীখন ভ্ৰমণৰ সময়ত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ৰ আৰু সংবিধান প্ৰণয়নৰ সময়ৰ পুৰণি বাতৰি কাকত দেখা পাইছিল। তেওঁ স্বীকাৰ কৰে যে মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ চন্দ্ৰ বসু, ড° শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড° এম এছ স্বামীনাথনকে ধৰি বহু প্ৰভাৱশালী নেতাই হিন্দুস্তান টাইমছত প্ৰবন্ধ লিখিছিল। স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতাৰ পিছৰ সময়খিনিক সামৰি লোৱা কাকতখনৰ উল্লেখযোগ্য যাত্ৰাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে চিন্তা-চৰ্চা কৰি ইয়াক সঁচাকৈয়ে অসাধাৰণ আৰু প্ৰেৰণাদায়ক বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে ১৯৪৭ চনৰ অক্টোবৰ মাহত কাশ্মীৰৰ ভাৰতৰ সৈতে একত্ৰীকৰণৰ কথা পঢ়ি এজন যুৱ নাগৰিক হিচাপে অনুভৱ কৰা উত্তেজনাৰ কথাও মনত পেলাইছিল। অৱশ্যে তেওঁ এইটোও লক্ষ্য কৰিছিল যে কেনেকৈ, সেই মুহূৰ্তত, তেওঁ উপলব্ধি কৰিছিল যে কিদৰে সাত দশক ধৰি অতীতৰ অনিশ্চয়তাই কাশ্মীৰক হিংসাৰ মাজত আবদ্ধ কৰি ৰাখিছিল। তেওঁ আশাবাদ প্ৰকাশ কৰি আঙুলিয়াই দিয়ে যে আজি জম্মু-কাশ্মীৰৰ নিৰ্বাচনত অভিলেখ সৃষ্টিকাৰী ভোটাৰৰ ভোটদানৰ খবৰ নিয়মীয়াকৈ প্ৰকাশ পাইছে, যিটো অগ্ৰগতি আৰু পৰিৱৰ্তনৰ লক্ষণ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সন্মুখীন হোৱা এটা বিশেষ বাতৰি কাকতৰ সংখ্যাৰ কথাও উল্লেখ কৰে, য’ত এফালে অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰাৰ খবৰ আছিল, আনফালে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি স্থাপন কৰা অটল বিহাৰী বাজপেয়ীৰ প্ৰতিবেদন আছিল। আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত বিজেপিয়ে মূল ভূমিকা পালন কৰি অহা সুন্দৰ কাকতালীয় দিশৰ ওপৰতো তেওঁ মন্তব্য কৰে।প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক ছ’চিয়েল মিডিয়াত ত্ৰিৰংগা থকা প্ৰফাইল ছবি সলনি কৰিবলৈ আহ্বান জনায়
August 09th, 09:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ত্ৰিৰংগা থকা প্ৰ'ফাইল ছবি সলনি কৰিবলৈ আহ্বান জনাইছে। শ্ৰী মোদীয়ে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ তেওঁৰ প্ৰ'ফাইল ছবিখন ত্ৰিৰংগালৈ সলনি কৰে। হৰ ঘৰ ত্ৰিৰংগা আন্দোলনক এক স্মৰণীয় গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ তেওঁ সকলোকে তেনে কৰিবলৈ আহ্বান জনায়।প্ৰধানমন্ত্ৰীৰ এক্স একাউণ্টে ১০০ মিলিয়ন ফল’ৱাৰ অতিক্ৰম কৰিলে
July 14th, 10:38 pm
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীৰ একাউণ্টে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এশ মিলিয়ন অনুগামী অতিক্ৰম কৰিলে। এই প্লেটফৰ্মত তেওঁ সৰ্বাধিক অনুসৰণ কৰা বিশ্ব নেতা হৈয়েই আছে।মুম্বাইত ইণ্ডিয়ান নিউজপেপাৰছ ছ’চাইটি টাৱাৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 13th, 09:33 pm
প্ৰথমে, ইণ্ডিয়ান নিউজপেপাৰছ ছ’চাইটিৰ সকলো সদস্যকে অভিনন্দন জনাইছো। আজি আপোনালোক সকলোৱে মুম্বাইত এটা বিশাল আৰু আধুনিক অট্টালিকা লাভ কৰিছে। আশাকৰোঁ এই নতুন অট্টালিকাটোৱে আপোনালোকৰ কাম-কাজ সম্প্ৰসাৰিত কৰিব আৰু আপোনালোকৰ কামৰ সহজতা বৃদ্ধি কৰিব, যিয়ে আমাৰ গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰিব। ইণ্ডিয়ান নিউজপেপাৰ ছ’চাইটি স্বাধীনতাৰ আগতেই অস্তিত্ব লাভ কৰা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম আৰু সেয়েহে আপোনালোক সকলোৱে দেশৰ যাত্ৰাৰ প্ৰতিটো উত্থান-পতন অতি নিবিড়ভাৱে দেখিছে, জীয়াই আছে আৰু লগতে সাধাৰণ জনতাক জনাইছে। গতিকে সংগঠন হিচাপে আপোনালোকৰ কাম যিমানেই ফলপ্ৰসূ হ'ব সিমানেই দেশ ইয়াৰ দ্বাৰা উপকৃত হ'ব।মহাৰাষ্ট্ৰৰ মুম্বাইত ‘ভাৰতীয় বাতৰিকাকত সমাজ (আইএনএছ) টাৱাৰ’ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 13th, 07:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ ‘বান্দ্ৰা কুৰ্লা কমপ্লেক্স’ৰ ‘জি-ব্লক’ত থকা ‘ভাৰতীয় বাতৰিকাকত সমাজ’ (আইএনএছ)ৰ সচিবালয়লৈ কৰা ভ্ৰমণসূচীৰ অংশ হিচাপে ‘আইএনএছ টাৱাৰ’ উদ্বোধন কৰে। নতুন ভৱনটোৱে মুম্বাইত এক আধুনিক আৰু দক্ষ কাৰ্যালয়ৰ স্থানৰ বাবে ‘আইএনএছ’-ৰ সদস্যসকলৰ বিকশিত প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু মুম্বাইৰ বাতৰি কাকত উদ্যোগৰ স্নায়ুকেন্দ্ৰ হিচাপে কাম কৰিব।সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।‘ছ'চিয়েল মিডিয়া হেণ্ডেল’ৰ পৰা 'মোদী কা পৰিবাৰ' টেগলাইন আঁতৰাবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে
