PM expresses happiness over India’s vaccination drive crosses another important milestone
December 06th, 11:06 am
Prime Minister Narendra Modi has expressed happiness over India’s vaccination drive crossing another important milestone. Over 50% of the eligible population are now fully vaccinated in India.গোৱাৰ ক’ভিড প্ৰতিষেধক প্ৰদান অভিযানত জড়িত স্বাস্থ্যকৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
September 18th, 10:31 am
গোৱাৰ শক্তিবান আৰু লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্ত জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ, গোৱাৰ সু-সন্তান শ্ৰীপদ নায়ক জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ মিত্ৰ ডা০ ভাৰতী...পৱাৰ জী, গোৱাৰ মন্ত্ৰীসকল, সাংসদ আৰু বিধায়কসকল, উপস্থিত জন প্ৰতিনিধি, ‘ক’ৰোনা-যোদ্ধা’ আৰু মোৰ প্ৰিয় ভাই-ভনীসকল!PM interacts with healthcare workers and beneficiaries of the COVID vaccination programme in Goa
September 18th, 10:30 am
PM Modi interacted with healthcare workers and beneficiaries of the COVID vaccination programme in Goa on the completion of 100% first dose coverage for the adult population in the state. The PM commended the kind of coordination that Goa has shown in dealing with social and geographical challenges. “Goa has shown the great results of ‘Sabka Saath, Sabka Vikas, Sabka, Vishwas and Sabka Prayas.” he said.হিমাচল প্ৰদেশত ক’ভিড টীকাকৰণ অভিযানত জড়িত স্বাস্থ্যকৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
September 06th, 11:01 am
হিমাচল প্ৰদেশত আজি এজন ‘প্ৰধান সেৱক’ হিচাপেই নহয় বৰং পৰিয়াল এগৰাকী সদস্য হিচাপেও মই গৌৰৱ কৰাৰ সুযোগ লাভ কৰিছো। মই সৰু সৰু সা-সুবিধাসমূহৰ বাবেও সংঘৰ্ষ কৰা হিমাচলখনক দেখিছো, আৰু আজি বিকাশ-গাঁথা লিখি থকা হিমাচলখনকো প্ৰত্যক্ষ কৰিছো। এয়া সকলো দেৱী-দেৱতাৰ আশীৰ্বাদ, হিমাচল চৰকাৰৰ কৰ্মকুশলতা আৰু হিমাচলৰ প্ৰতিগৰাকী ব্যক্তিৰ সজাগতাৰে সম্ভৱ হৈছে। মই আকৌ এবাৰ যিসকলৰ সৈতে কথা পতাৰ সুযোগ পালো আৰ যি দৰে সকলোৱে কথা পাতিলে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। মই গোটেই টীমটোকে ধন্যবাদ জনাইছো। হিমাচলে এটা টীমৰ ৰূপত কাম কৰি অদ্ভুত সাফল্য লাভ কৰিলে। মোৰ ফালৰ পৰা আপোনালোক আটাইকে বহুত বহুত শুভকামনা যাঁচিলো।হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
September 06th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, শ্ৰী জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী, শ্ৰী অনুৰাগ সিং ঠাকুৰ, সাংসদ, বিধায়ক, পঞ্চায়ত নেতা তথা অন্যান্যসকল উপস্থিত থাকে।Highlights from PM Modi's Independence Day speech
August 15th, 03:02 pm
Prime Minister Shri Narendra Modi today addressed the nation from the Red Fort as the country celebrated its 75th Independence Day. During the speech, PM Modi listed achievements of his government and laid out plans for the future. He made an addition to his popular slogan of “Sabka Saath, Sabka Vikas and Sabka Vishwas.” The latest entrant to this group is “Sabka Prayas.”৭৫সংখ্যক সতন্ত্ৰতা দিৱসত লাল কিল্লাৰ পৰা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 15th, 07:38 am
স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।ভাৰতে উদযাপন কৰিছে ৭৫তম স্বাধীনতা দিৱস
August 15th, 07:37 am
দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আজি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ সাফল্যৰ তালিকাখন আলোকপাত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে ৷ তেওঁৰ জনপ্ৰিয় শ্ল’গান ‘‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’’ত ‘‘সবকা প্ৰয়াস’’শীৰ্ষক আন এটি শ্ল’গান সংযোজিত কৰে ৷গুজৰাটত কেইবাটাও প্ৰকল্পৰ উদ্ঘাটন আৰু ৰাষ্ট্ৰক সমৰ্পণ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
July 16th, 04:05 pm
মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী আৰু গান্ধীনগৰৰ সাংসদ শ্ৰীমান অমিত শ্বাহ জী ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ জী, গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণী জী, উপ মুখ্যমন্ত্ৰী নিতিন ভাই, কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী শ্ৰীমতী দৰ্শনা জৰদোশ জী, গুজৰাট চৰকাৰৰ অন্য মন্ত্ৰীগণ, সংসদৰ মোৰ সহযোগী আৰু গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ শ্ৰীমান চিআৰ পাটিল জী, অন্য সাংসদগণ, বিধায়কগণ, আৰু মোৰ প্ৰিয় ভাই-ভনীসকল, আপোনালোক সকলোকে নমস্কাৰ।প্ৰধানমন্ত্ৰীয়ে গুজৰাটত একাধিক প্ৰকল্প উদ্বোধন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে
July 16th, 04:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গুজৰাটত ৰে’লৱেৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰি দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। একে সময়তে তেওঁ গুজৰাট বিজ্ঞান চহৰৰ একুৱেটিকছ এণ্ড ৰব’টিক্স গেলেৰী আৰু নেচাৰ পাৰ্ক উদ্বোধন কৰে। তেওঁ গান্ধীনগৰ ৰাজধানী আৰু ভৰেথাৰ মাজত দুখন নতুন ৰে’ল গান্ধীনগৰ ৰাজধানী-বাৰাণসী চুপাৰফাষ্ট এক্সপ্ৰেছ আৰু মেমু ৰে’ল সেৱাৰ শুভাৰম্ভ কৰে।ক’ভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
July 16th, 12:07 pm
ক’ৰোনাৰ বিৰুদ্ধে দেশখনৰ যুঁজত আপোনালোক সকলোৱে বহু গুৰুত্বপূৰ্ণ প্ৰসংগত আপোনালোকৰ স্থিতি দাঙি ধৰিছে। মাথো দুদিন পূৰ্বে, মই উত্তৰ পূবৰ সকলো সন্মানীয় মুখ্যমন্ত্ৰীসকলৰ সৈতেও এই প্ৰসংগত আলোচনা কৰিবলৈ সুযোগ পাইছিলো। মই ইয়াৰ যিকেইখন ৰাজ্যত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে, সেইকেইখনৰ ক্ষেত্ৰত বিশেষভাৱে কৈছো।ছখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে ক’ভিড পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ আলোচনা
July 16th, 12:06 pm
ক’ভিড সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, ওড়িশা, মহাৰাষ্ট্ৰ আৰু কেৰালাৰ মুখ্যমন্ত্ৰীকেইগৰাকীৰে এক আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। আলোচনা সভাখনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীয়েও অংশ গ্ৰহণ কৰে। ক’ভিড পৰিস্থিতি চম্ভলাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে প্ৰতিষেধক প্ৰদান অভিযানৰ অগ্ৰগতি আৰু ক’ৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যসমূহত গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কীয় যাৱতীয় তথ্য প্ৰধানমন্ত্ৰীক অৱগত কৰে। আলোচনা কালত তেওঁলোকে প্ৰতিষেধক প্ৰদান অভিযানত গ্ৰহণ কৰা কৌশল সন্দৰ্ভত ৰাইজৰ মতামত সন্দৰ্ভতো তথ্য দাঙি ধৰে।বিগত ৭ বছৰে, আমি 'টীম ইণ্ডিয়া' হিচাবে কাম কৰিছো: মন কী বাতত প্ৰধানমন্ত্ৰী
