
সংবিধান আমাৰ পথ প্ৰদৰ্শকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
December 29th, 11:30 am
‘মন কী বাত’ৰ এইটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ‘সংবিধানৰ ৭৫ সংখ্য বাৰ্ষিকী’ আৰু প্ৰয়াগৰাজত অনুষ্ঠিতব্য ‘মহাকুম্ভ’ৰ প্ৰস্তুতিকে ধৰি ভাৰতৰ সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ ‘বস্তৰ অলিম্পিক’ৰ সফলতাৰ প্ৰশংসা কৰে আৰু ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত মেলেৰিয়া নিৰ্মূল আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য সফলতাৰ কথাও উল্লেখ কৰে। তদুপৰি, তেওঁ উৰিষ্যাৰ কালাহাণ্ডিত সম্পাদিত হোৱা কৃষি বিপ্লৱৰো প্ৰশংসা কৰে।
ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে দুখন ভিডিঅ’ কনফাৰেন্স সম্বোধন প্ৰধানমন্ত্ৰীৰ
January 12th, 06:25 pm
ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দুটাকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানত ভাগ লয়৷
২২ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ-২০১৮ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপৰ ইংৰাজী সংস্কৰণ (ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে)
January 12th, 12:45 pm
প্ৰথমে মই আমাৰ বৈজ্ঞানিকসকলৰ এক বৃহৎ সাফল্যৰ বাবে দেশবাসীক অভিনন্দন জ্ঞাপন কৰিব বিচাৰো৷ এতিয়াৰ পৰা কিছু সময় পূৰ্বে ইছৰোই পিএছএলভি-চি৪০ৰ সফল উৎক্ষেপন কৰিছে৷ পিএছএলভিৰ পৰা কাৰ্টোছেট-২ ছিৰিজৰ উপগ্ৰহ সহ মুঠ ৩১টা উপগ্ৰহক মহাকাশত সংস্থাপিত কৰা হৈছে৷ ইয়াৰে ২৮টা উপগ্ৰহ আন দেশৰ৷ আজি ইছৰোই আন এক অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ উপগ্ৰহ উৎক্ষেপনৰ ক্ষেত্ৰত তেওঁলোকে আজি শতক সম্পূৰ্ণ কৰিলে৷তুৰ্কীত অনুষ্ঠিত এফ আই এচ আন্তঃৰাষ্ট্ৰীয় স্কায়িং প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথম পদক বিজয়ী আঁচল ঠাকুৰলৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন
January 10th, 10:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তুৰ্কীত অনুষ্ঠিত এফ আই এচ আন্তঃৰাষ্ট্ৰীয় স্কায়িং প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথম পদক বিজয়ী আঁচল ঠাকুৰলৈ অভিনন্দন জ্ঞাপন কৰিছে।