June 11th, 10:50 pm
শ্ৰী মোদীয়ে ভাৰতৰ জনসাধাৰণক তেওঁলোকৰ নিৰন্তৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বহুতে তেওঁৰ প্ৰতি মৰমৰ সংকেত হিচাপে তেওঁলোকৰ সামাজিক মাধ্যমৰ ‘প্ৰ'ফাইল’ত মোদী কা পৰিয়াল বাক্যাংশটো যোগ দিছিল। প্ৰদৰ্শনৰ নাম সলনি হ'ব পাৰে, কিন্তু ভাৰতৰ প্ৰগতিৰ বাবে চেষ্টা কৰি থকা এক পৰিয়াল হিচাপে আমাৰ বন্ধন সুদৃঢ় আৰু অখণ্ড হৈ থাকিব, শ্ৰী মোদীয়ে লগতে কয়।Today, the youth of my village are social media heroes: PM Modi in Lohardaga
May 04th, 11:00 am
Prime Minister Narendra Modi addressed massive gathering Lohardaga, Jharkhand, where he highlighted the achievements of his government and warned against the dangers posed by the Congress and its allies. Speaking to the enthusiastic crowd, PM Modi emphasized the significance of each vote and the transformative impact it can have on the nation.PM Modi addresses public meetings in Palamu & Lohardaga, Jharkhand
May 04th, 10:45 am
Prime Minister Narendra Modi addressed massive gatherings in Palamu and Lohardaga, Jharkhand, where he highlighted the achievements of his government and warned against the dangers posed by the Congress and its allies. Speaking to the enthusiastic crowd, PM Modi emphasized the significance of each vote and the transformative impact it can have on the nation.Meticulous planning and equal focus on Prachaar will strengthen booth for victory: PM Modi in Karnataka via NaMo App
April 05th, 05:00 pm
Prime Minister Narendra Modi engaged in a significant interaction with the BJP Karyakartas from Karnataka through the NaMo App, reaffirming the Party's commitment to effective communication of its good governance agenda across the state. During the session, PM Modi shared insightful discussions with Karyakartas, addressing key issues and soliciting feedback on grassroots initiatives.PM Modi interacts with BJP Karyakartas from Karnataka via NaMo App
April 05th, 04:30 pm
Prime Minister Narendra Modi engaged in a significant interaction with the BJP Karyakartas from Karnataka through the NaMo App, reaffirming the Party's commitment to effective communication of its good governance agenda across the state. During the session, PM Modi shared insightful discussions with Karyakartas, addressing key issues and soliciting feedback on grassroots initiatives.In this election, we need to put our full effort into achieving the goal of '4 June 400 paar': PM Modi in WB via NaMo App
April 03rd, 05:30 pm
Prime Minister Narendra Modi engaged in a significant interaction with BJP Karyakartas from West Bengal via the NaMo App, underlining the Party's unwavering commitment to effectively communicate its governance agenda across the state. During this session, PM Modi delved into insightful discussions with Karyakartas, addressing pivotal issues and seeking feedback on grassroots initiatives.PM Modi interacts with BJP Karyakartas from West Bengal via NaMo App
April 03rd, 05:00 pm
Prime Minister Narendra Modi engaged in a significant interaction with BJP Karyakartas from West Bengal via the NaMo App, underlining the Party's unwavering commitment to effectively communicate its governance agenda across the state. During this session, PM Modi delved into insightful discussions with Karyakartas, addressing pivotal issues and seeking feedback on grassroots initiatives.I urge BJP Karyakartas to educate people on government welfare schemes: PM Modi in UP via NaMo App