May 30th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আমি দেখিছো যে দেশখনে কেনেদৰে সৰ্বশক্তিৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি আছে। এইটো যোৱা এশ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহামাৰী আৰু এই মহামাৰীৰ মাজত ভাৰতেও বহুতো প্ৰাকৃতিক দুৰ্যোগৰ সৈতে দৃঢ়তাৰে যুঁজিছে। এই সময়ছোৱাত ঘূৰ্ণীবতাহ আম্ফান আহিছে, ঘূৰ্ণীবতাহ নিসৰ্গ আহিছে, বহুতো ৰাজ্য বানপানীত প্লাবিত হৈছে, বহুতো ভূমিকম্প, ডাঙৰ আৰু সৰু, ভূমিস্খলন হৈছে।বাৰানসীৰ চিকিৎসক, পেৰামেডিকেল ষ্টাফ আৰু ফ্ৰন্টলাইন কৰ্মীৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ পূৰ্ণপাঠ
May 21st, 12:14 pm
PM Modi interacted with doctors and officials of Varanasi through video conference. The PM underscored the importance of continuous training of the manpower fighting Covid and advised the officials and doctors to conduct training sessions and webinars, especially for the paramedical staff and doctors serving in the rural areas. He also asked the officials to work towards bringing down vaccine wastage in the district.বাৰানসীৰ চিকিত্সক আৰু বিষয়াবৰ্গৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালা
May 21st, 12:13 pm
ক’ভিড বিৰোধী যুঁজত অৱতীৰ্ণ হৈ থকা বিষয়া-কৰ্মচাৰীসকলৰ নিয়মীয়া প্ৰশিক্ষণত গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে চিকিত্সক আৰু বিষয়াবৰ্গক প্ৰশিক্ষণ আৰু ৱে’বিনাৰ আদি অনুষ্ঠিত কৰাৰ, বিশেষকৈ পেৰামেডিকেল সহায়ক আৰু গ্ৰামীণ এলেকাত কৰ্মৰত চিকিত্সকসকলৰ বাবে প্ৰশিক্ষণৰ দিহা কৰাৰ পৰামৰ্শ দিয়ে। প্ৰসংগক্ৰমে তেওঁ প্ৰতিষেধকৰ অপব্যয় হ্ৰাস কৰিবলৈও সংশ্লিষ্ট সকলোকে আহ্বান জনায়।ৰাজ্য আৰু জিলাৰ বিষয়া-বৰ্গৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
May 20th, 11:40 am
Prime Minister Shri Narendra Modi interacted with the state and district officials on the COVID-19 situation through video conference.ক’ভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাজ্য আৰু জিলা পৰ্যায়ৰ বিষয়াবৰ্গৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময়
May 20th, 11:39 am
ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে অব্যাহত অভিযানত কৰ্ম সম্পাদন কৰোতে লাভ কৰা বিভিন্ন অভিজ্ঞতা সন্দৰ্ভত ৰাজ্য তথা জিলা পৰ্যায়ৰ বিষয়াবৰ্গৰে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।ৰাজ্য আৰু জিলা পৰ্যায়ৰ বিষয়াসকলৰ সৈতে ক’ভিড-১৯ বিষয়ত প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
May 18th, 11:40 am
Prime Minister Modi through video conference interacted with field officials from States and Districts regarding their experience in handling the Covid-19 pandemic. During the interaction, the officials thanked the Prime Minister for leading the fight against the second wave of Covid from the front.দেশৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত চিকিৎসকসকলৰ সৈতে আলোচনা প্রধানমন্ত্রী
May 18th, 11:39 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে এদল চিকিৎসকৰ সৈতে ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে৷পিএম-কিষাণৰ অধীনত বিত্তীয় সুবিধাৰ অষ্টম কিস্তি মুকলি কৰি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 14th, 11:04 am
Prime Minister Shri Narendra Modi released 8th instalment of financial benefit of Rs 2,06,67,75,66,000 to 9,50,67,601 beneficiary farmers under Pradhan Mantri Kisan Samman Nidhi (PM-KISAN) scheme today via video conferencing. Prime Minister also interacted with farmer beneficiaries during the event. Union Agriculture Minister was also present on the occasion.