বিহাৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূ

September 15th, 12:01 pm

আজি যি চাৰিটা যোজনাৰ উদঘাটন হৈছে তাত পাটনা চহৰৰ বেওৰ আৰু কৰম-লিচকত নৰ্দমা ব্যৱস্থাপনা প্লাণ্টৰ উপৰিও অমৃত যোজনাৰ অধীনত ছিৱান আৰু চাপ্ৰাত পানীৰ সৈতে জড়িত প্ৰকল্পও আছে৷ ইয়াৰোপৰি মুংগেৰ আৰু জমালপুৰত পানীৰ অভাৱ হ্ৰাস কৰিবলৈ জলাপুৰ্তি পৰিযোজনা আৰু মুজফৰপুৰত নমামি গংগেৰ অধীনত নদীৰ তীৰ উন্নয়ন আঁচনিৰো আজি আধাৰশিলা স্থাপন কৰা হৈছে৷ নগৰৰ দৰিদ্ৰ, নগৰত বাস কৰা মধ্যবিত্ত লোকসকলক জীৱন সহজ কৰি তুলিবলৈ এই নতুন সুবিধাসমূহৰ বাবে আপোনালোকক অভিনন্দন জনাইছো৷

‘নমামী গংগা’ যোজনা আৰু ‘আমৰুট’ যোজনাৰ অধীনত বিহাৰৰ ভিন্ন প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়

September 15th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নমামী গংগা’ যোজনা আৰু ‘আমৰুট’ যোজনাৰ অধীনত বিহাৰৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। আজি উদ্বোধন কৰা চাৰিটা আঁচনিৰ ভিতৰত আছে বেউৰ আৰু পাটনা মহানগৰৰ কৰম-লীচকত মলজল প্ৰণালী প্লান্ট তথা ‘আমৰুট’ যোজনাৰ অধীনত ছিৱান আৰু চাপ্ৰাত পানী-সম্পৰ্কীয় প্ৰকল্প। ইয়োৰোপৰি, মাংগাৰ আৰু জামালপুৰত পানী যোগান প্ৰকল্প আৰু মুজাফ্ফৰপুৰত নমামী গংগাৰ অধীনত ৰিভাৰ ফ্ৰন্ট উন্নয়নৰ আঁচনিৰ আজি আধাৰশিলা স্থাপন কৰা হয়।

People of Bihar have lost faith in Mahaswarthbandhan: PM Modi in Bihar

October 26th, 05:05 pm