April 03rd, 02:15 pm
Prime Minister Narendra Modi engaged in an interactive session with BJP Karyakartas from Uttar Pradesh via the NaMo App, reaffirming the Party's commitment to effective communication of its good governance agenda across the state ahead of the upcoming Lok Sabha Elections. During the session, PM Modi participated in insightful discussions, addressing key issues, and seeking feedback on grassroots initiatives.PM Modi interacts with BJP Karyakartas from Uttar Pradesh via NaMo App
April 03rd, 01:00 pm
Prime Minister Narendra Modi engaged in an interactive session with BJP Karyakartas from Uttar Pradesh via the NaMo App, reaffirming the Party's commitment to effective communication of its good governance agenda across the state ahead of the upcoming Lok Sabha Elections. During the session, PM Modi participated in insightful discussions, addressing key issues, and seeking feedback on grassroots initiatives.১৪০ কোটি লোকে বহু পৰিৱৰ্তন আনিছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
November 26th, 11:30 am
মন কী বাতলৈ আদৰণি জনাইছো৷ আমি আমি এই ২৬ নৱেম্বৰৰ দিনটোৰ কথা পাহৰিব নোৱাৰো৷ কিন্তু ভাৰতৰ দৃঢ়তাই আমাক এই কষ্ট অতিক্ৰম কৰাত সহায় কৰিলে; এতিয়া আমি সম্পূৰ্ণ উৎসাহেৰে সন্ত্ৰাসবাদৰ অন্ত পেলাইছো। মুম্বাই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো। আজি দেশে সেই বীৰসকলক স্মৰণ কৰিছে যিসকলে আক্ৰমণৰ সময়ত সৰ্বস্ব ত্যাগ কৰিছিল।মোৰ পৰিয়ালৰ সদস্যসকল, এই ২৬ নৱেম্বৰৰ দিনটো আৰু এটা কাৰণত অত্যন্ত তাৎপৰ্যপূৰ্ণ। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল। মোৰ মনত আছে, ২০১৫ চনত যেতিয়া আমি বাবাচাহেব আম্বেদকাৰৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছিলো, তেতিয়া ২৬ নৱেম্বৰ দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ এটা চিন্তাই মনত দোলা দিছিল। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আমি এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি আহিছো। সংবিধান দিৱস উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু একেলগে আমি নিশ্চিতভাৱে নাগৰিকৰ কৰ্তব্যৰ অগ্ৰাধিকাৰ অনুসৰি এখন উন্নত ভাৰতৰ সংকল্পৰ উপনীত হ’ম।India is poised to continue its trajectory of success: PM Modi
November 17th, 08:44 pm
Speaking at the BJP's Diwali Milan event at the party's headquarters in New Delhi, Prime Minister Narendra Modi reiterated his commitment to transform India into a 'Viksit Bharat,' emphasizing that these are not merely words but a ground reality. He also noted that the 'vocal for local' initiative has garnered significant support from the people.PM Modi addresses Diwali Milan programme at BJP HQ, New Delhi
November 17th, 04:42 pm
Speaking at the BJP's Diwali Milan event at the party's headquarters in New Delhi, Prime Minister Narendra Modi reiterated his commitment to transform India into a 'Viksit Bharat,' emphasizing that these are not merely words but a ground reality. He also noted that the 'vocal for local' initiative has garnered significant support from the people.আজি দেশবাসীক 'হৰ ঘৰ ত্ৰিৰঙ্গা'ৰ ভাৱনাৰে তেওঁলোকৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ ডিপি সলনি কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
August 13th, 10:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ ডিপিক ত্ৰিৰংগালৈ ৰূপান্তৰিত কৰে। তেওঁ দেশবাসীকো #হৰ_ঘৰ_ত্ৰিৰঙ্গা ভাৱনাৰে এনে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।