ভাৰত আৰু মালদ্বীপ : ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ বাবে এক দৃষ্টিভংগী
October 07th, 02:39 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম ড০ মহম্মদ মুইজ্জুৱে ২০২৪ চনৰ ৭ অক্টোবৰত মিলিত হয়। দুয়োগৰাকী নেতাই দেশ দুখনৰ ঐতিহাসিক ঘনিষ্ঠতা আৰু বিশেষ সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত অগ্ৰগতিৰ কথা উল্লেখ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ পৰিসৰৰ বিষয়ে ব্যাপক পৰ্যালোচনা কৰে। এই সম্পৰ্কই দুয়োখন দেশৰ জনসাধাৰণৰ উন্নতিত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে।মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম মহম্মদ মুইজ্জুৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা যুটীয়া প্ৰেছ বিবৃতিৰ পাঠ
October 07th, 12:25 pm
মই ৰাষ্ট্ৰপতি মুইজ্জু আৰু তেওঁৰ প্ৰতিনিধিদললৈ উষ্ম আদৰণি জনাই আৰম্ভ কৰিব খুজিছোঁ।মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামান্য প্ৰবীন্দ জগনাথৰ সৈতে আগালেগা দ্বীপপুঞ্জত এয়াৰষ্ট্ৰিপ আৰু জেটিৰ যুটীয়া উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ
February 29th, 01:15 pm
মহামান্য প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনাথজী, মৰিচাছ কেবিনেটৰ উপস্থিত সদস্যগণ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰ, আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা আগালেগাৰ জনসাধাৰণ আৰু সকলো সহকৰ্মী,মৰিচাছৰ আগালেগা দ্বীপত মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথভাৱে নতুন এয়াৰষ্ট্ৰিপ আৰু এখন জেটি উদ্বোধন প্ৰধানমন্ত্ৰীৰ
February 29th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামহিম প্ৰবিন্দ জুগনৌথে যৌথভাৱে মৰিচাছৰ আগালেগা দ্বীপত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নতুন এয়াৰষ্ট্ৰিপ আৰু ছেইণ্ট জেমছ জেটীৰ লগতে ছটা সামূহিক উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পসমূহৰ উদ্বোধন ভাৰত আৰু মৰিচাছৰ মাজত দশক দশক পুৰণি উন্নয়নমূলক অংশীদাৰিত্বৰ সাক্ষী আৰু ই মূল ভূখণ্ড মৰিচাছ আৰু আগলেগাৰ মাজত উন্নত সংযোগৰ দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰণ কৰিব। তদুপৰি, সামুদ্ৰিক সুৰক্ষা শক্তিশালী কৰিব আৰু আৰ্থ-সামাজিক উন্নয়নকো তৰান্বিত কৰিব। শেহতীয়াকৈ ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীত দুয়োগৰাকী নেতাই মৰিচাছত ইউপিআই আৰু ৰুপে’ কাৰ্ড সেৱা আৰম্ভ কৰাৰ পিছতে এই প্ৰকল্পসমূহৰ উদ্বোধনে তাৎপৰ্য বহন কৰিছে।